DHUN

DHUN মানুহে তোমাক হিংসা কৰিলেও তুমি তোমাৰ নিজৰ কৰ্ম কৰি যোৱা সময়ে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দিব ।

07/10/2022

Alp sesta

02/10/2022

ভাল পোৱা আৰু ভাল লগা দুটা বেলেগ বেলেগ
ভাল বহুতকে লাগিব পাৰে কিন্তু ভাল পোৱা কেৱল এজনৰ লগত হে হয় আৰু আজীৱন মনত ৰৈ যায় আৰু সেই ভাল পোৱা ঠাইত বেলেগ কোনোবা আহিলে ও হেই ঠাই কাৰোকে দিব পৰা নাযায়

30/09/2022

যিকোনো এটা বস্তু‌‌ তেতিয়া লৈকে হে ভাল লাগে যেতিয়া লৈকে বস্তু টো পোৱা নাযায় এবাৰ পালে সকলো শেষ আৰু কেতিয়াও সেইটো ভাল নালাগে
যেনে
ধৰি লওক আপুনি মোবাইল এটা ললে প্ৰথম কেইদিন বহুত সাৱধানে ৰাখোঁ যাতে দাগ নালাগে আৰু পুৰণা হলে দুৰৰ পৰাও দলিয়াই থৈ দিওঁ

29/09/2022

মোবাইলৰো ইমান সোনকালে আপডেট নাহে যিমান সোনকালে মানুহৰ মন বোৰ আপডেট হয় আৰু সলনি হৈ যায় যেন চিনিয়ে নাপায়

29/09/2022

কাৰোবাক মিছা কৈ নাভাবিবা যে তুমি জিকি গলা
তুমি তেওঁক এই কাৰণে মিছা কব পৰিলা কাৰণ তেওঁ তোমাক অন্ধৰ দৰে বিশ্বাস কৰিছিল

28/09/2022

যিকোনো বস্তু দুৰৰ পৰা হে ভাল লাগে ওচৰ চাপি আহিলে বা ওচৰৰ পৰা পালে আমনি লাগে
যেনে পাহাৰ খনে চাওঁক দুৰৰ পৰা ইমান ধুনীয়া আৰু ওচৰ পালেহি খলা বমাৰে ভৰা

27/09/2022

সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে যাক কেতিয়াও নিজৰ কৰি লব নোৱাৰি আৰু এৰি থাকিব ও নোৱাৰি কিন্ত সময়ৰ লগত পৰি আঁতৰি থাকিব লাগে

21/09/2022

মোক মই হৈ থাকিব দিয়া মই এনেকৈয়ে বহুত বেছি সুখী

21/09/2022

Address

Chabua

Website

Alerts

Be the first to know and let us send you an email when DHUN posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share