BNG News 24 LIVE

BNG News 24 LIVE BNG News 24 Live ,is Govt Registered Assamese News Portal which is the reflection of our society . Contact - 9435219111

15/09/2026

সোকলোয়ে এবাৰ চাওক চোন, ইমান সুন্দৰ কৈ গাইছে।

12/09/2026

Social Media ৰ বিষয়ে নাটকৰ জৰিয়তে কি আচৰিত কথা কলে Prastuti Porasor বাইদেউয়ে, সোকলোয়ে শুনক চোন এবাৰ।

08/09/2026

আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম দিনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেবৰ এজুপি গছ পুলি ৰোপণ ।

আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম দিন
08/09/2026

আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম দিন

07/09/2026

বিধান সভাত উত্থাপন হোৱা,খিলঞ্জীয়া ভূমি আইনত কলিতা সোকলৰ নাম নোহোৱাত কলিতা জনগোষ্ঠীৰ তীব্ৰ প্ৰতিবাদ।

04/09/2026
30/08/2026

BNG News 24 Live l বঙাইগাঁও চহৰৰ ফ্লাই অভাৰৰ মাজ মজিয়াত থকা ক্লক টাৱাৰৰ ঘড়ী ৩ টা আজি দীৰ্ঘদিন ধৰি বিকল্প হৈ থকাৰ পিছত, আজি হঠাৎ গা লৰিল,ক্লক টাৱাৰৰ দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষৰ।আশা কৰো এনেদৰে যাতে বিভাগটোয়ে আগন্তুক দিনৰ কৰিব লগীয়া কাম সমুহ সময়ত কৰি যায়।

27/08/2026

এইটো এটা অতি বিৰল আৰু কিমান ভয়ংকৰ দৃশ্য ।

তিব্বতৰ জিঝাং হিমবাহ হ্ৰদ বিস্ফোৰণৰ ফলত নেপালত ব্যাপক বানপানীৰ সৃষ্টি ।

(ভিডিঅ'টো facebook ৰ পৰা সংগ্ৰহ কৰি লোৱা হৈছে।)

Address

Bongaigaon

Alerts

Be the first to know and let us send you an email when BNG News 24 LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share