Binondiya Axom

Binondiya Axom We provide you motivational thought .

07/06/2025

#বিপদসংকুল_যাত্ৰা....
এইকেইদিন প্ৰায় সমূহ ভিতৰুৱা পথৰে এক চিনাকি সমস্যা এয়া ।গতিকে এই পথেৰে যাত্ৰা কৰোতে সাৱধান হওঁক , সচেতন হওঁক

17/03/2025

কাৰ্বি জনগোষ্ঠীৰ বাঁহ নৃত্য💥

13/03/2025

পান খেতিৰ সবিশেষ । কম খৰছত কৰক অধিক উপাৰ্জন !


28/10/2024

দৰং-ওদালগুৰিত বানপানী সমস্যাৰ স্থায়ী সমাধান !! ভূটান সীমান্তত নিৰ্মাণ কৰিলে বৃহৎ শৈল‌বান্ধ ।🪨🪨

02/10/2024

নেপালী ভাষাত ভূপেন দাৰ "মেঘে গিৰ গিৰ কৰে" গীতটো ইমান সুন্দৰকৈ গাইছে । এবাৰ শুনকচোন...

25/01/2024

সুৱগা !

19/11/2023

ষট পূজা 🙏🙏
এই পূজাত মূলত সূৰ্য দেৱতাৰ লগতে তেওঁৰ দুই ভাৰ্যা উষা আৰু সন্ধ্যা দেৱীক পূজা-আৰাধনা কৰা হয়।

06/11/2023

মৰণফান্দ !☠️
কলাইগাওঁ-ওদালগুৰি সংযোগী পথৰ জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা সাধাৰণ জনতাৰ..

Address

Darrang

Website

Alerts

Be the first to know and let us send you an email when Binondiya Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Binondiya Axom:

Share

Category