News IAK

News IAK No

16/08/2025

অসম ৰাজ্যিক জৱাহৰ বাল মঞ্চ আৰু আহমেদ হুছেইন মেমৰিয়েল ফাউণ্ডেচনৰ উদ্যোগত চাপৰৰ বাংগালঢোবা অঞ্চলস্থিত ফলিমাৰী আৰু চৈবাৰী চাহ বাগিছাত ৬০০তকৈ অধিক ৰাইজৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ঔষধ বিতৰণ কাৰ্যসূচী আয়োজন কৰা হয়।

31/07/2025

APPRENTICESHIP (NATS) প্ৰশিক্ষণৰ দ্বাৰাই আমি কি কি কৰিব পাৰি।

ৰাষ্ট্ৰীয় শিকাৰ্থী প্ৰশিক্ষণ আঁচনি (NATS) হৈছে Apprentices Act, 1961 অনুসৰি চলা এখন মুখ্য আঁচনি। এই আঁচনিয়ে টেকনিকেল, ডিপ্ল’মা, ভ’কেচনেল আৰু জেনেৰেল স্ট্ৰীমৰ স্নাতকসকলক 126টা ক্ষেত্ৰত প্ৰাকটিকেল "on the Job ৰ " প্ৰশিক্ষণ দিয়ে।

এই প্ৰশিক্ষণৰ সময়সীমা 6 মাহৰ পৰা 1বছৰ লৈকে কিছুমান ক্ষেত্ৰত 3 বছৰলৈকে বৃদ্ধি কৰিব পাৰি ।

টেকনিকেল ,ইঞ্জিনীয়াৰিং, ফাৰ্মাচি, HMCT, আৰ্খিটেকচাৰ আদি আৰু সাধাৰণ কমাৰ্চ, কলা, বিজ্ঞান বিভাগৰ স্নাতক বা ডিপ্ল’মা অধিকাৰীসকলেও Apprenticeship Training ৰ সহায়ত লব পাৰে।

স্টাইপেণ্ড,প্ৰতি মাহে 9,000 হেজাৰ স্নাতক আৰু 8,000 হেজাৰ ডিপ্ল’মা ধাৰী সকলক চৰকাৰে ৫০% টকা নিয়োগকাৰীক ঘূৰাই দিয়ে।

সার্টিফিকেট অফ প্ৰ'ফিচিয়েঞ্চি: সফলতাৰ পিছত ভাৰত চৰকাৰে প্ৰদান কৰিবৱ। সকলো ৰাজ্যত চাকৰি বিচাৰোতা হিচাপে স্বীকৃত হৱl

অভিজ্ঞতা: চৰকাৰী, ৰাজ্যিক আৰু ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি বাস্তৱ অভিজ্ঞতা আৰু soft skill উন্নয়ন কৰিব পাৰিব।

চৰকাৰৰ পৰা ৫০% স্টাইপেণ্ডৰ আৰ্থিক সহায় এই Apprenticeship প্ৰশিক্ষণৰ জৰিয়তেই পাব ।

প্ৰশিক্ষণৰ অন্তত ভাৰত চৰকাৰে প্ৰমাণপত্ৰ প্ৰদান কৰিব। অধিক জানিব বাবে Chapar Commercial Institute(ITI) যোগাযোগ কৰক।

-

25/07/2025

ৰাজ্যিক জৱাহৰ বাল মঞ্চৰ Chief Coordinator ডক্টৰ সাজিত হুছেইনৰ নিৰ্দেশ মৰ্মে আৰু ধুবুৰী জিলা জৱাহৰ বাল মঞ্চৰ উদ্যোগত ফলিমাৰীত M.E স্কুল প্ৰাংগনত কণ কণ লৰা-ছোবালীৰ মাজত কুইজ প্ৰতিযোগিতা আৰু বিভিন্ন ধৰনৰ খেল ধেমালি প্ৰতিযোগিতাৰ শুভ আৰম্ভ কৰা হয়। এই শুভ উদ্বোধনীত উপস্থিত থাকে ধুবুৰী জিলা Chief Coordinator শ্বাহ আলম খান, Organising Coordinator কছেৰ খান,Coordinator ইফিয়াৰ আলম খান,জুলফিকাৰ আলি আৰু বহুত কৰ্মকৰতা সকল।

24/07/2025

বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বেঙাপাৰত ভাৰত চৰাৰৰ হস্তশিল্প উন্নয়ন আয়ুক্ত কাৰ্যালয়ৰ CHAPAL শিবিৰ।

