DOBOKA NEWS

DOBOKA NEWS আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ
(4)

13/08/2026

বইলাৰ নহয় শুকুৰ আলী, লোকেল বুলি কাক হুংকাৰ দিছে শুকুৰ আলীয়ে!

13/08/2026

ডবকাত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ ত্ৰিৰংগা যাত্ৰা!
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদেশ মৰ্মে আজি সমগ্ৰ ভাৰতৰ লগতে বিন্নাকান্দি সমষ্টিৰ বিন্নাকান্দি মণ্ডল কাৰ্যালয় পৰা ডবকাৰ ষ্টেটফেডলৈকে ত্ৰিৰংগা যাত্ৰা কৰে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাই।

13/08/2026

ডবকাত যমুনা নদীৰ ভ*য়ংকৰ তা*ণ্ডৱ ভ*য়াৱহ ৰূপ!
যমুনা নৈৰ বাঢ়নী পানীয়ে বৃহৎ ক্ষতিসাধন কৰিছে মথাউৰিৰ।
ডবকাৰ টেঙাখাউৰিত এইদৰে চিঙো চিঙো অৱস্থাত‌দশ দেখা গৈছে মথাউৰি।
চাওঁক এই দৃশ্য"

এইবাৰ নগাঁও লোকসভাৰ AIUDF দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰ!
13/08/2026

এইবাৰ নগাঁও লোকসভাৰ AIUDF দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰ!

ডবকাত এগৰাকী বাংলাদেশী মহিলা আটক!
13/08/2026

ডবকাত এগৰাকী বাংলাদেশী মহিলা আটক!

12/08/2026

আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কাজী ছাদিক আখতাৰৰ ওপৰত সংঘটিত প্ৰা/ ণ*ঘাতী আ/ক্ৰ*মণৰ তীব্ৰ নিন্দা হোজাই জিলা আমছুৰ!

12/08/2026

এক গোপন সূত্ৰৰ ভিত্তিত অভিযান জব্দ নিষিদ্ধ ঠাইলেণ্ড মাগুৰ মাছ!

12/08/2026

বানাক্ৰান্তৰ একাউণ্টত পোনপটীয়াকৈ দিয়া হয় ধন!
মৌলানা মুস্তাক আনফৰৰ জমিয়ত আৰু আনফৰ ফাউণ্ডেশ্যনৰ তত্বাৱধানত বানাক্ৰান্তক দিয়া হ'ব এই ধন।

সমাজ সেৱক তথা অগপ নেতা স্বাহাব উদ্দিন মজুমদাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰি বিন্নাকান্দি সম...
12/08/2026

সমাজ সেৱক তথা অগপ নেতা স্বাহাব উদ্দিন মজুমদাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ কৰি বিন্নাকান্দি সমষ্টিৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক বিষয়ক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰে!

11/08/2026

হঠাৎ খং উঠিল শুকুৰ আলীৰ!

Address

Dabaka
782440

Website

Alerts

Be the first to know and let us send you an email when DOBOKA NEWS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share