Sarangapani Axom সাৰংগপাণি অসম

Sarangapani Axom সাৰংগপাণি অসম 💐সাৰংগপাণি অসম পেজলৈ সকলোকে আদৰণি জনাইছোঁ।
♦ভিন্ন বাৰ্তাৰ লগতে বহুমুখী তথ্য আৰু মনোৰঞ্জনৰ এক মঞ্চ:

Category -Digital Creator|Media|Arts & Entertainment.
🟢Content Writer|Presentation।Photography। Video Creation। Digital & Social Media Coverage 🟢
Follow us
facebook.com/sarangapanicreation

💔জুবিন দা, আপুনি চন্দ্র সূৰ্য থকালৈকৈ অসমবাসীৰ হৃদয়ত প্ৰাণৰ শিল্পী ৰূপে চিৰপ্ৰবাহিত হৈ থাকিব।। অসমৰ জনতাই আজি চকুলো টুক...
21/09/2025

💔জুবিন দা, আপুনি চন্দ্র সূৰ্য থকালৈকৈ অসমবাসীৰ হৃদয়ত প্ৰাণৰ শিল্পী ৰূপে চিৰপ্ৰবাহিত হৈ থাকিব।। অসমৰ জনতাই আজি চকুলো টুকিছে অসম মাতৃৰ অমূল্য ৰত্ন এটি হেৰুৱাই।।জুবিনদা বিহীন অসম এয়া মানিবলৈ যেন কোনো প্ৰস্তুত নহয়।।। দুহাত মেলি ভগবানক প্ৰাৰ্থনা আত্মাৰ চিৰশান্তি কামনাৰে।। ওম শান্তি🙏🙏

21-09-2025

♦মাননীয় প্ৰধান মন্ত্ৰী মহোদয়ৰ দৰং জিলা ভ্ৰমণ ও কাৰ্য্য সূচী ৰূপায়ণৰ পোনপটীয়া সম্প্ৰচাৰ দৰ্শনৰ বাবে।। Live Link to Lay...
14/09/2025

♦মাননীয় প্ৰধান মন্ত্ৰী মহোদয়ৰ দৰং জিলা ভ্ৰমণ ও কাৰ্য্য সূচী ৰূপায়ণৰ পোনপটীয়া সম্প্ৰচাৰ দৰ্শনৰ বাবে।।
Live Link to Laying of Foundation Stones of Multiple Projects by Hon'ble Prime Minister at Darrang

📌মঙলদৈৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী LIVE📌কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰ....

♦AI সৃষ্টিৰে অসমৰ নান্দনিক ৰূপ। Image created through AI
30/08/2025

♦AI সৃষ্টিৰে অসমৰ নান্দনিক ৰূপ।
Image created through AI

♦We are proud to share that the UGC has granted autonomous status to our beloved Mangaldai College.             13082025
13/08/2025

♦We are proud to share that the UGC has granted autonomous status to our beloved Mangaldai College.

13082025

 #সেউজধৰিত্ৰী  #বৃক্ষৰোপণ        #বিনন্দীয়া_দৰং August, 2025
10/08/2025

#সেউজধৰিত্ৰী
#বৃক্ষৰোপণ



#বিনন্দীয়া_দৰং
August, 2025

♦️"দৰং জিলা জ্ঞান বিজ্ঞান সমিতি" আৰু "মঙলদৈ মহাবিদ্যালয়ৰ" উদ্যোগত  মঙলদৈ মহাবিদ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা "জ্ঞান ...
31/03/2025

♦️"দৰং জিলা জ্ঞান বিজ্ঞান সমিতি" আৰু "মঙলদৈ মহাবিদ্যালয়ৰ" উদ্যোগত মঙলদৈ মহাবিদ্যালয়ত চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা "জ্ঞান বিজ্ঞান সমিতি অসমৰ" ২১ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত ৩০ মাৰ্চ,২০২৫ সামৰণী দিনটোৰ কিছু দৃশ্যপট।।
#মঙ্গলদৈ #জ্ঞান_বিজ্ঞান_সমিতি
30032025

♦️ নিউজিলেণ্ডক হৰুৱাই চেম্পিয়নচ ট্ৰফী,২০২৫ৰ বিজয়ী ভাৰতীয় দল।। শুভেচ্ছা টীম ইন্ডিয়ালৈ 💐🥰      09032025
09/03/2025

♦️ নিউজিলেণ্ডক হৰুৱাই চেম্পিয়নচ ট্ৰফী,২০২৫ৰ বিজয়ী ভাৰতীয় দল।। শুভেচ্ছা টীম ইন্ডিয়ালৈ 💐🥰

09032025

♦মাননীয় প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত ৮৮৮৮শিল্পীয়ে আকৰ্ষণীয় ঝুমুৰ নৃত্যৰে  ইতিহাস ৰচিলে ।।         #বিনন...
24/02/2025

♦মাননীয় প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত ৮৮৮৮শিল্পীয়ে আকৰ্ষণীয় ঝুমুৰ নৃত্যৰে ইতিহাস ৰচিলে ।। #বিনন্দীয়া_অসম #ঝুমুৰনৃত্য ::24022025
PC:Social Media.

08/02/2025

♦জনহিতাৰ্থে ••••
উৎস- সামাজিক মাধ্যম।।

♦️শিল্পী দিৱসত ৰূপকোঁৱৰক শ্ৰদ্ধাৰে সোঁৱৰণ ।।। #শিল্পীদিৱস  #ৰূপকোৱঁৰ          #কিশোৰ ১৭০১২০২৫ফটো+তথ্য:: ৱিকিপিডিয়াFaceb...
17/01/2025

♦️শিল্পী দিৱসত ৰূপকোঁৱৰক শ্ৰদ্ধাৰে সোঁৱৰণ ।।।
#শিল্পীদিৱস #ৰূপকোৱঁৰ #কিশোৰ
১৭০১২০২৫
ফটো+তথ্য:: ৱিকিপিডিয়া
Facebook Kishor Kumar Sarmah

♦️আজি হ'ল উৰুকা💥💥💥💥 #উৰুকা  #ভোগালীবিহু     Facebook    Kishor Kumar Sarmah ১৩০১২০২৫
13/01/2025

♦️আজি হ'ল উৰুকা💥💥💥💥
#উৰুকা #ভোগালীবিহু
Facebook
Kishor Kumar Sarmah
১৩০১২০২৫

♦️আটাইলৈ ইংৰাজী নববৰ্ষ ২০২৫ৰ শুভেচ্ছা 💐♦️New Year Wishes to all of You💐 #কিশোৰ         Kishor Kumar Sarmah
01/01/2025

♦️আটাইলৈ ইংৰাজী নববৰ্ষ ২০২৫ৰ শুভেচ্ছা 💐
♦️New Year Wishes to all of You💐
#কিশোৰ
Kishor Kumar Sarmah

Address

Darrang

Telephone

+919435477750

Website

Alerts

Be the first to know and let us send you an email when Sarangapani Axom সাৰংগপাণি অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sarangapani Axom সাৰংগপাণি অসম:

Share