প্ৰতিদিন সংবাদ

প্ৰতিদিন সংবাদ Pratidin Sangbad is an Assamese News Portal from Assam.

18/02/2024

📍 ক'ত হেৰাল বাহাজ উদ্দিন?
📍 পুত্ৰৰ ফটো হাতত লৈ হিয়া ঢাকুৰী কান্দোন পিতৃ -মাতৃৰ ।
📍 প্ৰায় তিনি দিন ধৰি নিৰুদ্দেশ দলগাওঁ সমষ্টিৰ 3 নং শ্যামপুৰ গাঁৱৰ বাহাজ উদ্দিন ।

16/02/2024

সূদখোৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ তীব্ৰ অভিযানৰ সময়তে দৰঙৰ দলগাঁও আৰু খাৰুপেটীয়া আৰক্ষীয়ে নিশা চলাই তীব্ৰ অভিযান । অভিযানত গ্ৰেপ্তাৰ হয় ৬ জনকৈ সূদখোৰ ।

13/08/2023




28/06/2023

▶️ ৰথযাত্ৰাত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ ৬জনৰ মৃত্যু
▶️ হাইলাকান্দিত গ্রেপ্তাৰ আলগাপুৰৰ বিধায়ক
▶️ কিয় গ্রেপ্তাৰ হ’ল AIUDFৰ বিধায়কজন?
▶️ মণিপুৰৰ শান্তি কামনাৰে NESOৰ মৌন প্রতিবাদ
▶️ মিচিং স্বায়ত্তশাসিত পৰিষদত কি হৈছে?
▶️ মিচিং ৰাইজৰ দুৰ্দশা, নেতা কিন্তু ‘MISSING’
▶️ আকৌ পাৱাৰলুমৰ কাপোৰে দখল কৰিব বজাৰ
▶️ গমোচা, মেখেলা-চাদৰ, দখনালৈ আহিব বিপদ
▶️ প্রতিবাদ নকৰিব, কৰিলেই বিপদ
▶️ দমনমূলক নীতিৰে চৰকাৰৰ নতুন কৌশল
▶️ SUPER HOUR@9

28/06/2023

ভাৰতত হঠাৎ Uniform Civil Codeৰ পোষকতা প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ
এখন দেশত ২খন পৃথক আইন থাকিব নোৱাৰে বুলি দোহাৰিলে মোদীয়ে
প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ লগে লগে বিৰোধীৰ ব্যাপক প্ৰতিক্ৰিয়া
বিভিন্ন সংখ্যালঘু সংগঠনৰো প্ৰতিবাদ প্রধানমন্ত্ৰীৰ বক্তব্যত
অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল ব’ৰ্ডৰ তীব্ৰ বিৰোধিতা
বিৰোধীৰ মতে মোদীয়ে আশ্ৰয় লৈছে বিভাজনমূলক ৰাজনীতিৰ
মোদীৰ মতে ভোটবেংকৰ ৰাজনীতিৰ বাবে মুছলমানক প্ৰৰোচিত কৰা হৈছে
‘বিজেপিয়ে এইক্ষেত্ৰত তোষণৰ ৰাজনীতিৰ আশ্ৰয় নলয়’
প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পিছতে দেশৰ ৰাজনীতিত খলকনি
DMKৰ মতে এই আইন পোনতে হিন্দুসকলৰ ওপৰত প্ৰযোজ্য কৰা হওক
জনজাতিৰ স্বকীয় আইনত আঘাত হানিব বুলি ৩০টা জনজাতীয় সংগঠনৰ প্ৰতিবাদ
Uniform Civil Codeক লৈ বিভাজিত হ’ল বিৰোধী
কেজৰিৱালৰ আপে নীতিগত কাৰণত সমৰ্থন কৰিলে Uniform Civil Codeক
১৯৯৮ৰ নিৰ্বাচনত বিজেপিৰ ইস্তাহাৰৰ অন্যতম বিষয় আছিল এই বিধি
২০১৯ৰ নিৰ্বাচনতো বিজেপিৰ ইস্তাহাৰত আছিল Uniform Civil Code
বিবাহ, বিবাহ-বিচ্ছেদ, সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত উমৈহতীয়া বিধিৰ পোষকতা
ইয়াৰ দ্বাৰা নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলি অভিযোগ
অসমকো চুই গৈছে ইউনিফৰ্ম চিভিল ক’ড বিতৰ্কই
বিজেপিয়ে UCCৰ ক্ষেত্ৰত ৰাজনীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ
ইমান ততাতৈয়াকৈ আইনখন অনাৰ প্ৰয়োজনীয়তা ক’ত বুলিও প্ৰশ্ন
হঠাৎ প্রধানমন্ত্ৰী মোদীয়ে Uniform Civil Codeৰ পোষকতা কিয় কৰিলে?

28/06/2023

▶️ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ বোকাখাতত CBI
▶️ জখলাবন্ধা থানাতো বিভিন্নজনক সোধা-পোছা CBI দলৰ
▶️ দুৰ্ঘটনাৰ ‘প্ৰত্যক্ষদৰ্শী’ৰ ভাষ্য লোৱা সাংবাদিকক জেৰা
▶️ নালিয়াৰ ভাষ্য লোৱা দুজন সাংবাদিকক জেৰা
▶️ গুৱাহাটীত ফুটিয়েই আছে জলব’ৰ্ডৰ পানী প্ৰকল্পৰ পাইপ
▶️ এইবাৰ দক্ষিণ শৰণীয়াত পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি
▶️ পূব শৰণীয়াৰো বিভিন্ন ঠাইত পাইপৰ পানীৰ বাবে কৃত্ৰিম বান
▶️ কামাখ্যা ধামত বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী কংগনা ৰাণাৱট
▶️ মঙলবাৰৰ নিশাটো গুৱাহাটীত কেনেকৈ কটালে কংগনাই?
▶️ ঈদৰ পূৰ্বে গৰু বিক্ৰীক লৈ বঙালমৰাৰ সাপ্তাহিক বজাৰ উত্তাল
▶️ প্ৰশাসনে বন্ধ কৰে বজাৰখন, আৰক্ষীয়ে জব্দ কৰে বহু গৰু
▶️ NK PRIME

