Direct News Asom

Direct News Asom Direct News Asom is a web portal news channel, Plz follow us on Facebook Twitter Instagram YouTube To Communicate +919401243229, +917670005758
(1)

04/11/2025

দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্তৰ সংবাদমেল।।।

04/11/2025

ৰিণিকীৰ বিষয়ে ধুবুৰী বাসীয়ে কি ভাবে?
কমেন্টত জনাব।।।

04/11/2025

📌 পাকাবেতবাৰী ব্লকৰ কৰ্মচাৰীক প্ৰহাৰঃ কুড়ি দিন অতিক্ৰম কৰাৰ পিছতো কৰায়ত্ব নহল অভিযুক্ত তাইজুদ্দিন।

03/11/2025

Courtesy from Rafa Yasmin FB Page

03/11/2025

📌 হাটশিঙিমাৰীত এন এইচ এম কৰ্মচাৰীৰৰ (NHM) বিক্ষোভ প্ৰদৰ্শন।।।
📌 কৰ্ম বিৰতি ও অৱস্হান ধৰ্মঘট লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জনায়।।।
তেখেতেৰ ন্যায় বাবে দাবীৰ জনায়।।।

01/11/2025

পাকাবেতবাৰীত পঞ্চায়ত কাৰ্যালয়ত জুবিনৰ নামত পুথিভঁৰালৰ দাবী জুবিন অনুৰাগীৰ।।।

01/11/2025

হাটশিঙিমাৰী প্ৰেছ ক্লাৱত জিলা কৃষিবিভাগৰ বিষয়ে ভয়ংকৰ দূৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপিত কৰে জিলা উন্নয়ন মঞ্চৰ উদ্যোগত আজি সংবাদমেলৰ জৰিয়তে উল্লেখ কৰে।

Day 1 Box Office Collection 1.5 Cr.
01/11/2025

Day 1 Box Office Collection 1.5 Cr.

31/10/2025

যোৱা ২৮ অক্টোবৰ বহলপুৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত NSUI বাদে চাপৰৰ সসকলো দল সংগঠনৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সকল জয়ী হয় ।।

30/10/2025

📌 গৌৰীপুৰ আলমগঞ্জত বুজন পৰিমাণৰ ড্ৰা**গছ*সহ আটক দুই সৰ্বৰাহকাৰী।

29/10/2025

৬২ তম মধ্য পাণ্ডুৰী আঞ্চলিক শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা মহোৎসৱ, জামতোলা, ৰঙিয়া।

28/10/2025

ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা।
ৰঙিয়াৰ পিতাম্বৰ হাটবজালীত ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ৫২ তম আঞ্চলিক শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা।

Address

NH17
Chapar
783371

Alerts

Be the first to know and let us send you an email when Direct News Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Direct News Asom:

Share