ASOMI Live

ASOMI Live Assamese Web News Channel. Commitment towards General Public.

👉বিশ্বজয়! T20 বিশ্বকাপ ক্ৰিকেটৰ খিতাপ দখল ভাৰতৰ। দক্ষিণ আফ্ৰিকাক পৰাস্ত টীম ইণ্ডিয়াৰ। ৭ ৰানত জয়ী ভাৰত।
29/06/2024

👉বিশ্বজয়! T20 বিশ্বকাপ ক্ৰিকেটৰ খিতাপ দখল ভাৰতৰ। দক্ষিণ আফ্ৰিকাক পৰাস্ত টীম ইণ্ডিয়াৰ। ৭ ৰানত জয়ী ভাৰত।

আজিৰ টি২০ বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ জয় হোৱাৰ সম্ভাৱনা আছে নে আকৌ এবাৰ বিমুখ হ'ব ভাৰতীয় ক্ৰিকেট প্ৰেমী। অপেক্ষা মাত্ৰ কেই...
29/06/2024

আজিৰ টি২০ বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ জয় হোৱাৰ সম্ভাৱনা আছে নে আকৌ এবাৰ বিমুখ হ'ব ভাৰতীয় ক্ৰিকেট প্ৰেমী। অপেক্ষা মাত্ৰ কেইটামান ঘণ্টাৰ।

শ্বেফালী বাৰ্মাৰ বিশ্ব অভিলেখ; মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰদক্ষিণ আফ্ৰিকাৰ বিৰুদ্...
29/06/2024

শ্বেফালী বাৰ্মাৰ বিশ্ব অভিলেখ; মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত এই কৃতিত্ব অৰ্জন কৰা একমাত্ৰ ক্ৰিকেটাৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলা এদিনীয়া শৃংখলাত চমকপ্ৰদ প্ৰদৰ্শন কৰাৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজিৰ পৰা আৰম্ভ হোৱা একমাত্ৰ টেষ্ট মেচখনৰ প্ৰথম দিনটোতে কেইবাটাও ঐতিহাসিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

আফ্ৰিকাৰ বিৰুদ্ধে চেন্নাইত অনুষ্ঠিত হোৱা মেচখনত টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা শ্বেফালী বাৰ্মা আৰু স্মৃতি মান্ধানাৰ দৰ্শনীয় বেটিঙৰ সন্মুখত দিশহাৰা হৈ পৰে দক্ষিণ আফ্ৰিকা দলটোৰ বলাৰ।

মেচখনৰ প্ৰথম দিনটোতে বিশ্ব অভিলেখ গঢ়িলে শ্বেফালী বাৰ্মাই। মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্ৰুত দ্বিশতক অৰ্জন কৰা বেটছমেনৰূপে পৰিগণিত হ’ল শ্বেফালী বাৰ্মা। শ্বেফালীয়ে মাত্ৰ ১৯৪টা বলত দ্বিশতক অৰ্জন কৰে।

শ্বেফালীৰ উপৰি আনগৰাকী অপেনাৰ স্মৃতি মান্ধানাইও দৰ্শণীয় শতকীয় ইনিংছ খেলে। মান্ধানাই ১৯৪ ৰানৰ ইনিংছ খেলি আউট হয়। দুয়োজনে প্ৰথম উইকেটৰ যুটীত ২৯২ ৰান সংগ্ৰহ কৰে।

মান্ধানা আৰু শ্বেফালীৰ মাজত হোৱা ২৯২ ৰানৰ যুটীটো মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক অপেনিং যুটীৰ অভিলেখ।

মহিলা টেষ্ট ক্ৰিকেটত সৰ্বাধিক অপেনিং পাৰ্টনাৰশ্বিপ কৰা বেটছমেন

স্মৃতি মান্ধানা আৰু শ্বেফালী বাৰ্মা- ২৯২ ৰান

কিৰন বলুচ আৰু সাজিদা শ্বাহ- ২৪১ ৰান

কেৰোলীন এটকিন্স আৰু এৰন ব্ৰিণ্ডল- ২০০ ৰান।

09/08/2022

জালুকবাৰী সমষ্টিৰ চাংসাৰিত যুৱকসকলৰ কৃষি কৰ্ম। বৈজ্ঞানিক পদ্ধতিৰে কঠিয়া ৰোপনৰ শুভাৰম্ভ

09/08/2022

জালুকবাৰী সমষ্টিৰ চৰকাৰী বিদ্যালয়ত ব্যতিক্ৰমী দৃশ্য

ৰাজ্যবাসীৰ বাবে সুখবৰবন্ধ হব অসমৰ চাৰিটা টোলগেট
29/07/2022

ৰাজ্যবাসীৰ বাবে সুখবৰ
বন্ধ হব অসমৰ চাৰিটা টোলগেট

25/07/2022

কমলপুৰৰ বৰুৱাজানীত আঞ্চলিক ঈদ মেহফিল উদযাপন‌।

21/07/2022

চাংসাৰিত মডেলিং প্ৰশিক্ষণৰ সফল সামৰণি

17/07/2022

কামৰূপ জিলাৰ চাংসাৰিত মডেলিংৰ ৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ মুকলি

জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ দেহৱাসন।চেন্নাইৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ অভিনেতা গৰাকীৰ
02/07/2022

জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ দেহৱাসন।
চেন্নাইৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ অভিনেতা গৰাকীৰ

বিজেপিৰ পৰা পদত্যাগ কৰিলে হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাই। ছচিয়েল মিডিয়া যোগে অৱগত কৰিলে ।
24/06/2022

বিজেপিৰ পৰা পদত্যাগ কৰিলে হিন্দুত্ববাদী নেতা সত্য ৰঞ্জন বৰাই। ছচিয়েল মিডিয়া যোগে অৱগত কৰিলে ।

17/06/2022

জালুকবাৰী সমষ্টিৰ চাংসাৰিত কৃত্ৰিম বানৰ সমস্যা। অতিশীঘ্ৰে সমস্যা সমাধানৰ দাবী চাংসাৰিবাসী ৰাইজৰ

Address

Changsari
781101

Telephone

+917086137928

Website

Alerts

Be the first to know and let us send you an email when ASOMI Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ASOMI Live:

Share