UD News Assam

UD News Assam Daily news update

 #মঙ্গলদৈৰ নীলিমা দেৱী বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী মনোনীত। #তেওঁ দৰং বিজেপিৰ প্ৰাক্তন সভানেত্ৰী আৰু অসম মহ...
25/07/2025

#মঙ্গলদৈৰ নীলিমা দেৱী বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ সভানেত্ৰী মনোনীত।
#তেওঁ দৰং বিজেপিৰ প্ৰাক্তন সভানেত্ৰী আৰু অসম মহিলা আয়োগৰ উপাধক্ষ্যা।।
Follow us, Ud News Assam...

25/07/2025

#মঙ্গলদৈ ভুটিয়াচাং পথৰ গৰুবান্ধা চকত যাত্ৰীবাহী বাছৰ পৰা বৃহৎ পৰিমাণৰ ভাং জব্দ।
সোণেশ্বৰ ৰাভা নামৰ এজন লোকৰ পৰা জব্দ কৰা হয় ভাংখিনি।
বাছখনৰ নং-AS-27 C 4303. মঙ্গলদৈ সদৰ আৰক্ষী ৰ এটি দলে গোপন খৱৰৰ ভিত্তিত অভিযান চলাই ভাংখিনি জব্দ কৰিবলৈ সক্ষম হয়।
Follow us, Ud News Assam..

24/07/2025

#অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে ওদালগুৰি জিলা অসামৰিক ২০০ খন বিছনাযুক্ত চিকিৎসালয় পৰিদৰ্শন কৰে ৷।
Follow us, Ud News Assam..

24/07/2025

#অজগৰ সাপ উদ্ধাৰ -
সৰ্পবান্ধৱ কমলেশ্বৰ ৰাভাই যোৱা নিশা ১১.৩০ বজাত প্ৰায় ১০ ফুট দীঘল অজঘৰ সাপ এডাল উদ্ধাৰ কৰে মঙ্গলদৈৰ বৰুৱা পাৰাৰ পৰা।
জানিব পৰা মতে ইতিমধ্যে সাপটো উদ্ধাৰৰ পিছত বনবিভাগক জনোৱা হৈছে আৰু সেয়া পুনৰ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ বাবে নোনাই পাৰা বনবিভাগৰ হাতলৈ প্ৰৰণ কৰা হ'ব বুলি কমলেশ্বৰ ৰাভাই জানিবলৈ দিয়ে।।
Follow us,Ud News Assam..

24/07/2025

#মাজবাটত দুখন বড়ো মেডিয়াম প্ৰাথমিক বিদ্যালয় আৰু মডেল সৌচালয় মুকলি কৰে BTC ৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ ।
Follow us, Ud News Assam..

 #ফটোত দেখা ল'ৰা জনৰ নাম দিপাংকৰ নাথ (ৰাজু) বয়স ১৯ৰ পৰা ২০ বছৰ ।  সৰুতে নিজ মাতৃক হেৰুৱা ৰাজুৰ কিছু মাহ পূৰ্বে সতীয়া ম...
23/07/2025

#ফটোত দেখা ল'ৰা জনৰ নাম দিপাংকৰ নাথ (ৰাজু) বয়স ১৯ৰ পৰা ২০ বছৰ । সৰুতে নিজ মাতৃক হেৰুৱা ৰাজুৰ কিছু মাহ পূৰ্বে সতীয়া মাকৰো মৃত্যু হোৱা ফলত সি মানসিক ভাৱে কিছুপৰিমানে দুৰ্বল হৈ পৰিছিল।
ঘৰত সি আৰু তাৰ একমাত্ৰ দেউতাক।
যোৱা কিছুদিনৰ পৰা ল'ৰা জন নিৰুদ্দেশ হৈ আছে গতিকে কোনোবা সদাশয় ব্যক্তিয়ে যদি অনুসন্ধান পায় তলত দিয়া নম্বৰত যোগাযোগ কৰি উপকৃত কৰিব। আৰু যিমান পাৰে পোষ্টটো চেয়াৰ কৰি ল'ৰা জন বিছাৰি পোৱাত সহায় কৰিব।

নাম-দিপাংকৰ নাথ (ৰাজু)
পিতৃ- শ্ৰী প্ৰহ্লাদ নাথ
ঠিকনা - গাওঁ- গৰুবান্ধা, থানা - মঙ্গলদৈ, ডাক - বৰকলা চৌকা ,জিলা - দৰং , অসম
যোগাযোগ - 8473852870/
6001249618.
Follow us,Ud News Assam..

