Gold Star's Educational Information

Gold Star's Educational Information Just for educational purposes

26/06/2025

# #

26/06/2025

for husband # # # #

17/04/2025

আজি গল্ড ষ্টাৰ মডাৰ্ণ ইংলিশ একাডেমীৰ কেম্পাচ 2 শুভ উদ্বোধন কৰা হয়। ইয়াত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান দিয়া হব। ছাত্ৰ/ছাত্ৰীৰ ভৱিষ্যত লিখা পঢ়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ ফালে লক্ষ্য ৰাখি বিদ্যালয় কর্তৃপক্ষই এই কাৰ্য্যসূচী হাতত লৈছে।

আজি  ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গল্ড ষ্টাৰ মডাৰ্ণ ইংলিশ একাডেমীয়ে চৰাঞ্চলৰ ভিতৰত সবাতোকৈ ভাল ফলাফল দেখুৱাব...
11/04/2025

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গল্ড ষ্টাৰ মডাৰ্ণ ইংলিশ একাডেমীয়ে চৰাঞ্চলৰ ভিতৰত সবাতোকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । গতিকে এই সুণাম ভৱিষ্যতলৈ যাতে অটুট ৰাখিব পাৰো তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা দোয়া ও আশীৰ্বাদ কামনা কৰিলোঁ । ধন্যবাদেৰে.......
Qutub uddin Ahmed

Hi friends, How r u? Fb #  post
04/04/2025

Hi friends, How r u? Fb # post

31/03/2025

🌙Eid Mubarak🌙
গল্ড ষ্টাৰ মডাৰ্ণ ইংলিছ একাডেমী ৰ তৰফৰ পৰা
পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ পবিত্ৰ ঈদে আপোনালৈ কঢ়িয়াই আনক ভাতৃত্তবোধ, সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা৷ ধন্যবাদ

Admission going on for the year 2025-26Class- I to IX
04/03/2025

Admission going on for the year 2025-26
Class- I to IX

13/02/2025

উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থীলৈ গল্ড ষ্টাৰ মডাৰ্ণ ইংলিছ একাডেমী ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিলোঁ।

আজি ২৬/০১/২০২৫ তাৰিখ, ৭৬ তম গণৰাজ্য দিৱস উপলক্ষে গল্ড ষ্টাৰ মডাৰ্ণ ইংলিছ একাডেমীৰ সাংস্কৃতিক শোভযাত্রাৰ মূহুৰ্তৰ স্মৃতি ...
26/01/2025

আজি ২৬/০১/২০২৫ তাৰিখ, ৭৬ তম গণৰাজ্য দিৱস উপলক্ষে গল্ড ষ্টাৰ মডাৰ্ণ ইংলিছ একাডেমীৰ সাংস্কৃতিক শোভযাত্রাৰ মূহুৰ্তৰ স্মৃতি সাঁচি থলো ।

05/01/2025
14/12/2024

Welcome to Gold Star Modern English Academy
সন্তান আপোনাৰ গুণগত শিক্ষা প্ৰদান কৰা নাইবা শিক্ষিত বনোৱাৰ দায়িত্ব আমাৰ।

Address

No 1 Arimari, (Dalangpar Bazar)Kharupetia, Darrang (Assam) Pin
Darrang
784115

Telephone

+918638959169

Website

Alerts

Be the first to know and let us send you an email when Gold Star's Educational Information posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gold Star's Educational Information:

Share