Time NE Live

Time NE Live সদায় সত্যৰ সন্ধানত.....

20/12/2025

Follow up--------------

নগাৱৰ ধিঙৰ হত্যাকাণ্ড সন্দৰ্ভত নগাঁৱৰ জেষ্ঠ আৰক্ষী অধীক্ষকৰ মন্তব্য।

19/12/2025

BIG BREAKING

ধিঙৰ কাছখাটিত চাঞ্চল্যকৰ হত্যাকাণ্ড।

পিতৃয়ে হত্যা কৰিলে দুই সন্তান আৰু পত্নীক।

এমদাদুল ইছলামে পাৰিবাৰীক কণ্ডলৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ডটো ।

শুই থকা অৱস্থাত কোঠাৰেৰে ঘপিয়াই হত্যা কৰে এমদাদুল ইছলামে।

তীব্ৰবেগী ব'লেৰ বাহনৰ খুন্দাত নিহত স্কুটী আৰোহী প্রিঞ্চিপাল্কী বৰা নামৰ যুৱতী গৰাকী।...
18/12/2025

তীব্ৰবেগী ব'লেৰ বাহনৰ খুন্দাত নিহত স্কুটী আৰোহী প্রিঞ্চিপাল্কী বৰা নামৰ যুৱতী গৰাকী।...

14/12/2025

ধিঙৰ বিধায়ক আমিনুল ইছলামৰ পুনৰ বিস্ফোৰক মন্তব্য ।

পাকিস্তানৰ লগত চোৰাং চোৱাৰ অপৰাধত যিমান লোক গ্ৰেপ্তাৰ হৈছে ৯৯ শতাংশ লোকে হিন্দু সম্প্রদায়ৰ লোক ।

ৰূপহী সমষ্টিৰ বিধায়ক হিচাপে আপুনি ২০২৬ অত কাক বিচাৰে। নুৰুল হুদা v/s আমিনুল ইছলাম।
14/12/2025

ৰূপহী সমষ্টিৰ বিধায়ক হিচাপে আপুনি ২০২৬ অত কাক বিচাৰে। নুৰুল হুদা v/s আমিনুল ইছলাম।

14/12/2025

📌পৱিত্ৰ মক্কাত গৈ নিৰুদ্দেশ পুত্ৰ
পুত্ৰক বিচাৰি মাতৃৰ হাহাকাৰ

10/12/2025

জনাই আছো এই মূহুর্তত এটা bigbreking নিউজ ৰূপহীহাট আৰক্ষীৰ থানাৰ ভিতৰত ৰহস্যজনক ভাৱে অচেতন হৈ পৰে
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা
মোচাব্বি আলী আহমেদে

08/12/2025
08/12/2025

👉🏾🤲দৰঙৰ টাংনী চাৰিআলীৰ ১ নং থেকেৰাবাৰীত নৰ্থ ইষ্ট ইজতিমাৰ প্ৰস্তুতি তুংগত : তীব্ৰ গতিত চলিছে কাম কাজ ।
ইজতেমাৰ বিৰুদ্ধে সমালোচনা কৰা লোকক কি কলে চাওঁ আহক।

07/12/2025

দৰঙৰ টাংনী চাৰিআলীৰ ১ নং থেকেৰাবাৰীত নৰ্থ ইষ্ট ইজতিমাৰ প্ৰস্তুতি তুংগত : তীব্ৰ গতিত চলিছে কাম কাজ ।

ইজতেমাৰ বিৰুদ্ধে সমালোচনা কৰা লোকক কি কলে চাওঁ আহক।

07/12/2025

ৰূপহীহাটৰ উচ্ছেদৰ পাছতেই ধিং আৰু চামগুৰিত চলিব বৃহৎ উচ্ছেদ অভিযান

পথ সংকোচিত কৰি পুখুৰী খন্দা সকলকো সকিয়নী নগাঁও জিলা আয়ুক্তৰ

প্ৰথম , দ্বিতীয়, তৃতীয়, চতুৰ্থকৈ কেইবাটাও পৰ্যায়ত নগাঁও জিলাত চলিব বৃহৎ উচ্ছেদ অভিযান

ইতিমধ্যে ধিঙত উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে বুলি মন্তব্য নগাঁও জিলা আয়ুক্তৰ

২৬ত আপুনি তলৰ কোজনক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে? আৰু কিয় বিচাৰে! এশাৰী বাক্য লিখক।...
01/12/2025

২৬ত আপুনি তলৰ কোজনক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে? আৰু কিয় বিচাৰে! এশাৰী বাক্য লিখক।...

Address

Darrang
782125

Website

Alerts

Be the first to know and let us send you an email when Time NE Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Time NE Live:

Share