ABB Khabar

ABB Khabar ABB KHABAR is a 24-hour Assamese news Portal. The programs of the channel include various infotainme

অভিনেতা কিশোৰ দাসৰ ওপজা গাঁৱত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ বাবে দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু বজাৰাপা...
11/07/2022

অভিনেতা কিশোৰ দাসৰ ওপজা গাঁৱত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ বাবে দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু বজাৰাপাৰা এফ চিৰ উদ্যোগত ওপজা গাঁৱত অনুষ্ঠিত কৰা হল ৰাজহুৱা শ্ৰদ্ধাঞ্জলি । সমুজ্জ্বল ভট্টাচাৰ্য, বৰষাৰাণী বিষয়া, যতীন বৰা, সীমান্ত শেখৰ , ভৃগু কাশ্যপৰ লগতে দক্ষিণ কামৰূপৰ বহু বিশিষ্ট ব্যক্তিয়ে জনালে শ্ৰদ্ধাঞ্জলি ।

বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ। কলিয়াবৰত মন্তব্য স্বাস্থ্য মন্ত্ৰীৰ।ৰাজ্যত কোভিড সংক্ৰমণ বৃদ্ধি পাইছে যদিও ভেকচিন (Co...
09/07/2022

বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ। কলিয়াবৰত মন্তব্য স্বাস্থ্য মন্ত্ৰীৰ।

ৰাজ্যত কোভিড সংক্ৰমণ বৃদ্ধি পাইছে যদিও ভেকচিন (Covid Vaccine) লোৱা বাবে বিশেষ ক্ষতি কৰিব নোৱাৰে বুলি কয় মন্ত্ৰী মহন্তই। ৰাজ্যৰ প্ৰতিখন জিলাতে জাপানীজ এনকেফেলাইটিছৰ পৰা ৰোধ কৰিবলৈ ভেকচিনৰ ব্যৱস্থা কৰিবলা নিৰ্দেশ প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু তৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই।আজি কৰিমগঞ্জ সদৰ আৰক্ষী থানাত গৈ আজমলৰ বিৰুদ্ধ...
08/07/2022

সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু তৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই।

আজি কৰিমগঞ্জ সদৰ আৰক্ষী থানাত গৈ আজমলৰ বিৰুদ্ধে গোচৰ তৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই। উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ বিৰুদ্ধে বিতর্কিত মন্তব্য কৰিছিল এআইডিএফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে। কমলাক্ষক লুকাই গো–মাংস গ্ৰহণৰ অভিযোগ উত্থাপন কৰিছিল আজমলে। বদৰুদ্দিন আজমলৰ এনে মন্তব্যক লৈ জিলা কংগ্ৰেছৰ বিভিন্ন কৰ্মী আৰু সমৰ্থকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই বিতর্কিত মন্তব্যৰ পৰিপ্ৰেক্ষিতত সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু তৰে বিধায়ক কমলাক্ষ দে পুৰকায়স্থই।

জোনমণি ৰাভা; অৱশেষত জামিন লাভ নিলম্বিত SI জোনমণি ৰাভাৰ ||যোৱা ৪ জুনৰ পৰা ন্যায়িক জিম্মাত দিন কটোৱা অসম আৰক্ষীৰ নিলম্বিত ...
08/07/2022

জোনমণি ৰাভা; অৱশেষত জামিন লাভ নিলম্বিত SI জোনমণি ৰাভাৰ ||

যোৱা ৪ জুনৰ পৰা ন্যায়িক জিম্মাত দিন কটোৱা অসম আৰক্ষীৰ নিলম্বিত এছ আই জোনমনি ৰাভাই আজি ১ মাহ ৪ দিন মাজুলী জিলা কাগাৰাগাৰত কটোৱাৰ পিছত অৱশেষত জামিন লাভ কৰে ।