18/07/2025

AMTRON ৰ AI APP সম্পৰ্কত কলেজীয়া ছাত্র-ছাত্রীৰ অন্তর্বত্তীকালিন প্রশিক্ষণ ।

১৫ জুলাই তাৰিখে Assam Electronic Development Corporation Ltd ( AMTRON) ৰ শিক্ষা আৰু প্রশিক্ষণ বিভাগৰ দ্বাৰা পৰিচালিত কলেজীয়া ছাত্র-ছাত্রীৰ বাধ্যতামূলক সন্তর্বত্তীকালীন প্রশিক্ষণ( Internship) ৰ চাপৰৰ ৰত্নপীঠ কলেজ আৰু বিলাসীপাৰা কলেজ শিবিৰত AMTRON ৰ মুখ্য উপদেষ্টা তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) ৰ প্ৰাক্তন সচিব শ্রীযুত কমলজ্যোতি গগৈ, প্রগ্রেম অফিছাৰ শ্রীমতি আতিফা দেশমুখীয়া আৰু কৃত্রিম বুদ্ধিমত্তা( Artificial Intelligenu) বিষয়া শ্রীযুত হিমাংশু মহন্ত উপস্থিত হয় আৰু ছাত্র ছাত্রী সকলৰ লগত মত বিনিময় কৰে | AMTRONG ৰ সদস্য সকলৰ লগতে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ তছিম উদ্দিন আহমেদ উপস্থিত থাকে আৰু সহযোগিতা আগবঢ়ায় | জুলাই মাহৰ প্রথম সপ্তাহৰ পৰা সমগ্র অসমতেই সাধক্ষ হোরা স্নাতক ৪র্থ ষান্মাসিক শ্ৰেণীৰ ছাত্র-ছানী বাধ্যতামুলক এই প্রশিক্ষণ স্নাতক অর্হতা প্ৰাপ্তৰ বাবে বাধ্যতামুলক বুলি উল্লেখ কৰি মুখ্য উপদেষ্টা গৰাকিয়ে দুয়োখন কলেজৰ ছাত্র-ছাত্রীক স্বাভাবিক বুদ্ধিমত্তা ( Natural Intelligence) ক সম্পর্কে সংগত কৰায়৷ প্রায় এঘন্টা জোৰা ব্ক্তব্যত গগৈ মহাশয়ে পৰামর্শ দি যায় যে প্রতিজন ছাত্র-ছাত্রী তেওঁৰ বিশেষ বুদ্ধিমত্তাক অগ্ৰাধিকাৰ তাক বিকাশ কৰিব লাগে আৰু ভৱিষ্যত জীৱনৰ লক্ষ্য নির্ধাৰণ কবি আগবাঢ়িব লাগে। লগতে তেও পৰামর্শ দিয়ে যে এমাহ জোৰা হব লগীয়া প্রশিক্ষণ শিবিৰত যি সকল প্রশিক্ষকে প্রশিক্ষণ দি আছে তেওঁলোকৰ পৰা শিক্ষনীয় বিষয়বোৰ যেন প্রশিক্ষাৰ্থী সকলে গুৰুত্ব সহকাৰে আয়ত্ব কৰি লয় আৰু প্রশিক্ষনত ভাল নম্বৰ লাভ কৰিব পাৰে |
অতিফা মহাশয়াই Soft Skill ৰ ওপৰত সুন্দৰ কৈ বক্তব্য ৰাখে আৰু এই দক্ষতা কি তাৰ প্রয়োজনীয়তা কি আৰু এই দক্ষতা সমূহ কেনেকৈ বিকাশ ঘটাব পাৰি তাৰ বিষয়ে বিতং আলোচনা আগবঢ়ায় | তেখেতে অন্তৰঙ্গ ভাবে ছাত্র-ছাত্রীৰ লগত মত বিনিময় কৰে |
শ্রীযুত মিমাংশু মহন্তই কৃত্রিম বুদ্ধিমত্তা (Artificial Intelligence) সম্পর্কে ছাত্র-ছাত্রীক বিতংকৈ বুজাই দিয়ে আৰু তেও কয় যে AI সম্পর্কে অভিজ্ঞ হোৱাটো বর্তমান সময় ছাত্র-ছাত্রীৰ বাবে খুবেই প্রয়োজন | তেঁও কয় যে AI প্রয়োগ কৰি কঠিন কামবোৰ যে সহজতে আৰু খুব কম সময়ৰ ভিতৰত কৰিব পাৰি সেয়ে নহয় , AI App প্রয়োগ কৰি এজন ছাত্র বা ছাত্রী সাৱলম্বী হব পাৰে |
বিলাসীপাৰা মহাবিদ্যালয়ত চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তছিম উদ্দিন আহমেদেও communication Skilla ৰ ওপৰত চমু বক্তব্য ৰাখি কয় যে ছাত্র-ছাত্রী সকলে ইংৰাজ ভাষা শুদ্ধকৈ শিকাৰ প্রয়োজন | ইংৰাজী ভাষাৰ প্রয়োগ সবিহনে ছাত্র-ছাত্রী সকলে ভবিষ্যতে বহুতো অসুবিধাৰ সন্মুখীন হব লগা হব বুলি তেও উল্লেখ কৰে৷
উল্লেখ যে ৰত্নপীঠ মহাবিদ্যালয়ত প্রায় আৰু বিলাসীপাৰা মহাবিদ্যালয়ত প্রায় ছাত্র-ছাত্রী প্রশিক্ষণ গ্ৰহণ কৰি আছে | প্রশিক্ষণ শিকিব সমূহ পৰিচালনাৰ বাবে AMTRON ৰ তৰফৰ উপযুক্ত অইতা সম্পন্ন প্রশিকণ নিযুক্তি দিয়া হৈছে আৰু তেঁওলোকে ৰাতিপুৱা ৯বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে নিয়মিত ভাবে প্রশিক্ষণ দি থকা হৈছে। প্রশিক্ষণ শিবিৰৰ কাম কাজবোৰ পৰ্য্যবেক্ষণ কৰি মুখ্য উপদেষ্টা মহাশয়ে সন্তুষ্টি প্রকাশ কৰে।

