Mili bonsi

Mili bonsi নমস্কাৰ বন্ধু বান্ধবীসকল মোৰ page লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো । আশা কৰোঁ মোৰ pageৰ ভিডিঅ'বিলাক চাব লগতে ..like, Comment , share and follow কৰি দিব 🙏🏻🙏🏻

যোৱা কালি 1/10/25 নৱমী আছিল .... চাৰিওফালে ভিৰ মাজত খোজ দি আগুৱাই গৈছো যদিও কোনোবাখিনিত যেন কিবা এক শূণ্য ।সকলো থাকিও যে...
02/10/2025

যোৱা কালি 1/10/25 নৱমী আছিল .... চাৰিওফালে ভিৰ মাজত খোজ দি আগুৱাই গৈছো যদিও কোনোবাখিনিত যেন কিবা এক শূণ্য ।সকলো থাকিও যেন একো নাই । যান্ত্ৰিকতাৰে ভবা পৃথিৱীখনত সকলোফালে কেৱল যেন শূণ্য ।এই শূণ্যতাৰ শেষ ক'ত নাজানো ... আজিও প্ৰতিটো পূজা মণ্ডপত তেওঁৰ গান....মায়াবিনী মাথোঁ মায়াবিনী .... চকুকেইটা সেমেকি উঠিল😭😭ভিৰৰ মাজৰ পৰা আতঁৰি আহিলো ......অকণমান পিছতে দূৰৰৈ পৰা আকৌ ভাহি আহিল .
বাটৰে শেষতে,বাট চাও‌ঁ তোমালে.......
উফ বুকুৰখন বিষায় য়ায অও 😭💔 জয় জুবিন দা

গুৱাহাটীৰ বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত অসমীয়া সাজত কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল  ...জয় জুবিন দা     love...
30/09/2025

গুৱাহাটীৰ বৰ্ষাপাৰাত মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী মেচত অসমীয়া সাজত কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল ...জয় জুবিন দা

lover ゚

26/09/2025

জুবিন দাই চাবুৱাত বিহু মঞ্চত 10/5/2024 মোৰ বাবে মায়াবিনী গানটোৰ গাই থৈ গ'ল 💔💔😭😭 ゚

ওপৰৰ পৰা চাগে কৈছে..ধেৎ গৰুহত...মই মৰা নাইতু..কিয় এনেকৈ কান্দি আছ'....ঘেন্টা নেকি তহঁত...😢😢😢তুমি সঁচাকৈ পাখি মেলি গুচি গ...
24/09/2025

ওপৰৰ পৰা চাগে কৈছে..ধেৎ গৰুহত...মই মৰা নাইতু..কিয় এনেকৈ কান্দি আছ'....ঘেন্টা নেকি তহঁত...😢😢😢
তুমি সঁচাকৈ পাখি মেলি গুচি গ'লা অ' দাদা....
তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক।।🙏🏻🙏🏻
ওপৰত গৈয়ো তুমি কম উৎপাত কৰিবানে......
সদায় Miss কৰিম আমি তোমাক.... 😭😭💔💔
যোৱাগৈ যোৱা...অলপ জিৰণি লোৱা.....😢😢😢💔💔

21/09/2025

জুবিন দাই 10/05/2024 চাবুৱাৰ বিহু মঞ্চত মোৰ বাবে মায়াবিনী গানটোৰ গাইছিল .. জয় জুবিন দা 🙏🏻❤️😭😭 you Zubeen da

মহানায়কৰ মহাপ্ৰস্থান 🙏প্ৰাণৰ শিল্পী গৰাকী ইমানেই বিশাল আছিল যে তেখেতৰ অন্তিম যাত্ৰাৰ কাৰণে লক্ষ্যাধিক গুণমুগ্ধই ৰাজপথতে...
21/09/2025

মহানায়কৰ মহাপ্ৰস্থান 🙏
প্ৰাণৰ শিল্পী গৰাকী ইমানেই বিশাল আছিল যে তেখেতৰ অন্তিম যাত্ৰাৰ কাৰণে লক্ষ্যাধিক গুণমুগ্ধই ৰাজপথতেই জনসমূদ্ৰৰ সৃষ্টি কৰি দিছে।
#প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অমৰ হওক।

19/09/2025

সকলোকে কন্দুৱাই গুচি গ’ল মৰমৰ জুবিন গাৰ্গ। হাৰ্টথ্ৰৱ জুবিন গাৰ্গ lover Zubeen da

মৃত্যু চিৰন্তন সত্য কিন্তু জুবিন দাৰ মৃত্যুক মনে মানি ল'ব পৰা নাই আৰু আগলৈ ও নোৱাৰি মানি ল'ব 😭😭 জুবিন গাৰ্গৰ লগতে এটা যু...
19/09/2025

মৃত্যু চিৰন্তন সত্য কিন্তু জুবিন দাৰ মৃত্যুক মনে মানি ল'ব পৰা নাই আৰু আগলৈ ও নোৱাৰি মানি ল'ব 😭😭 জুবিন গাৰ্গৰ লগতে এটা যুগৰ অৱসাদ ঘটিল মৃত্যু কাৰ অপেক্ষাত ক'ত ৰৈ আছে কোনে জানে ... শৈশৱৰ পৰা যৌৱনলৈ সকলোতে যাৰ গীত বিয়পি আছিল ,যাৰ কন্ঠত জীৱনৰ ক্ষণ প্ৰতিক্ষণ পাৰ কৰি আহিলো আজি সেই মানুহজন নাই 😭 জুবিন দাৰ মৃত্যু বাতৰি কেতিয়াও সহজ নহয় মানি লোৱাটো 😭😭🙏🏻🙏🏻

এই বাতৰি টোৱে জীৱনটোত কেতিয়াও বিচৰা নাছিলো জুবিন দা ।ক’ত গুচি গ’ল অসমখনক আপুনি ইমান বেয়া পালে নে যোৱাৰ সময়তো অসমৰ মাটিত ...
19/09/2025

এই বাতৰি টোৱে জীৱনটোত কেতিয়াও বিচৰা নাছিলো জুবিন দা ।
ক’ত গুচি গ’ল অসমখনক আপুনি ইমান বেয়া পালে নে যোৱাৰ সময়তো অসমৰ মাটিত নাই😭
মানি ল’ব পাৰা নাই বুকু কপি গৈছে হাত ভৰি লৰিছে চকুপানীৰে একো নেদেখা হৈছো
কিয় ভগৱান তুমি এনেকুৱা কিয় এনেদেৰে লৈ গলা হিয়াৰ আমঠুজনক😭😭🙏🏻🙏🏻

Good night Everyone      ゚viralシfypシ゚viralシ    ゚
18/09/2025

Good night Everyone

゚viralシfypシ゚viralシ ゚

Good night      ゚viralシfypシ゚viralシ  ゚
17/09/2025

Good night
゚viralシfypシ゚viralシ ゚

Address

Chabua

Website

Alerts

Be the first to know and let us send you an email when Mili bonsi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share