Mata Vaishno Devi Katra

Mata Vaishno Devi Katra Mata Vaishno Devi Katra is a dedicated page that serves as a spiritual hub for devotees of the revered Hindu goddess, Mata Vaishno Devi. Jai Mata Di

Our page aims to provide valuable information to our followers.

মাতা বৈষ্ণো দেৱী শক্তি, ভক্তি আৰু বিশ্বাসৰ এক পবিত্ৰ প্ৰতীক। জম্মু-কাশ্মীৰৰ ত্ৰিকূট পৰ্বতৰ পবিত্ৰ গুহাত থকা মাতা বৈষ্ণো ...
15/08/2026

মাতা বৈষ্ণো দেৱী শক্তি, ভক্তি আৰু বিশ্বাসৰ এক পবিত্ৰ প্ৰতীক। জম্মু-কাশ্মীৰৰ ত্ৰিকূট পৰ্বতৰ পবিত্ৰ গুহাত থকা মাতা বৈষ্ণো দেৱীৰ দৰ্শন কৰিবলৈ দেশ-বিদেশৰ লাখ লাখ ভক্তই প্ৰতি বছৰে যাত্ৰা কৰে। বিশ্বাস কৰা হয় যে মাতাৰ আশীৰ্বাদে ভক্তৰ জীৱনত সাহস, শান্তি আৰু ইতিবাচক শক্তি কঢ়িয়াই আনে।

🙏 জয় মাতা দি 🙏

মাতা ৰাণী বৈষ্ণো দেৱী—ভক্তি, বিশ্বাস আৰু আশীৰ্বাদৰ এক অপূৰ্ব শক্তিৰ নাম। ❤️

পুনৰ এবাৰ মাতা ৰাণীৰ পবিত্ৰ ধামলৈ যাত্ৰা কৰিবলৈ ওলাইছোঁ।
এইবাৰ ৫ অক্টোবৰত মাতা ৰাণীৰ দৰ্শন লাভ কৰাৰ সৌভাগ্য হ’ব বুলি আশা কৰিছোঁ। 🙏

মাতাৰ কৃপাই আমাৰ সকলোৰে জীৱন সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে ভৰাই তোলক।
যদি কোনোবাৰ মাতা ৰাণীৰ দৰ্শন কৰিবলৈ যোৱাৰ ইচ্ছা আছে, মোৰ লগত যাব পাৰে। যাত্ৰাৰ ক্ষেত্ৰত যিমান পাৰোঁ সম্পূৰ্ণ সহায়-সহযোগিতা কৰিম। ❤️

মাতা ৰাণীয়ে সকলোৰে মনোকামনা পূৰ্ণ কৰক।
জয় মাতা দি! 🚩🙏❤️

জয় মা কামাখ্যা।
15/08/2026

জয় মা কামাখ্যা।

এবছৰ আগৰ ফটো। মাতা বৈষ্ণ দেৱীক দৰ্শন কৰিবলৈ যোৱা সময়ত ত্ৰিকুতা পৰ্বতত উঠা। জয় মাতা দি।
10/08/2026

এবছৰ আগৰ ফটো। মাতা বৈষ্ণ দেৱীক দৰ্শন কৰিবলৈ যোৱা সময়ত ত্ৰিকুতা পৰ্বতত উঠা। জয় মাতা দি।

পুনৰ গৈ আছোঁ মাতা ৰাণীৰ ওচৰলৈ। জয় জয় মাতা দি। যাব নেকি?
04/08/2026

পুনৰ গৈ আছোঁ মাতা ৰাণীৰ ওচৰলৈ। জয় জয় মাতা দি। যাব নেকি?

জয় মাত দি।
16/06/2026

জয় মাত দি।

14/06/2026

জয় বাবা অগ্নিনাভ।

জয় মাতা দি।
14/06/2026

জয় মাতা দি।

15/01/2026
15/01/2026

Jai Mata Di....

01/01/2026

Address

Near Gandhi Maidan Chapar
Chapar

Website

Alerts

Be the first to know and let us send you an email when Mata Vaishno Devi Katra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share