Assam News 18

Assam News 18 Web Portal

31/12/2024

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ইকৰাবাৰী আঞ্চলিক সমিতিৰ কাৰ্য্যালয় উদ্বোধন বিধায়ক চৰণ বড়োৰ।

12/12/2024

🔴দৰঙৰ বেছিমাৰীত উত্তপ্ত পৰিস্থিতি।
🔴দৰঙৰ বেচিমাৰীত উচ্ছেদক কেন্দ্ৰ কৰি AIUDF আৰু AAMSU ৰ মাজত সংঘাত।

21/11/2024

📌"মাটি বাৰি নামত নহয়, মোছাৰফ হুছেইনৰ পৰা সুদত হে টকা খিনি লৈছিলোঁ, আৰু উভতাই দিছোঁ।
📌মাটি বাৰীৰ নামত টকা লোৱাৰ প্ৰমাণ দিব পাৰিলে, মই নিশ্চয় শাস্তি পাম।"
📌 সম্পূৰ্ণ ভিত্তিহীন গোচৰ বুলি অভিযোগ নস্যাৎ কৰে।
-এইবাৰ মুখ খুলিলে ধন সংগ্ৰহত নাম সাঙোৰ খোৱা দৰঙৰ বেছিমাৰিৰ ৰহিমুদ্দিন উৰুফে কিছমত আলীয়ে।

20/11/2024

ওদালগুৰিত পীযুষ হাজৰিকাৰ নামত ধন সংগ্ৰহৰ অভিযোগ নস্যাৎ আব্দুৰ ৰহিমৰ।
ভিত্তিহীন গোচৰৰ বিৰুদ্ধে ন্যায় বিচাৰী ৰৌতা থানাত গোচৰ আব্দুৰ ৰহিমৰ ।

08/11/2024

📌 ৰৌতাত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰ সন্ধান*হীন।
📌 বৃহস্পতিবাৰে ৰৌতাৰ ঝাৰগাঁওস্থিত ভাৰা দোকানঘৰৰ পৰা নিৰু*দ্দেশ জাহাঙ্গীৰ আলম।
📌 কোনোবাই লৰাজনৰ সম্ভেদ পালে 6003404869 6002386731

Assam News 18 24x7
08/11/2024

Assam News 18 24x7

04/11/2024

📌 উলামা কাউঞ্চিল অফ বিটিআৰ'ৰ ৰৌতা আঞ্চলিক সমিতি গঠন।

22/10/2024

📌BPF এ আমাক একো দিয়া নাই,সেইকাৰণে আমি BPF এৰিলোঁ।
📌মৃত্যুৰ আগপৰ্যন্ত UPPL দলত থাকিম।
📌BPF দল এৰি UPPL দলত যোগদান কৰিয়েই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিলে এইজন ব্যক্তিয়ে।

22/10/2024

নাগৰিকত্বৰ ভিত্তিবৰ্ষ'ৰ ৰায়ক আদৰণি জনাইছে "উলামা কাউঞ্চিল অফ বিটিআৰ"ৰে।

21/10/2024

উলামা কাউঞ্চিল অফ বিটিআৰ'ৰ ওদালগুৰি জিলা সমিতিৰ শপত গ্ৰহন অনুষ্ঠান আৰু শিক্ষামূলক সজাগতা সভা।

Address

Darrang

Telephone

+918471992740

Website

Alerts

Be the first to know and let us send you an email when Assam News 18 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam News 18:

Share