Arup Saikia

Arup Saikia freelance, social media marketing, public issues etc

হিন্দুৱে এতিয়া কি কব?
12/09/2025

হিন্দুৱে এতিয়া কি কব?

12/09/2025

🚨পথ নিৰ্দেশনা| প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ| তেজপুৰৰ পৰা বাইহাটালৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু নিৰ্দেশনা। আপুনিও জানি লওঁক।
#প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০২৫ চনৰ ১৪ ছেপ্টেম্বৰত মঙলদৈ চহৰৰ সমীপৰ বঙলাগড় ব্লক চ’কত লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বিশাল সমাৱেশৰ বাবে, দৰং আৰক্ষীয়ে ১৩ ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা ১৪ ছেপ্টেম্বৰৰ মাজনিশালৈ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটি সকলো গধুৰ বাণিজ্যিক বাহনৰ বাবে বন্ধ ঘোষণা কৰিছে।
#বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ আৰু আগলৈ যাত্ৰা কৰা লঘু বাহনসমূহক আউলাচৌকা - জনাৰামচৌকা - ইছলামপুৰ - কৰিম চ’ক - তেলীপাৰা হৈ কেৰিমেৰী চ’কত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংযোগ হ’বলৈ পথ সলনি কৰা হ’ব। একেদৰে, তেজপুৰৰ পৰা অহা লঘু বাহনসমূহে একেটা পথৰ বিপৰীত দিশত, কেৰিমেৰী চ’কৰ পৰা আৰম্ভ কৰি আউলাচৌকালৈ আগবাঢ়িব।
#দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালে জনসাধাৰণক ১৪ ছেপ্টেম্বৰত মঙলদৈৰ মাজেৰে তেজপুৰৰ পৰা গুৱাহাটীলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটি ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে। ইয়াৰ পৰিৱৰ্তে, যাত্ৰীসকলক তেজপুৰ - নগাঁও - গুৱাহাটীৰ বিকল্প পথ ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰিছে। তেজপুৰ, ঢেকীয়াজুলি, বা ওচৰৰ অঞ্চলৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰাসকলৰ বাবে ৰৌতা - ওদালগুৰি - গোৰেশ্বৰ - বাইহাটা চাৰিআলিৰ মাজেৰে ওদালগুৰি- তামোলপুৰ পথটি ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে।
#অধিক তথ্যৰ বাবে, যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰাৰ পৰিকল্পনা সেই অনুসাৰে কৰিবলৈ আৰু যান-বাহন নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছে ৷
Amar Jyoti Saikiah
Sahabuddin Ahmed
Pankaj Nath

আপুনি বিচাৰেনে?
12/09/2025

আপুনি বিচাৰেনে?

12/09/2025

গৌৰব গগৈয়ে ৰাজীৱ গান্ধীৰ পৰা শিক্ষা লোৱা উচিত । প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীয়ে ইটালীৰ এগৰাকী যুৱতী ছোনিয়াৰ সৈতে প্ৰেমত পৰিছিল ।এটা সময়ত ৰাজীৱ ছোনিয়াৰ বিবাহ সম্পন্ন হয় । ৰাজীৱ ছোনিয়াই জানিছিল তেওঁলোক এটা ৰাজনৈতিক পৰিয়ালৰ সদস্য।সেয়েহে বিবাহৰ পিছতেই ছোনিয়াই ভাৰতীয় নাগৰিকত্ব লৈছিল ।এইবাৰ গৌৰব গগৈৰ অবস্থা মন কৰক। গৌৰব গগৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী।গৌৰবে বৃটিছ নাগৰিক
এলিজাবেথক বিয়া পাতিলে ।যোৱা ১৫ বছৰে বৃটিছ নাগৰিক এলিজাবেথক ভাৰতীয় নাগৰিকত্ব দিব নোৱাৰিলে গৌৰবে ।গৌৰবৰ এটা সন্তান ভাৰতত জন্ম হ'ল‌ ।কিন্তু দুখৰ বিষয় গৌৰবে নিজৰ ভাৰতীয় সন্তানক বৃটিছ নাগৰিকত্ব দিলে ।গৌৰবৰ পৰিয়ালৰ চাৰিজন সদস্যৰ তিনিজনেই হ'ল বিদেশী ।আজি কংগ্ৰেছে ভাবে গৌৰব গগৈ মুখ্যমন্ত্ৰী হ'ব ।জাতি, মাটি, ভেটি উদ্ধাৰ কৰিব গৌৰবে।কিন্তু দুখৰ খবৰতো কি জানে? আপোনাৰ মোৰ দৰে গৌৰবৰ পত্নী আৰু সন্তানে কেতিয়াও জয় আই অসম কব নোৱাৰিব ।কেতিয়াও তেওলোকে নকব বন্দে মাতৰম ।কিয়নো কংগ্ৰেছৰ সপোনৰ মুখ্যমন্ত্ৰীৰ পত্নী আৰু সন্তান ভাৰতীয় নহয়,তেওঁলোক বৃটিছ ।তেওঁলোকে কেতিয়াও বৃটিছৰ বিৰুদ্ধে যুজা মণিৰাম দেৱান,কুশল কোৱৰ অথবা কলকলতাক শ্বহীদ বুলি গন্য নকৰিব ।কনকলতা,মণিৰাম আদি গৌৰবৰ পত্নী , সন্তানৰ বাবে হ'ব প্ৰধান শত্ৰু।

