24/08/2024
শৃংখল চলিহাৰ বিৰুদ্ধে গৰজি উঠিল AAMSU ৰ উপদেষ্টা আইনুদ্দিন আহমেদে।উজনি অসমত কিবা অপ্ৰিতিকৰ পৰিস্থিতি হলে দায়ী হব শৃংখল চলিহা - আইনুদ্দিন আহমেদ।
#অপৰাধীক আইনী প্ৰক্ৰিয়াৰে শাস্তি প্ৰদান কৰক ,বিকল্প পন্থাই সমাজৰ হানি কৰিব - আইনুদ্দিন আহমেদ।
#অপৰাধিক অপৰাধীৰ দৃষ্টিৰে চোৱা হওঁক,ধৰ্মীয় মেৰুকৰণ কৰি নহয় - আইনুদ্দিন আহমেদ।