Voice of AIUDF 07 - RB

Voice of AIUDF 07 - RB � Voice of AIUDF 07 RB
Assam Politics | AIUDF Supporter
Political News • Analysis • Public Issues
A

26/08/2026
Mission Victory — Winning Nagaon, 2026অভিযান আৰম্ভ হ’ব ২৭ আগষ্টৰ পৰা। ✊🔥কালি নিশা কেন্দ্ৰীয় কৰ্ণধাৰ কমিটিৰ এক গুৰুত্বপূ...
25/08/2026

Mission Victory — Winning Nagaon, 2026

অভিযান আৰম্ভ হ’ব ২৭ আগষ্টৰ পৰা। ✊🔥

কালি নিশা কেন্দ্ৰীয় কৰ্ণধাৰ কমিটিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত আগন্তুক নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত উপস্থিত থাকে দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়া, উপ-সভাপতি তথা প্ৰাক্তন বিধায়ক হাজী আমিনুল ইছলাম চাহাব, সাধাৰণ সম্পাদক তথা প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাব, চম্পক কলিতা ডাঙৰীয়া, যুৱ মৰ্চাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়া, মৰিগাঁও জিলা সমিতিৰ সভাপতি মতিউৰ ৰহমান চাহাব আৰু দলৰ নগাঁও উপ-নিৰ্বাচনৰ প্ৰাৰ্থী, অসমৰ সংখ্যালঘু ৰাইজৰ সংগ্ৰামী নেতা ৰেজাউল কৰিম চৰকাৰ চাহাব।

নগাঁও জয়ৰ লক্ষ্যৰে ঐক্যবদ্ধ আৰু সংগঠিতভাৱে আগবাঢ়িব আমাৰ অভিযান।
২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব Mission Victory—নগাঁও বিজয়ৰ সংকল্প। ✊🔥

Mission Victory — Winning Nagaon, 2026! 🚩



Mazibur Rahman
Aminul Islam ibn M***i Khairul Islam
Ashraful Hussain
Rejaul Karim Sarkar , Ex-President of AAMSU

25/08/2026

📍বিপদৰ সময়ত বন্ধু আছিল Maulana Badruddin Ajmal চাহাব:
📍কি কলে শৃংখল চলিহাই শুনক:

25/08/2026
24/08/2026

Ye bejuban apni ladai khud led rhe h pls support us 🌎♥️👫👬👭 🏡🌳🌲🌱✌️

22/08/2026

Himanta Biswa Sarma

Address

Ghansimuli
Darrang
784115

Alerts

Be the first to know and let us send you an email when Voice of AIUDF 07 - RB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share