JK LIVE 24X7

JK LIVE 24X7 অসমৰ যিকোনো খবৰৰ বাবে চাই থাকক J K LIVE
(5)

30/07/2026

গছত উঠি জীৱন ৰক্ষা কৰা কণমাণি শিশুজনৰ মুখেৰে শুনক সেই ভয়ংকৰ অভিজ্ঞতা।

29/07/2026

ৰাতি দুটা বজালৈকে অপেক্ষা কৰি বানপীড়িত লোকক সহায় কৰিলে এই হৃদয়বান মহিলাগৰাকীয়ে।

29/07/2026

মানৱতাই মানুহক সঁচা অৰ্থত মহান কৰি তোলে। ধন-সম্পদ, ক্ষমতা বা পৰিচয়তকৈও মূল্যৱান হৈছে বিপদৰ সময়ত আনৰ কাষত থিয় হোৱাৰ মানসিকতা।

28/07/2026

বানপিড়ীত লোক সকলক কিছু পৰিমানে সহায়ৰ বাবে ৷

28/07/2026

হোজাইৰ হাম হস্পিটেলৰ অভিজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ এক বৃহৎ দলে বানপীড়িত অঞ্চলসমূহলৈ যাত্ৰা আৰম্ভ কৰিছে।

27/07/2026

ডবকাত প্ৰতিটো বিদ্যালয়ৰ সম্মূখত আৰক্ষী আৰু স্বাস্থ বিভাগৰ অভিযন

27/07/2026

ডবকাত ধপাতজাতীয় সামগ্ৰীৰ বিৰুদ্ধে দোকানে দোকানে অভিযান

26/07/2026

বানৰ পানী কমিছে কিন্তু কমা নাই বানপীড়িত ৰাইজৰ দুখ-কষ্ট।

26/07/2026

সমগ্ৰ অসমৰ নিৱনুৱা যুৱক যুৱতী সকলৰ কাৰণে এটি ভাল খবৰ৷

25/07/2026

আজিও অব্যাহত বান সাহায্য অভিযান। আজমল চি এছ আৰৰ উদ্যোগত বিন্নাকান্দি সমষ্টিৰ বানপীড়িত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিলে মৌলানা বদৰুদ্দিন আজমলে।

Address

Dabaka

Telephone

+918822877450

Website

Alerts

Be the first to know and let us send you an email when JK LIVE 24X7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JK LIVE 24X7:

Shortcuts

Share