খালপতি Official

খালপতি Official VIRAL TOPIC আমাৰ যদি ক'ৰবাত ভুল হয় তেতিয়া ক্ষমা কৰি দিবা বুলি আশা কৰিলো

03/09/2025

দৰং জিলাৰ মেডিকেল কলেজ,নাৰ্চিং কলেজ,
বৃহৎ প্ৰকল্প এটাৰ আধাৰশিলা ৮ ছেপ্টেম্বৰ তাৰিখে
প্ৰধান মন্ত্ৰী মোডী ডাঙৰীয়াই কৰাৰ সম্পূৰ্ণ
সম্ভাৱনা আছে ❤️

😁😎
02/09/2025

😁😎

02/09/2025

গাল খনত চুমা খাই দিওতে কাণ খন ঘূৰাই দিলোঁ,কাণ খনৰ লটি কামুৰি থৈ গুচি গ'ল 😂

02/09/2025

সাংঘাটিক প্ৰেম 😂

02/09/2025

মোক ফ্লায়িং কিচ দিছে
ময়ো দিছোঁ 😂

01/09/2025

২০০৮ চনত অসমবাসীৰ গৰ্ব জুবিন গাৰ্গে কলকাতাত “কালাকাৰ বঁটা” লাভ কৰিছিল। সেই সময়ত তেওঁৰ “ইয়া আলি” গানেৰে সমগ্ৰ কলিকতাৰ মঞ্চ কঁপাই দিছিল, সৃষ্টি কৰিছিল অনন্য যাদু।

01/09/2025

মোৰ লগৰটো যেতিয়া বেলেগৰ
😂মাইকীৰ লগত প্ৰেম কৰি ধৰাত পৰে 😂

🥺
01/09/2025

🥺

01/09/2025

মামাই চিনি নাপাই 🤔

বেলেগ ল'ৰাৰ দৰা নহয় বোলে মই।এলেহুৱা 🫩
01/09/2025

বেলেগ ল'ৰাৰ দৰা নহয় বোলে মই।
এলেহুৱা 🫩

31/08/2025

অসমৰ সংগীত জগতৰ নতুন Singing Sensation এটি মৰম লগা নাম পূবালী ক'চ

31/08/2025

জোনাব আজিৰ পৰা
বিজেপিত জইন হোৱা 😝

Address

Darrang
784144

Alerts

Be the first to know and let us send you an email when খালপতি Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to খালপতি Official:

Share