DK Axom 7 live

DK Axom 7 live আমি আছোঁ আপোনাৰ লগত।।

06/12/2024

রূপ সাগরে জলক মারিয়া কি রূপ তুই দেখালী মোর।।।

25/05/2023

➡️kharghuli Pipe Burst: খাৰঘূলিত ভয়ংকৰ ঘটনা;
➡️Gemon Jicaৰ মেইন লাইনৰ পাইপ ফুটি ৰূপ ল’লে প্ৰাণঘাতকৰ, এগৰাকী মহিলাৰ মৃত্যু,
➡️৪০টাকৈ ঘৰ, Watch পানীৰ বিস্ফোৰক সদৃশ ৰূপ
➡️খাৰঘূলিত ভয়ংকৰ ঘটনাত এগৰাকী মহিলাৰ মৃত্যু,

IPL জন্মৰ পৰাই CSK ৰ গ্ৰাফৰেখা  নেতৃত্ব
24/05/2023

IPL জন্মৰ পৰাই CSK ৰ গ্ৰাফৰেখা
নেতৃত্ব

দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত গৰৈমাৰীৰ নাছিৰুজামান ফাৰুকিযে লাভ কৰিলে সপ্তম স্থান।।
22/05/2023

দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত গৰৈমাৰীৰ নাছিৰুজামান ফাৰুকিযে লাভ কৰিলে সপ্তম স্থান।।

লখিমপুৰত নতুন SP আনন্দ মিশ্ৰ। অপৰাধীৰ ভেঁটিত কঁপনি।।
20/05/2023

লখিমপুৰত নতুন SP আনন্দ মিশ্ৰ। অপৰাধীৰ ভেঁটিত কঁপনি।।

03/05/2023

🔴 কাল ধুমূহাই কালাতলী পথাৰ চকৰ দলংৰ ওপৰত পেইলাই থৈ গল বাঁহ গছ...
🔴কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিল চলাচল!!

02/05/2023

🔴➡️ বৰপেটা জিলাৰ ভাইৰেল মহিৰ মখুত গোৱালপৰীয়া গান!
🔴 বাৰো মাহে তেৰো ফুল ফুটে!

02/05/2023

🔴➡️অসমীয়া জাতিৰ গামোচা ভৰিৰে ➡️মোসতিয়াই বিপদত পৰা কৰিশ্মা নাথে
➡️আজি ক্ষমা খুজিলে গোটেই অসম বাসিৰ ওচৰত ।

30/04/2023

🔴নগৰবেৰাৰ ভখুৰাদিয়াত চাঞ্চল্য
🔴মৰাপাট খেতিত উদ্ধাৰ যুৱকৰ মৃতদেহ
🔴দূৰ্বৃত্তই হত্যা কৰি পেলাই থোৱাৰ সন্দেহ
🔴মৃতদেহটো গাঁওখনৰ বিল্লাল হুছেইনৰ পুত্ৰ 🔴লালচান আলীৰ বুলি চিনাক্ত কৰা হৈছে।

14/04/2023

বিজেপিৰ নেতা-কৰ্মী আইনৰ উৰ্ধত নেকি ?

এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয়ে ৱান ওৱেত সোমাই পথচাৰী দ্বীপজ্যোতি ভট্ৰাচাৰ্যক খুন্দিয়ায়, লগতে কনভয়ত থকা লোকে ধমকি দি যায়। এয়া কি! গুণ্ডাগিৰি নহয় নে ?

ৰাইজৰ ভোট লৈ শাসনত যোৱাৰ পিছত কি লৈ ইমান অহংকাৰ। ৰাইজৰ ভাল-বেয়া বিচাৰ নকৰা হৈছে। কেৱল নিজৰ স্বাৰ্থ আৰু বিলাসিতাত মগ্ন কিয়? কেতিয়ালৈ ইয়াৰ স্থায়িত্ব ?

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইয়াৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিলে নে?

07/04/2023

🔴হিন্দু ৰাষ্ট্ৰ আৰু যোগী চৰকাৰৰ বুল্ডুজাৰে আনন্দিত সনাতনী।।

🔴সনাতন ধৰ্মৰ লোক সকলে হিন্দু ৰাষ্ট্ৰ বিচাৰি আছে তাৰে এক দৃশ্য।

🔴 গুৱাহাটীত অনুষ্ঠিত হব হাই ভল্টেজ ক্ৰিকেট খেল।
04/04/2023

🔴 গুৱাহাটীত অনুষ্ঠিত হব হাই ভল্টেজ ক্ৰিকেট খেল।

Address

Kalatoli Pathar
Chhaygaon
781136

Telephone

+19859466389

Website

Alerts

Be the first to know and let us send you an email when DK Axom 7 live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share