 #যশস্বী নাট্যকাৰ গীতিকাৰ, অভিনেতা মঙ্গলদৈৰ হেমন্ত দত্ত অসুস্থ। #জানিব পৰা মতে ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে তেখেতক গুৱাহ...
23/07/2025

#যশস্বী নাট্যকাৰ গীতিকাৰ, অভিনেতা মঙ্গলদৈৰ হেমন্ত দত্ত অসুস্থ।
#জানিব পৰা মতে ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে তেখেতক গুৱাহাটী মেডিকেল কলেজ লৈ প্ৰেৰণ কৰা হৈছে।
#তেখেতৰ আৰোগ্য কামনা কৰিলোঁ।।
Follow us, Ud News Assam..

23/07/2025

#অহা ২৫ জুলাই,২০২৫ খ্ৰীষ্টাব্দ (শুকুৰবাৰে) কলাই গাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয় সভাগৃহত কলাই গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হ'ব।।
Follow us,Ud News Assam...

  ৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত কৌশিক কাশ্যপ।।Follow us, Ud News Assam...
23/07/2025

ৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত কৌশিক কাশ্যপ।।
Follow us, Ud News Assam...

 #আজিৰ দিনটোত পৱন পুত্ৰ হনুমানৰ নামত  কমেন্ট কৰিলে সু ফল পোৱা যায়।জয় শ্ৰী ৰাম ,জয় হনুমান।।Follow us, Ud News Assam...
22/07/2025

#আজিৰ দিনটোত পৱন পুত্ৰ হনুমানৰ নামত কমেন্ট কৰিলে সু ফল পোৱা যায়।

জয় শ্ৰী ৰাম ,জয় হনুমান।।
Follow us, Ud News Assam...

 #দেশৰ পৰৱৰ্তী উপ ৰাষ্ট্ৰপতি পদৰ বাবে চৰ্চাত অসম সন্তান , দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰঞ্...
22/07/2025

#দেশৰ পৰৱৰ্তী উপ ৰাষ্ট্ৰপতি পদৰ বাবে চৰ্চাত অসম সন্তান , দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আৰু বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ নাম।।
Follow us, Ud News Assam...

 #দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দেওমৰনৈ বাঘৰবাৰীত জ্বৰত আক্ৰান্ত হৈ সাগৰ ডেকা নামৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্...
22/07/2025

#দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দেওমৰনৈ বাঘৰবাৰীত জ্বৰত আক্ৰান্ত হৈ সাগৰ ডেকা নামৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ এজনৰ কৰুন মূত্যু হয় ।
#দেওমৰনৈ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিল সাগৰ
#যোৱা কালি ছাত্ৰজন জ্বৰত আক্ৰান্ত হোৱাত মঙলদৈ অসামৰিক চিকিতসালয়ত ভৰ্তি কৰা হৈছিল যদিও ছাত্ৰজনৰ অৱস্থা সংকটজনক হোৱাত পৰৱৰ্তী সময়ত গুৱাহাটী এইমছ ত ভৰ্তি কৰা হৈছিল।
#এইমছত চিকিতসাধীন অৱস্থাত সাগৰে কৰুন মূত্যুক আকোৱালী লয়।ছাত্ৰজনৰ মূত্যুত অঞ্চলটিত শোঁকৰ ছা পৰিছে ॥
Follow us,Ud News Assam...

Address

Darrang

Website

Alerts

Be the first to know and let us send you an email when UD News Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share