মাজুলী জিলা কাৰাগাৰৰ পৰা অহাৰ পিছত জোনমনিয়ে প্ৰথমবাৰৰ বাবে সাংবাদিকৰে মুখামুখি হৈ কয় যে- ৰাণা পগাগক মই বিশ্বাস কৰিছিলোঁ । যিটো মোৰ ভুল হ'ল আৰু তাৰেই বলি হৈ ইমান দিনে মই কাৰাগাৰত থাকিব লগা হ'ল । মই আগতেও জানো মই নিৰ্দোষী বুলি আৰু এতিয়াও হাজাৰ বাৰ কম মই নিৰ্দোষী বুলি ।

জোনমনিৰ আজি জামিন লাভৰ পিছত আৰক্ষীয়ে ৰাভা পগাগ যুটীৰ প্ৰৱঞ্চনাৰ গোচৰৰ অভিযোগনামা শীঘ্ৰেই দাখিল কৰিব বুলি আদালতত জানিবলৈ দিয়ে |

06/07/2022

বিজেপি চৰকাৰক লৈ ৰাইজৰ দলৰ বিশেষ সংবাদমেল

মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনথলীত আছিল অসমৰ ২৬জন, মৰিগাঁৱৰ ৫গৰাকী লোকক লৈ অসম পালেহি মন্ত্ৰী পীয়ূষ হাজৰিকা | মন্ত্ৰীগৰাকীয়ে সং...
04/07/2022

মণিপুৰৰ ভয়ংকৰ ভূমিস্খলনথলীত আছিল অসমৰ ২৬জন, মৰিগাঁৱৰ ৫গৰাকী লোকক লৈ অসম পালেহি মন্ত্ৰী পীয়ূষ হাজৰিকা |

মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত সদৰী কৰে যে তেওঁৰ হাতত থকা তথ্য অনুসৰি মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনথলীত (Manipur Landslide) অসমৰ মুঠ ২৬জন লোক আছিল। তাৰ ভিতৰত ২৪ জন কনষ্ট্ৰাকচন কোম্পানীত কাম কৰিবলৈ যোৱা শ্ৰমিক আছিল। এই ২৪ জন শ্ৰমিকৰ বাহিৰে এগৰাকী বজালীৰ আৰ্মীৰ জোৱানৰ এই ঘটনাত মৃত্যু হৈছে আৰু তেওঁৰ মৃতদেহ ইতিমধ্যে অসমলৈ অনা হৈছে। আনহাতে গোলকগঞ্জ নিৱাসী এজন ৰে'লৱেৰ ইঞ্জিনীয়াৰ বৰ্তমানেও সন্ধানহীন হৈ আছে।

উদ্ধাৰ হোৱা লোককেইজন হ’ল ক্ৰমে মণিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন, জোন বসুমতাৰী আৰু প্ৰহ্লাদ বসুমতাৰী।

03/07/2022

সাধনা দেৱীৰ ফলাফল কিয় তদন্তৰ গতি ল'লে ?

অসমৰ ঢুলীয়া সংস্কৃতিৰ ওজা তুলসী ওজা দেৱৰ আজি পৰলোক গমন হয় । তেওঁৰ বিয়োগত অসমৰ ঢুলীয়া সংস্কৃতিত এক অপূৰণীয় ক্ষতি ।
02/07/2022

অসমৰ ঢুলীয়া সংস্কৃতিৰ ওজা তুলসী ওজা দেৱৰ আজি পৰলোক গমন হয় । তেওঁৰ বিয়োগত অসমৰ ঢুলীয়া সংস্কৃতিত এক অপূৰণীয় ক্ষতি ।

অভিনেতা কিশোৰ দাসে যুজি যুজি হাৰি গল জীৱন যুজঁত। চেন্নাই চিকিৎসালয়ত অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে ।
02/07/2022

অভিনেতা কিশোৰ দাসে যুজি যুজি হাৰি গল জীৱন যুজঁত। চেন্নাই চিকিৎসালয়ত অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে ।

30/06/2022

বুধবাৰে অসম ক্ৰিকেট সন্থাই বৰষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰে এখনি শুভাৰম্ভণি আৰু উদ্বোধনী অনুষ্ঠান

Address

Pub Sarania, Bye Lane 6, West, PO, Silpukhuri, Guwahati, Assam 781003
Chandmari
781003

Alerts

Be the first to know and let us send you an email when ABB Khabar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ABB Khabar:

Share