Songbad- The News

Songbad- The News প্ৰতিটো খৱৰ পলকতে পাবলৈ আমাৰ পেজটো FOLLOW আৰু LIKE কৰক We are Publishes News, Information, Culture program, and Advertisements also.
(1)

09/08/2026

🇮🇳Independence Offers Is Here At Narmada Mobile Care Bongaigaon 🇮🇳

🇮🇳Offers In Motorola Brands
🇮🇳Premium Gifts
🇮🇳Exchange Offers upto 5000/-
🇮🇳30% More Value From Market Price
🇮🇳1000/- Gift Voucher Who Recommend Customer to Buy From Narmada mobile care
🇮🇳Adapter Free
🇮🇳Student Discount%
🇮🇳All Finance Available No Cost EMI with Zero Downpayment

T&C Applied

For More Details Contact- 9706987804/9706987803

  📌 ২০২২ চনত ভাইৰেল হৈ পৰা আইতাগৰাকীৰ দেহাৱসান 📌 বঙাইগাঁৱৰ বইটামাৰী ৰঘুনন্দনপুৰৰ অৰুনাপ্ৰিয়া বৰ্মন নামৰ আইতা গৰাকীৰ এই ফ...
09/08/2026


📌 ২০২২ চনত ভাইৰেল হৈ পৰা আইতাগৰাকীৰ দেহাৱসান
📌 বঙাইগাঁৱৰ বইটামাৰী ৰঘুনন্দনপুৰৰ অৰুনাপ্ৰিয়া বৰ্মন নামৰ আইতা গৰাকীৰ এই ফটোখন দেশজুৰি লাভ কৰিছিল চৰ্চা৷
📌 ফটোগ্ৰাফাৰ অজয় চৌধুৰীৰ কেমেৰাৰ লেঞ্চত আৱদ্ধ এই ফটোখন মুখ্যমন্ত্ৰীকে ধৰি দেশৰ কেবাজনো মন্ত্ৰী, বিভিন্ন ব্যক্তিয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল৷
😢 ৮৫ বছৰ বয়সত আজি আইতাগৰাকীৰ দেহাৱসান ঘটাত শোকাকুল পৰিবেশৰ সৃষ্টি হৈছে বঙাইগাঁৱত

  📌 উত্তৰ শালমাৰা আৰক্ষীৰ জালত গভাইত চোৰ👉বিভিন্ন বিদ্যালয়ৰ বৈদ্যুতিক সামগ্ৰী চুৰিকাৰ্যৰে জৰিত আব্দুল বাৰিকক আটক👉উদ্ধাৰ ব...
09/08/2026


📌 উত্তৰ শালমাৰা আৰক্ষীৰ জালত গভাইত চোৰ
👉বিভিন্ন বিদ্যালয়ৰ বৈদ্যুতিক সামগ্ৰী চুৰিকাৰ্যৰে জৰিত আব্দুল বাৰিকক আটক
👉উদ্ধাৰ বৃহৎ পৰিমানৰ বৈদ্যুতিক সামগ্ৰী
👉উত্তৰ শালমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱপ্ৰসাদ কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান

08/08/2026

🇮🇳Independence Offers Is Here At Narmada Mobile Care Bongaigaon 🇮🇳

🇮🇳Offers In Apple Brands
🇮🇳Premium Gifts
🇮🇳Exchange Offers upto 5000/-
🇮🇳30% More Value From Market Price
🇮🇳1000/- Gift Voucher Who Recommend Customer to Buy From Narmada mobile care
🇮🇳Adapter Free
🇮🇳Student Discount%
🇮🇳All Finance Available No Cost EMI with Zero Downpayment

T&C Applied

For More Details Contact- 9706987804/9706987803

08/08/2026

Fold the future. Capture the extraordinary. 📸
The all-new Vivo X Fold5 & Vivo X300 Ultra are now available at Narmada Mobile Care. Visit today and upgrade to the ultimate flagship experience!

08/08/2026

📌 কিয় বাৰে বাৰে মোলৈ ভাবুকিমূলক ফোন আহি আছে?
📌 মোক মানুহে ফোন কৰি কৈছে যে মোৰ ওপৰত আক্ৰমণ হ’ব পাৰে!
📌 মই DGPলৈ মোৰ নিৰাপত্তাৰ বাবে ই-মেইলযোগে আবেদন কৰিছো!
📌 এগৰাকী সাধাৰণ ছাত্ৰলৈ কিয় ইমান ভয়?
📌৫ আগষ্টত গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰাৰ পাছৰে পৰা ভাবুকিমূলক ফোন আহিছে বুলি অভিযোগ CJPৰ মিডিয়া কৰ্ডিনেটৰ শ্বেইখ চাহিলুদ্দীন শ্বাহৰ!

07/08/2026

📌 বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আগবঢ়োৱা সাহাৰ্য্য সামগ্ৰী লৈ শিৱসাগৰ অভিমুখে ৰাওনা হ'ল বঙাইগাঁও জিলা শিল্পী সমাজৰ প্ৰতিনিধি
👉 যাত্ৰাৰ পুৰ্বে সমস্বৰে গালে "মানুহে মানুহৰ বাবে"
👉যাত্ৰাৰ সংগী হিচাবে গ'ল "মা কামাখ্যা লজিক্স" ৰ এখন বাহন

07/08/2026

📌 নিউ বঙাইগাঁও ৰেল ষ্টেচনত ৫২ লাখ টকা মুল্যৰ সোনৰ বিস্কুট জব্দ

07/08/2026

📌লোকপিয়লৰ কামত প্ৰতিখন শিক্ষানুষ্ঠানৰ বহুকেইজন শিক্ষকক দায়িত্ব দিয়াৰ ফলত শৈক্ষিক ক্ষেত্ৰখনত বাধাৰ সৃষ্টি হব।

👉 এই কাৰ্যক গৰিহণা জনাই বঙাইগাঁৱত আমছুৱে আজি জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
👉বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষাখণ্ডৰ 43 খন বিদ্যালয়ৰ আটাইকেইজন শিক্ষকক চৰকাৰে লোকপিয়লৰ কামত নিযুক্ত কৰিছে।
👉 এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই।

07/08/2026

🇮🇳Inpendence Offers Is Here🇮🇳
🇮🇳Narmada Mobile Care Bongaigaon🇮🇳

🎉Offers🎉
🇮🇳Offers In All Brands
🇮🇳Premium Gifts
🇮🇳Exchange Offers upto 5000/-
🇮🇳30% More Value From Market Price
🇮🇳1000/- Gift Voucher Who Recommend Customer to Buy From Narmada mobile care
🇮🇳Adapter Free
🇮🇳Student Discount%
🇮🇳All Finance Available No Cost EMI with Zero Downpayment

T&C Applied

For More Details Contact- 9706987804/9706987803

Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when Songbad- The News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Songbad- The News:

Shortcuts

Share