Monirul Islam Bapu

Monirul Islam Bapu Managing Director Axom Tech Seva Pvt.Ltd

29/03/2026

আতংকৰ আন এটা নাম ডাম্পাৰ সাবধান ৰাইজ

28/03/2026

ডাম্পাৰৰ কাৰণে যোৱা কালি মই দুৰ্ঘটনাৰ সন্মুখীন হলো হয় । ডাম্পাৰৰ পৰা দুৰত থকা ভাল। ডাম্পাৰৰ অতপালি সকলোৱেতো জানে ভালকে ডাম্পাৰ দেখা পালে লাহেকে চাইড দি দিব ৰাইজ ।

27/03/2026

ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিলোঁ । শিলবৰীৰ ধনশ্ৰী নদীৰ পৰা দৈনিক অবৈধ ভাৱে বালি কঢ়িয়াই লৈ গৈ আছে ডাম্পাৰে ডাম্পাৰে আৰু বালি কঢ়িয়াই নিয়া বাহনৰ পৰা অসম মালা পথত বালি পৰি পৰি ভৰ্তি হৈ গৈছে মই কৌপাটীৰ পৰা ঘৰলৈ মানে শিলবৰীলৈ আহি থকা অবস্থাত মোৰ গাড়ীখন পিচল খাই চাইডত থকা ৰেলিঙত খুন্দা লগাৰ পৰা কিবা কৰি গাড়ীখন কাটি পাৰ হৈ আহিলোঁ অলপৰ কাৰণে দুৰ্ঘটনাৰ পৰা বাচিলোঁ । এতিয়া কথা হ'ল শিলবৰী ধনশ্ৰী নদীৰ পৰা এই বালি কঢ়িয়াই নিয়া কিমান বাতৰি সম্প্ৰচাৰ হ'ল বিধায়ক মুজিবুৰ ৰহমানে বিধানসভাত প্ৰশ্ন উত্থাপন কৰিলে কিয় ব্যৱস্থা নহ'ল এতিয়া লৈ আজি যদি মোৰ কিবা হ'লে হয় কোনো দ্বায়িত্ব ল'লে হয় ।

19/09/2025

৪০ নং ৰৌতা পৰিষদিয় সমষ্টিৰ BPF দলৰ মনোনীত প্ৰাৰ্থী চৰন বড়োৰ সৈতে সাক্ষাৎকাৰ
Jagaran Barta

29/11/2024

কৌপাটী জাতীয় বিদ্যালয়ত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ।
Deeplina R Deka Deeplina Deka

15/10/2024

খোজ কাঢ়ি মক্কালৈ হজ আদায় কৰা কেৰেলাৰ ছিহাব চট্টৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ ।

20/01/2024

APSC চুড়ান্ত পৰীক্ষাত উজলিল কৌপাতীৰ অদিতা ঘোষ । অসম লোক সেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত Assistant Accounts Officer পদত ২১ সংখ্যক স্থানত উজ্বলিল কৌপাতীৰ অদিতা ঘোষ

Address

Darrang
784114

Telephone

+917002782582

Website

Alerts

Be the first to know and let us send you an email when Monirul Islam Bapu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Monirul Islam Bapu:

Share