27/06/2023

সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ ৰাজ্যজুৰি বিক্ষিপ্ত প্ৰতিবাদ অব্যাহত
বিৰোধীৰ আহ্বানত স্থবিৰ বৰাক উপত্যকাৰ জীৱনযাত্ৰা
বৰাক বন্ধৰ মাজতে কৰিমগঞ্জৰ পাথাৰকান্দিত উত্তেজনা
বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীৰে হতাহতি প্ৰতিবাদকাৰীৰ
‘RSS মুৰ্দাবাদ’ ধ্বনিও দিলে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে
কেৱল AIUDFক টাৰ্গেট কৰি সমষ্টি পুনৰ্নিৰ্ধাৰণ: আমিনুল ইছলাম
‘সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ কংগ্ৰেছে নাটক কৰিছে’
‘কংগ্ৰেছ-বিজেপিয়ে মিলি আজমলক ৰাজনীতিৰ পৰা আঁতৰাবলৈ এই ষড়যন্ত্ৰ’
AIUDFক বিজেপিয়ে ৩ লোকসভা, ১১ বিধানসভা সমষ্টি এৰি দিলে: লুৰিণ
‘খিলঞ্জীয়াৰ বাবে নহয়, বিজেপিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবেহে এই খচৰা’
সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰাক লৈ বিস্ফোৰণ CPMৰ বিধায়কৰ
মনোৰঞ্জন তালুকদাৰে কোন ৩ মন্ত্ৰীক আখ্যা দিলে ‘থ্ৰী ইডিয়ট্ছ’ বুলি?

27/06/2023

▶️ জিলা উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
▶️ নুনমাটি চূণচালিত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
▶️ আজি ১২ ঘন্টীয়‍া বৰাক বন্ধ
▶️ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে বৰাক বন্ধৰ আহ্বান কংগ্ৰেছৰ
▶️ কংগ্ৰেছৰ লগতে AIUDF, বৰাক ডেমোক্রেটিক ফ্রন্টৰো বন্ধৰ আহ্বান

27/06/2023

▶️বৰ্ধিত পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী
▶️বান পৰিস্থিতিৰো বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে
▶️জিলা উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
▶️ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত অংশ মুখ্যমন্ত্ৰীৰ

26/06/2023

▶️ কেনে হ’ব ২০০০ মেগাৱাটৰ NHPC প্ৰকল্পৰ প্ৰলয়?
▶️ কুৰিশ্বুৰ পৰা শিক্ষা ল’বনে অসম চৰকাৰে?
▶️ ‘AIUDFক জ্বালা দিবলৈ মই মুখ্যমন্ত্ৰী হৈছোঁ’
▶️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ভাষ্যত উত্তাল ৰাজনীতি
▶️ AIUDFৰ লগতে কংগ্ৰেছকো তুলাধুনা মুখ্যমন্ত্ৰীৰ
▶️ বৰাক বিজেপিক কিয় মুখ বন্ধ ৰাখিবলৈ ক’লে হিমন্তই?
▶️ CMক সাক্ষাতৰ পিছতেই সুৰ সলনি হ’ল বৰাকৰ BJP বিধায়কৰ
▶️ এছক’ৰ্টসহ ৰঙাঘৰত সোমাল কোন ‘DC’?
▶️ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে PMক পত্ৰ
▶️ মণিপুৰৰ ৯ বিজেপি বিধায়কে তুলিলে পদত্যাগৰ দাবী
▶️ SUPER HOUR@9

26/06/2023

▶️ শিক্ষয়িত্ৰীয়ে স্কুল-কলেজত কি পিন্ধিব?
▶️ মেখেলা-চাদৰ, চুৰিদাৰ নে শাড়ী?
▶️ ৰাজ্যৰ স্কুল-কলেজত এইবাৰ ‘ড্ৰেছ ক’ড’ বিতৰ্ক
▶️ বিভিন্ন শিক্ষানুষ্ঠানত ‘ড্ৰেছ ক’ড’ক লৈ শিক্ষাগুৰুৰ মাজতে মতানৈক্য
▶️ অকল শিক্ষয়িত্ৰীয়েহে মানিব লাগিব নেকি ‘ড্ৰেছ ক’ড’?
▶️ পুৰুষ শিক্ষকসকলৰ ক্ষেত্ৰত কি হ’ব ‘ড্ৰেছ ক’ড’?
▶️ শিক্ষা বিভাগৰ নিৰ্দেশ মানিছেনে শিক্ষক-শিক্ষয়িত্ৰীয়ে?
▶️ ড্ৰেছ ক’ডেৰে বৰ্তাই ৰাখিব পৰা যাবনে শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ?
▶️ কিমান প্ৰয়োজন শিক্ষাগুৰুৰ বাবে ‘ড্ৰেছ ক’ড’?
▶️ সবিশেষ সামৰি মছফিকাৰ সৈতে বিশেষ ‘60 মিনিট্ছ’ LIVE

Address

Darrang
784115

Alerts

Be the first to know and let us send you an email when প্ৰতিদিন সংবাদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to প্ৰতিদিন সংবাদ:

Share