DOBOKA LIVE NEW

DOBOKA LIVE NEW সত্যৰ সন্ধানত থাকিম আমি
(3)

29/07/2026

বদৰুদ্দিন আজমলৰ আন এক প্ৰশংসনীয় পদক্ষেপ। এইবাৰ হাজাৰ হাজাৰ কৃষকৰ বাবে পদক্ষেপ লৈছে আজমলে। চাওঁক বিশেষ প্ৰতিবেদন।

29/07/2026

উজনিৰ বানাক্ৰান্তৰ বাবে আল্লাহৰ ওচৰত কান্দি কান্দি দোৱা ডবকাৰ এজাক কণ কণ শিক্ষাৰ্থীৰ। চাওক বিশেষ প্ৰতিবেদন

29/07/2026

ডবকাত বৃদ্ধি পাইছে গৰু চোৰৰ সন্ত্ৰাস। নিশা মোবাৰক বস্তীৰ পৰা চোৰে লৈ গল কেইবাটাও গৰু। চাওঁক বিশেষ প্ৰতিবেদন।

29/07/2026

ডবকাৰ লাইফ কেয়াৰৰ ওচৰত নগদ ধনৰ লগতে কিছু নথি পত্ৰ পোৱা গৈছে। জাৰুণীৰ এজন যুৱকে পাইছে বস্তুখিনি। ভিডিঅটো শ্বেয়াৰ কৰি যাতে নিজৰ বস্তুখিনি পায় লোকজনে।যোগাযোগ: 8474892855

29/07/2026

স্কুল কলেজৰ ওচৰৰ দোকানীসকলৰ বাবে ডাঙৰ খবৰ। কিয়নো প্ৰশাসনে আৰম্ভ কৰিছে বিশেষ অভিযান। চাওঁক বিশেষ প্ৰতিবেদন।

28/07/2026

হোজাই জিলাৰ ডবকাৰ এজন চাহ পৰঠা ৱালা। নাম আবু তাহেৰ। আজিও পোৱা নাই ভাল সুবিধা।

28/07/2026

আজমলৰ কাম দেখি বিৰোধীয়েও কৰিছে প্ৰশংসা

28/07/2026

ডবকাৰ এগৰাকী ব্যতিক্ৰমী যুৱতী! সকলোকে জনাইছে নিমন্ত্ৰণ

28/07/2026

উজনি অসমৰ ভয়াবহ বান পৰিস্থিতি.। হোজাইৰ হাম হস্পিটেলৰ অভিজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ এক বৃহৎ দলে বানপীড়িত অঞ্চলসমূহলৈ যাত্ৰা আৰম্ভ কৰিছে।

27/07/2026

মানুহ মানুহৰ বাবে। উজনিৰ বানাক্ৰান্তক সহায় কৰিবলৈ সাহাৰ্য বিচাৰি ওলাইছে এদল শিক্ষাৰ্থী

Address

DOBOKA
Dabaka
782440

Telephone

+917099166524

Website

Alerts

Be the first to know and let us send you an email when DOBOKA LIVE NEW posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DOBOKA LIVE NEW:

Share