NE Newz 24

NE Newz 24 প্ৰতি খোজ সত্যৰ সন্ধানত!
(4)

12/12/2025

‘মই ইমান নাজানো’
‘এটা কথাই জানো জুবিনৰ হত্যাৰ লগত জড়িতসকলে কঠোৰ শাস্তি পাব লাগে’
চাৰ্জশ্বীট দাখিল সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰী পীযূষ হাজৰিকাৰ

11/12/2025

◾যোৱা ২০ বছৰে মই SSBত কৰ্মৰত এজন জোৱান।
◾মই কোনো RK Productionৰ লগত জড়িত নহয়।
সঞ্জীৱ কুমাৰ বৰ্মন নামৰ এগৰাকী SSBত কৰ্মৰত জোৱানে গুৰুত্বপূৰ্ণ এটা অভিযোগ।
◾যোৱা দেওবাৰে সামাজিক মাধ্যমৰ উপৰিও টেলিভিছন চেনেলত এটি বাতৰি প্ৰকাশ হোৱা বুলি উল্লেখ কৰি মন্তব্য আগবঢ়াইছে, যোৱা ২০ বছৰে মই SSBত কৰ্মৰত এজন জোৱান। মই কোনো RK Productionৰ লগত জড়িত নহয়।

11/12/2025

11/12/2025

◾ৰৌতা আৰক্ষীৰ বৃহৎ সফলতা◾১৪টাকৈ হেৰুৱা মোবাইল উদ্ধাৰ ৰৌতা আৰক্ষীৰ ।◾ৰৌতা আৰক্ষী থানাৰ এলেকাধীন বিভিন্ন অঞ্চলত বিভিন্ন জন...
10/12/2025

◾ৰৌতা আৰক্ষীৰ বৃহৎ সফলতা
◾১৪টাকৈ হেৰুৱা মোবাইল উদ্ধাৰ ৰৌতা আৰক্ষীৰ ।
◾ৰৌতা আৰক্ষী থানাৰ এলেকাধীন বিভিন্ন অঞ্চলত বিভিন্ন জনৰ মোবাইল হেৰুৱা ঘটনা সংঘটিত হৈ আহিছিল।
◾আজি ১৪টাকৈ হেৰুৱা মোবাইল উদ্ধাৰ কৰি ৰৌতা আৰক্ষীয়ে মোবাইলৰ গৰাকীক চমজাই দিয়ে।

09/12/2025

তীব্ৰ গতিত চলিছে দৰঙৰ টাংনী চাৰিআলীৰ ১ নং থেকেৰাবাৰীত নৰ্থ ইষ্ট ইজতিমাৰ কাম কাজ Part 11

09/12/2025

তীব্ৰ গতিত চলিছে দৰঙৰ টাংনী চাৰিআলীৰ ১ নং থেকেৰাবাৰীত নৰ্থ ইষ্ট ইজতিমাৰ কাম কাজ Part 10

09/12/2025

তীব্ৰ গতিত চলিছে দৰঙৰ টাংনী চাৰিআলীৰ ১ নং থেকেৰাবাৰীত নৰ্থ ইষ্ট ইজতিমাৰ কাম কাজ Part 9

09/12/2025

তীব্ৰ গতিত চলিছে দৰঙৰ টাংনী চাৰিআলীৰ ১ নং থেকেৰাবাৰীত নৰ্থ ইষ্ট ইজতিমাৰ কাম কাজ Part 8

09/12/2025

তীব্ৰ গতিত চলিছে দৰঙৰ টাংনী চাৰিআলীৰ ১ নং থেকেৰাবাৰীত নৰ্থ ইষ্ট ইজতিমাৰ কাম কাজ Part 7

09/12/2025

তীব্ৰ গতিত চলিছে দৰঙৰ টাংনী চাৰিআলীৰ ১ নং থেকেৰাবাৰীত নৰ্থ ইষ্ট ইজতিমাৰ কাম কাজ Part 6

09/12/2025

তীব্ৰ গতিত চলিছে দৰঙৰ টাংনী চাৰিআলীৰ ১ নং থেকেৰাবাৰীত নৰ্থ ইষ্ট ইজতিমাৰ কাম কাজ Part 5

Address

Dalgaon

Alerts

Be the first to know and let us send you an email when NE Newz 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE Newz 24:

Share