18/07/2025

*AMTRON ৰ AI APP সম্পৰ্কত কলেজীয়া ছাত্র-ছাত্রীৰ অন্তর্বত্তীকালিন প্রশিক্ষণ*।

১৫ জুলাই তাৰিখত Assam Electronic Development Corporation Ltd ( AMTRON) ৰ শিক্ষা আৰু প্রশিক্ষণ বিভাগৰ দ্বাৰা পৰিচালিত কলেজীয়া ছাত্র-ছাত্রীৰ বাধ্যতামূলক সন্তর্বত্তীকালীন প্রশিক্ষণ(Internship) ৰ চাপৰৰ ৰত্নপীঠ কলেজ আৰু বিলাসীপাৰা কলেজ শিবিৰত AMTRON ৰ মুখ্য উপদেষ্টা তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC) ৰ প্ৰাক্তন সচিব শ্রীযুত কমলজ্যোতি গগৈ, প্রগ্রেম অফিছাৰ শ্রীমতি আতিফা দেশমুখীয়া আৰু কৃত্রিম বুদ্ধিমত্তা( Artificial Intelligenu) বিষয়া শ্রীযুত হিমাংশু মহন্ত উপস্থিত হয় আৰু ছাত্র ছাত্রী সকলৰ লগত মত বিনিময় কৰে | AMTRONG ৰ সদস্য সকলৰ লগতে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ তছিম উদ্দিন আহমেদ উপস্থিত থাকে আৰু সহযোগিতা আগবঢ়ায় | জুলাই মাহৰ প্রথম সপ্তাহৰ পৰা সমগ্র অসমতেই সাধক্ষ হোরা স্নাতক ৪র্থ ষান্মাসিক শ্ৰেণীৰ ছাত্র-ছানী বাধ্যতামুলক এই প্রশিক্ষণ স্নাতক অর্হতা প্ৰাপ্তৰ বাবে বাধ্যতামুলক বুলি উল্লেখ কৰি মুখ্য উপদেষ্টা গৰাকিয়ে দুয়োখন কলেজৰ ছাত্র-ছাত্রীক স্বাভাবিক বুদ্ধিমত্তা ( Natural Intelligence) ক সম্পর্কে সংগত কৰায়৷ প্রায় এঘন্টা জোৰা ব্ক্তব্যত গগৈ মহাশয়ে পৰামর্শ দি যায় যে প্রতিজন ছাত্র-ছাত্রী তেওঁৰ বিশেষ বুদ্ধিমত্তাক অগ্ৰাধিকাৰ তাক বিকাশ কৰিব লাগে আৰু ভৱিষ্যত জীৱনৰ লক্ষ্য নির্ধাৰণ কবি আগবাঢ়িব লাগে। লগতে তেও পৰামর্শ দিয়ে যে এমাহ জোৰা হব লগীয়া প্রশিক্ষণ শিবিৰত যি সকল প্রশিক্ষকে প্রশিক্ষণ দি আছে তেওঁলোকৰ পৰা শিক্ষনীয় বিষয়বোৰ যেন প্রশিক্ষাৰ্থী সকলে গুৰুত্ব সহকাৰে আয়ত্ব কৰি লয় আৰু প্রশিক্ষনত ভাল নম্বৰ লাভ কৰিব পাৰে |
অতিফা মহাশয়াই Soft Skill ৰ ওপৰত সুন্দৰ কৈ বক্তব্য ৰাখে আৰু এই দক্ষতা কি তাৰ প্রয়োজনীয়তা কি আৰু এই দক্ষতা সমূহ কেনেকৈ বিকাশ ঘটাব পাৰি তাৰ বিষয়ে বিতং আলোচনা আগবঢ়ায় | তেখেতে অন্তৰঙ্গ ভাবে ছাত্র-ছাত্রীৰ লগত মত বিনিময় কৰে |
শ্রীযুত মিমাংশু মহন্তই কৃত্রিম বুদ্ধিমত্তা (Artificial Intelligence) সম্পর্কে ছাত্র-ছাত্রীক বিতংকৈ বুজাই দিয়ে আৰু তেও কয় যে AI সম্পর্কে অভিজ্ঞ হোৱাটো বর্তমান সময় ছাত্র-ছাত্রীৰ বাবে খুবেই প্রয়োজন | তেঁও কয় যে AI প্রয়োগ কৰি কঠিন কামবোৰ যে সহজতে আৰু খুব কম সময়ৰ ভিতৰত কৰিব পাৰি সেয়ে নহয় , AI App প্রয়োগ কৰি এজন ছাত্র বা ছাত্রী সাৱলম্বী হব পাৰে |
বিলাসীপাৰা মহাবিদ্যালয়ত আছিম উদ্দিন আহমেদেও communication Skilla ৰ ওপৰত চমু বক্তব্য ৰাখি কয় যে ছাত্র-ছাত্রী সকলে ইংৰাজ ভাষা শুদ্ধকৈ শিকাৰ প্রয়োজন | ইংৰাজী ভাষাৰ প্রয়োগ সবিহনে ছাত্র-ছাত্রী সকলে ভবিষ্যতে বহুতো অসুবিধাৰ সন্মুখীন হব লগা হব বুলি তেও উল্লেখ কৰে৷
উল্লেখ যে ৰত্নপীঠ মহাবিদ্যালয়ত প্রায় আৰু বিলাসীপাৰা মহাবিদ্যালয়ত প্রায় ছাত্র-ছাত্রী প্রশিক্ষণ গ্ৰহণ কৰি আছে | প্রশিক্ষণ শিকিব সমূহ পৰিচালনাৰ বাবে AMTRON ৰ তৰফৰ উপযুক্ত অইতা সম্পন্ন প্রশিকণ নিযুক্তি দিয়া হৈছে আৰু তেঁওলোকে ৰাতিপুৱা ৯বজাৰ পৰা বিয়লি ৪.৩০ বজালৈকে নিয়মিত ভাবে প্রশিক্ষণ দি থকা হৈছে। প্রশিক্ষণ শিবিৰৰ কাম কাজবোৰ পৰ্য্যবেক্ষণ কৰি মুখ্য উপদেষ্টা মহাশয়ে সন্তুষ্টি প্রকাশ কৰে।

