AAMSU Hapachara

AAMSU Hapachara Hapachara Chouraguri Anchalik Committee (AAMSU)

আজি ২৩ /০৮/২০২৬ ইং তাৰিখ ৰবিবাৰ দিনা খন কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা নৱগঠিত বঙাইগাঁও জিলা সমিতিৰ পূৰ্ণাংগ সমিতি খন আনুষ্ঠা...
23/08/2026

আজি ২৩ /০৮/২০২৬ ইং তাৰিখ ৰবিবাৰ দিনা খন কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা নৱগঠিত বঙাইগাঁও জিলা সমিতিৰ পূৰ্ণাংগ সমিতি খন আনুষ্ঠানিকভাৱে ঘোষণা কৰে আৰু লগতে নৱগঠিত বঙাইগাঁও জিলা আমছুৰ পূৰ্ণাংগ সমিতি খনক শপত গ্ৰহণ কৰায়। নৱগঠিত বঙাইগাঁও জিলা আমছুৰ সভাপতি হিচাপে #ছাদ্দাম হুছেইন ডাঙৰীয়া, কাৰ্যকৰী সভাপতি হিচাপে #বিল্লাল হুছেইন আহমেদ ডাঙৰীয়া আৰু সাধাৰণ সম্পাদকদ্বয় হিচাপে #বানিয়া ছাদ্দাম আৰু #আনাৰুল হুছেইনক কাৰ্যভাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা প্ৰদান কৰে। এইছেগতে আমি #হাপাছাৰা-চৌৰাগুৰী আঞ্চলিক আমছুৰ তৰফৰ পৰা আটাইলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে এই নৱগঠিত বঙাইগাঁও জিলা সমিতি খনে অনাগত দিনবোৰত নিস্বাৰ্থভাৱে জাতিৰ প্ৰতিটো কাম কৰি যাব বুলি আমি সকলোৱে আশাবাদী।

সদৌ অসম সংখ্যলঘু ছাত্ৰ  ইউনিয়ন (আমছু) ৰ নৱ গঠিত বঙাইগাওঁ জিলা সমিতি শপত গ্ৰহণ অনুষ্ঠান
23/08/2026

সদৌ অসম সংখ্যলঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ নৱ গঠিত বঙাইগাওঁ জিলা সমিতি শপত গ্ৰহণ অনুষ্ঠান

23/08/2026

সদৌ অসম সংখ্যলঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ নৱ গঠিত বঙাইগাওঁ জিলা সমিতি শপত গ্ৰহণ অনুষ্ঠান

20/08/2026
10/08/2026
আজি ০১/০৮/২০২৬ ইং তাৰিখ শনিবাৰে গুৱাহাটীস্থিত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত ABMSU ৰ নৱম বাৰ্ষিক ছাত্ৰ...
01/08/2026

আজি ০১/০৮/২০২৬ ইং তাৰিখ শনিবাৰে গুৱাহাটীস্থিত মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত ABMSU ৰ নৱম বাৰ্ষিক ছাত্ৰ সংহতি দিৱসৰ মুকলি সভাৰ আমছুৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ইমতিয়াজ হুছেইন দাঙৰীয়া উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ সময়ৰ আলোকচিত্ৰ।


সকলো ৰাইজলৈ আন্তৰিক আবেদন।অসমৰ বানপীড়িত ভাতৃ-ভগ্নীসকল এই কঠিন সময়ত আমাৰ সহায়ৰ অপেক্ষাত আছে। আহক, আমি সকলোৱে নিজৰ সামৰ...
26/07/2026

সকলো ৰাইজলৈ আন্তৰিক আবেদন।
অসমৰ বানপীড়িত ভাতৃ-ভগ্নীসকল এই কঠিন সময়ত আমাৰ সহায়ৰ অপেক্ষাত আছে। আহক, আমি সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি অলপ হ'লেও সহায়ৰ হাত আগবঢ়াওঁ।
আপোনালোকৰ এটা সৰু দান, এটা খাদ্য সামগ্ৰী, এযোৰ কাপোৰ বা এটা ঔষধো কাৰোবাৰ জীৱনত আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে।
সকলো ৰাইজক বানগ্ৰস্ত ৰাইজৰ ওচৰত অলপ সহায়ৰ হাত আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনালোঁ।
মানৱ সেৱাই সৰ্বশ্ৰেষ্ঠ সেৱা।
AAMSU, Bongaigaon District Committee

Address

Hapachara
Bongaigaon
783390

Website

Alerts

Be the first to know and let us send you an email when AAMSU Hapachara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share