News Vision 24

News Vision 24 Welcome to Suhel's page

06/07/2026

ইৰাণেৰ ছুপ্ৰিম লিডাৰ।

06/07/2026

লংকাৰ ফৰেশ্ট গেটত এখন ট্ৰাকে মুহতিয়াই লৈ গল বাইক চালকক

06/07/2026

📌 ইৰাণে জনতাৰ মাজলৈ আনিলে আয়াতুল্লাহ আলী খামেইনীৰ চেহেৰা
📌জনাতাই যাতে প্ৰীয় নেতাগৰাকীক শেষৰবাৰৰ বাবে চাব পাৰে ।
゚viralシ

04/07/2026

LPG Thanker Accident AI video showing. ゚viralシfypシ゚ ゚viralシ

03/07/2026

🚨'নিতিন গাডকাৰীয়ে দেশ শেষ কৰি পেলালে'
🚨'সকলো পেট্ৰল গাড়ী ধ্বংস হ'ব ধৰিছে'
🚨'কষ্ট কৰি ৪০ লাখ টকাৰে গাড়ী কিনিছো, ইথানলে গাড়ী বৰবাদ কৰি দিছে'
🚨 ‘নিজৰ পুত্ৰৰ লাভ কৰাবলৈ দেশৰ সকলো গাড়ী বৰ্বাদ কৰি দিলে নিতিন গাডকাৰীয়ে’
🚨'সকলো পেট্ৰল বাহনৰ গৰাকীয়ে কান্দিবলগীয়া হৈছে'
🚨'কিয় এখন গাড়ীত ১৮ লাখ টকা টেক্স দিছো?'
'পোক-পৰুৱাৰ দৰে আমি এই দেশত থাকিম আৰু যেতিয়াই মন যায় চৰকাৰে আমাক মহতিয়াই পেলাব'
🚨চৰকাৰৰ এনেধৰণৰ কাণ্ডৰ বিৰুদ্ধে মাত মাতিলে আমাক দেশদ্ৰোহী সঁজাব'
🚨নতুন ৪০ লাখ টকীয়া বাহন বিকল হোৱাৰ পিছত নিতিন গাডকাৰীৰ বিৰুদ্ধে গৰজি উঠিল বিহাৰৰ বিজেপি সমৰ্থক মনীষ কাশ্যপ
🚨ইথানল মিহলি তেল ভৰোৱাৰ পাছতেই মাত্ৰ ১২ হাজাৰ কিলোমিটাৰ চলিয়েই বিকল হৈ পৰিল মনীষৰ নতুন ইন’ভা হাইক্ৰছ বাহন৷

02/07/2026

🚨 লংকাৰ লংকেশ্বৰী হস্পিতেলত উত্তপ্ত পৰিস্থিতি।
゚viralシfypシ゚ ゚viralシ

29/06/2026

🚨 ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ゚viralシfypシ゚ ゚viralシ

27/06/2026

ডবকার মদার্তলি গেটত ভয়ংকর দূর্ঘটনা।
゚viralシfypシ゚ ゚viralシ

26/06/2026

🚨 মুছলমানৰ লগত শত্ৰুতা কৰি ভয়ংকৰ বিপদত ইজৰাইল। ゚viralシfypシ゚ ゚viralシ

26/06/2026

🚨 পুনৰ সামাজিক মাধ্যমত ভাইৰেল ইঞ্জিনিয়াৰক ধমক দিয়া বিধায়ক শ্বেৰমান আলী আহমেদৰ পুৰণা ভিডিঅ'।
゚viralシfypシ゚ ゚viralシ

Address

Dabaka

Website

Alerts

Be the first to know and let us send you an email when News Vision 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share