Bongaigaon Live

Bongaigaon Live Welcome to The Talks Entertainment Bureau ! We're your go-to destination for entertainment, media insights, and expert advertising solutions.

Let's entertain, inform, and inspire together!

WE ARE HIRING – B.S. MOTOR, BONGAIGAON Required:• Store Keeper• Store AccountantExperience preferred | Computer knowledg...
23/02/2026

WE ARE HIRING – B.S. MOTOR, BONGAIGAON
Required:
• Store Keeper
• Store Accountant
Experience preferred | Computer knowledge required | Honest & responsible candidates only
📍 Borpara, Bongaigaon
📞 8472870155
Serious candidates only.

15/12/2025

আকৌ

২৪ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ অনুষ্ঠিত কৰা হ’ব winter Solstice, Bongaigaon Winter Carnival 4.0 ৷

বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, সাহিত্যৰ অনুষ্ঠান আৰু ছাত্ৰ ছাত্ৰীৰ হাঁহি খিকিন্দালিৰে আপোনালোকৰ ওচৰলৈ লৈ আহিছো ...

উচৰ্গা কৰা হ’ব সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ নামত সমস্ত আয়োজন ...

Be Ready for Bongaigaon winter Carnival 4.0…

14/12/2025

অৱশেষত শুভমুক্তি “বেপাৰী“ ৷

জ্বলী ডাইনৰ অ’ডিট’ৰিয়ামত আজি প্ৰিমিয়াৰ শ্বো ৰখা হৈছিল “বেপাৰী“ নামৰ ৱেব ছিৰিজ খনৰ ৷

সমাজৰ কিছু অকথ্য বাস্তৱ লৈ কাহিনী ভাগ লিখি উলিয়াইছে ধ্ৰুৱ ৰায় নামৰ বঙাইগাঁৱৰ উদীয়মান যুৱক গৰাকীয়ে ৷

বহু গৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতত প্ৰদৰ্শন কৰা হৈছিল বেপাৰী ! সকলোৱে ৱেব চিৰিজ খন আৰু ইয়াৰে সৈতে জড়িত সকলো কলা কুশলীৰে শলাগ লয় ৷

সকলোৱে লক্ষ্যসন্ধান ইউটিউবত এই ৱেব ছিৰিজ খন উপভোগ কৰিব পাৰিব ৷

https://youtu.be/ZP86EmLEGIQ?si=TMeEsDe4FfdeY6Kb

26/11/2025

Pure local talent. Real stories. Straight from the heart of India.

11/11/2025

যোৱা নিশা নৰ্থ বঙাইগাঁৱত তীব্ৰ গতিৰ ভূটানৰ বাহনে পশুধনক খুন্দিয়াই পলায়নৰ চেষ্টা

বাহনখন আৱদ্ধ কৰি আৰক্ষীক গতাই দিয়ে স্থানীয়লোকে ৷

11/11/2025

🔴যোৱা নিশা বঙাইগাঁও গান্ধী ময়দানত অঘটন !
🔴 হঠাৎ ৰাস মহোৎসৱত এগৰাকী যুৱতী অসুস্থ হৈ বাগৰি পৰে।
🔴চিভিল ডিফেন্সৰ সদস্য সকলৰ তৎপৰতাত যুৱতীগৰাকীক বঙাইগাঁও অসামৰিক চিকৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উৎস- Jagannath Ghosh (Assam Civil Defence)

10/11/2025
10/11/2025

Unleash the Storm in Style! The new Suzuki V-Strom 250 SX now roars in 4 dynamic colours — Yellow, White, Blue & Black. Ready to ride?

Address

Deuripara
Bongaigaon
783380

Telephone

+919707185514

Website

Alerts

Be the first to know and let us send you an email when Bongaigaon Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share