GOOD NEWS 👉 CCI GYM GRAND OPENING 11/01/2024
02/12/2023

GOOD NEWS

👉 CCI GYM
GRAND OPENING 11/01/2024

হঠাৎ মোবাইল ফোন Emergency Alert  ভয় খোৱাৰ কোনো কাৰন নাই। এইটো ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ দ্বাৰা Cell Broadcasting Syst...
30/10/2023

হঠাৎ মোবাইল ফোন Emergency Alert ভয় খোৱাৰ কোনো কাৰন নাই।

এইটো ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ দ্বাৰা Cell Broadcasting System ৰ জৰিয়তে প্ৰেৰণ কৰা SAMPLE TESTING MESSAGE। অনুগ্ৰহ কৰি এই বাৰ্তাটো আওকাণ কৰক কাৰণ আপোনাৰ শেষৰ পৰা কোনো কাৰ্য্যৰ প্ৰয়োজন নাই। এই বাৰ্তাটো ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰূপায়ণ কৰি থকা প্যান-ইণ্ডিয়া ইমাৰ্জেন্সি এলাৰ্ট চিষ্টেম পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰা আৰু জৰুৰীকালীন অৱস্থাত সময়মতে সতৰ্কবাণী প্ৰদান কৰা।

30/10/2023
অসম জৱাহৰবাল মঞ্চ আৰু Dr. Sajid Hussain Fun club ৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিত। 📲যোগাযোগ : 9394936620Organized by Dr S...
28/09/2023

অসম জৱাহৰবাল মঞ্চ আৰু Dr. Sajid Hussain Fun club ৰ উদ্যোগত মাৰাথন দৌৰ প্ৰতিযোগিত। 📲যোগাযোগ : 9394936620

Organized by
Dr Sajid Fan Club & JBM, Assam

Address

Chapar
783371

Telephone

+19365414350

Website

Alerts

Be the first to know and let us send you an email when News IAK posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News IAK:

Share