Bongaigaon Daily

Bongaigaon Daily বঙাইগাঁও জিলাৰ যিকোনো খৱৰ পাবলৈ পেজখন লাইক আৰু ফলো কৰক।

বঙাইগাঁৱৰ নিয়মীয়া খৱৰৰ পৰিচালন সঞ্চালক,Time8 তথা বঙাইগাঁৱৰ জেষ্ঠ সাংবাদিক উত্তম কুমাৰ বৰ্মণ অসুস্থ।বঙাইগাঁৱৰ আগৰৱালা হস্...
06/08/2025

বঙাইগাঁৱৰ নিয়মীয়া খৱৰৰ পৰিচালন সঞ্চালক,Time8 তথা বঙাইগাঁৱৰ জেষ্ঠ সাংবাদিক উত্তম কুমাৰ বৰ্মণ অসুস্থ।বঙাইগাঁৱৰ আগৰৱালা হস্পিতালত চিকিতসাধীন।তেখেতৰ আশু আৰোগ্য কামনা কৰিলো-

06/08/2025

বঙাইগাঁৱত অগপৰ সংবাদ মেল

06/08/2025

বঙাইগাঁও জিলা পৰিষদ গঠন সন্দৰ্ভত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি গিৰিশ বৰুৱাৰ প্ৰতিক্ৰিয়া-

06/08/2025

বঙাইগাঁও জিলাৰ ভাওলাগুৰিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।

তেল পৰিবাহী টেংকাৰ আৰু স্কুটি আৰোহীৰ মাজত দুৰ্ঘটনা।

দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এগৰাকী ছাত্ৰী।

ছাত্ৰীগৰাকীৰ নাম জেছমিনাৰা বেগম বুলি জানিব পৰা গৈছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জেছমিনাৰাক ভৰ্ত্তি কৰোৱা হয় চিকিৎসালয়ত।

ঘটনাস্থলীত উপস্থিত বঙাইগাঁও আৰক্ষী ।
দুৰ্ঘটনা সংঘটিত কৰা বাহন জব্দ কৰে আৰক্ষীয়ে।

06/08/2025

বঙাইগাঁও জিলাৰ খগৰপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰীমহাৰাণী মন্দিৰত নিশা চোৰে চলালে চাফাই অভিযান

মহাৰাণী মন্দিৰ, শিৱ মন্দিৰ আৰু কাৰ্যালয়ত চলালে চাফাই

তলা ভাঙি লণ্ড-ভণ্ড কৰিলে সামগ্ৰীবোৰ

সৌভাগ্যক্ৰমে মন্দিৰত কমকৈ টকা ৰখাৰ বাবে মাত্ৰ আনুমানিক ৩০০০ টকা নিয়ে চোৰে

সামান্য পৰিমাণৰ সোণৰ অলংকাৰো নিয়ে চোৰে

আনহাতে চোৰে মন্দিৰৰ পিতলৰ কলহ, চাঁকি, ঘন্টা, ইনভাৰ্টাৰ, পূজাৰ কাঁহী নিয়ে যদিও কিছু আঁতৰত পেলাই থৈ যায়

05/08/2025

আক্ৰাছু

05/08/2025

বৰপাৰা ৰাজহুৱা খেলপথাৰত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুকুলি সভা-

05/08/2025

BIG OFFER-ভাতৃ দ্বিত্বীয়া বা ৰক্ষা বন্ধন উপলক্ষে বঙাইগাঁৱৰ ল'ৱাৰ আছাম হস্পিতালৰ নিচেই ওচৰত অৱস্থিত 1 India Fashionএ লৈ আহিছে বাম্পাৰ অফাৰ। ৫০% লৈকে ৰেহাইৰ লগতে আন বহুতো অফাৰ।শিশু,পুৰুষ,মহিলাৰ বাছনিকৃত পোছাক আৰু ঘৰুৱা সামগ্ৰীত উপলব্ধ হব এই অফাৰ-

05/08/2025
05/08/2025

শপত গ্ৰহণৰ পিছত আক্ৰাছুৰ সাধাৰণ সম্পাদক বলোৰাম বৰ্মণৰ মন্তব্য-

05/08/2025

বঙাইগাঁৱৰ বৰ্ষণগাওঁত এগৰাকী ২০ বছৰীয়া যুৱকৰ সলিল সমাধি !ৰোশণ শ্বাহ নামৰ যুৱকজনে আৰ্মি ট্ৰেইনিঙৰ বাবে সাজু হৈছিল ৷ সদায় বৰ্ষণগাওঁৰ পলিটেকনিকৰ ওচৰত দৌৰিবলৈ অহা যুৱক জনে দৌৰাৰ অন্তত পুখুৰীত গা ধুৱলৈ নামিছিল বুলি উপস্থিত ৰাইজে জানিবলৈ দিয়ে ৷

05/08/2025

বঙাইগাঁও জিলা পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল অগপৰ মৃদুলা সিংহ-

Address

Bongaigaon

Telephone

+916000125101

Website

Alerts

Be the first to know and let us send you an email when Bongaigaon Daily posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bongaigaon Daily:

Share