Chapar Daily News

Chapar Daily News media

ইতিহাস ৰচি পুনৰবাৰ আই পি এলৰ খিতাপ দখল কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে। 👑🏏
31/05/2026

ইতিহাস ৰচি পুনৰবাৰ আই পি এলৰ খিতাপ দখল কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে। 👑🏏

ইতিহাস ৰচি পুনৰবাৰ আই পি এলৰ খিতাপ দখল কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে। অধিনায়ক ৰাজত পাটিদাৰৰ নেতৃত্বত দুর্দান্ত প...
31/05/2026

ইতিহাস ৰচি পুনৰবাৰ আই পি এলৰ খিতাপ দখল কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুয়ে। অধিনায়ক ৰাজত পাটিদাৰৰ নেতৃত্বত দুর্দান্ত প্ৰদৰ্শনেৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হৈ নতুন নজিৰ স্থাপন কৰিলে আৰচিবিয়ে। 👑🏏

31/05/2026

🏆 একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এল চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

31/05/2026


RCB

🏆 একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলত চেম্পিয়ন হোৱাৰ দুৱাৰমুখত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু!
31/05/2026

🏆 একেৰাহে দ্বিতীয়বাৰৰ বাবে আই পি এলত চেম্পিয়ন হোৱাৰ দুৱাৰমুখত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু!

IPL ২০২৬ৰ অৰেঞ্জ কেপ নিশ্চিত হ'ল বৈভৱ সূৰ্যবংশীৰফাইনেলত ব্যর্থ গীল-সাই সুদর্শন
31/05/2026

IPL ২০২৬ৰ অৰেঞ্জ কেপ নিশ্চিত হ'ল বৈভৱ সূৰ্যবংশীৰ
ফাইনেলত ব্যর্থ গীল-সাই সুদর্শন

31/05/2026

আই পি এল ২০২৬ৰ খিতাপ জয় কৰিবলৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ প্ৰয়োজন মাত্ৰ ৪২ বলত ৩০ ৰান।

King always KingIPL ২০২৬ৰ ফাইনেলত ২৫টা বলত  বিৰাট কোহলীৰ অৰ্ধশতক।
31/05/2026

King always King
IPL ২০২৬ৰ ফাইনেলত ২৫টা বলত বিৰাট কোহলীৰ অৰ্ধশতক।

শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় ছিৰিজৰ বাবে ভাৰত ‘এ’ দলত ঋতুৰাজ গাইকোৱাড়ক অন্তৰ্ভুক্ত কৰিছে ভাৰতীয় ক্ৰিকেট নিয...
31/05/2026

শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় ছিৰিজৰ বাবে ভাৰত ‘এ’ দলত ঋতুৰাজ গাইকোৱাড়ক অন্তৰ্ভুক্ত কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI)। হামষ্ট্ৰিং আঘাতৰ বাবে দলৰ উপ-অধিনায়ক ৰিয়ান পৰাগ ছিৰিজৰ পৰা বাদ পৰাৰ পিছতে তেওঁৰ সলনি গাইকোৱাড়ক দলত অন্তৰ্ভুক্ত কৰা হৈছে।

Source:- x.com

31/05/2026

Address

Chapar
783371

Telephone

+918486644291

Website

Alerts

Be the first to know and let us send you an email when Chapar Daily News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Chapar Daily News:

Share