🙏🙏
11/09/2025

🙏🙏

ভাৰতীয় জনতা পাৰ্টি, দৰং জিলা পথৰুঘাট মণ্ডলৰ সামাজিক মাধ্যম বিভাগৰ এজন কাৰ্যকৰ্তা ভাতৃপ্ৰতীম অৰূপ শইকীয়াক জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
মা কামাখ্যাই তোমাক বল শক্তিৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘয়ু প্ৰদান কৰক তাৰে কামনা কৰিলোঁ।

এয়াই Bharatiya Janata Party (BJP)
11/09/2025

এয়াই Bharatiya Janata Party (BJP)

ৰাইজৰ নেতা ছিপাঝাৰৰ গৌৰৱ Dr. Paramananda Rajbongshi মহোদয়ক ছিপাঝাৰ বাসিয়ে 26 আকৌ  বিধায়ক হিচাবে বিচাৰে।।BJP Darrang Dis...
11/09/2025

ৰাইজৰ নেতা ছিপাঝাৰৰ গৌৰৱ Dr. Paramananda Rajbongshi মহোদয়ক ছিপাঝাৰ বাসিয়ে 26 আকৌ বিধায়ক হিচাবে বিচাৰে।।
BJP Darrang District
Gopal Krishna Deka
CMO Assam
BJP Assam Pradesh
Himanta Biswa Sarma
Pankaj Nath

সকলোৱে দিছে ময়ো দিলো।।Amar Jyoti Saikiah
11/09/2025

সকলোৱে দিছে ময়ো দিলো।।
Amar Jyoti Saikiah

টকা দিয়ক টিকট নিয়ক।।
11/09/2025

টকা দিয়ক টিকট নিয়ক।।

  BJP Darrang District Dr. Paramananda Rajbongshi
11/09/2025


BJP Darrang District
Dr. Paramananda Rajbongshi

📌২০২৬ ত আপুনি  কোনখন চৰকাৰ বিছাৰে ।📌কমেণ্টত আপোনাৰ মতামত জনাব পাৰে । 𝑭𝒐𝒍𝒍𝒐𝒘𝒆𝒓𝒔.  AIN LIVE  #অসম  #অসমবৰ্তা  #অসমীয়াখবৰ  ...
10/09/2025

📌২০২৬ ত আপুনি কোনখন চৰকাৰ বিছাৰে ।

📌কমেণ্টত আপোনাৰ মতামত জনাব পাৰে ।

𝑭𝒐𝒍𝒍𝒐𝒘𝒆𝒓𝒔. AIN LIVE
#অসম #অসমবৰ্তা #অসমীয়াখবৰ #আজিৰখবৰ #অসমনিউজ #নিউজঅসম #অসমীয়ানিউজ #অসমৰখবৰ #আজিৰঅসম #অনেকসমসমাচাৰ #দৈনিকখবৰ #খবৰঅসম

Comment কৰক।
09/09/2025

Comment কৰক।

Address

Guwahati
Darrang

Telephone

+916000854327

Website

Alerts

Be the first to know and let us send you an email when Arup Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Arup Saikia:

Share