Report Daily

Report Daily সত্যৰ সন্ধান....!

20/07/2025

# ওদালগুৰি জিলাৰ কলাইগাওঁ ত ৰাইজৰ কাৰণে শুভ খবৰ।
# শুভাকাংখি য়োগ আৰু থেৰাপী চেন্টাৰ বিভিন্ন বিষ নিৰাময়ৰ বাবে মুকলি কৰে।
#সম্পুৰ্ণ ৰেহাই মূল্য আৰু ৰাইজৰ প্ৰয়োজন ৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা প্ৰাদান কৰা হব বুলি জনায়। বিষয় ববিয়া সকলে।
daily news assam

19/07/2025

#দৰং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি হৰেকৃষ্ণ ডেকাৰ বিস্ফোৰণ।
#বিজেপি ক তুলা ধুনা।
#তীব্ৰ গৰিহণা।
#পূব মঙলদৈ আঞ্চলিক পঞ্চায়ত গঠনত ব্যাপক খেলি মেলি ৰ অভিযোগ।
daily news

19/07/2025
17/07/2025

# এইয়া সঁচাই অতিকৈ হৃদয় বিদাৰক আৰু মমাৰ্ন্তিক।
#দুজনী কণমানি ধ্ৰিষ্ণী আৰু ধৰিত্ৰী ৰ আধৰুৱা কাহিনী।
# দৰং জিলাৰ মঙালদৈ পূৱ ৰামহৰি গাওঁ ৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী।
#বুধবাৰে দুপৰীয়া এটা পুখুৰীত দুজনী কণমানি ৰ অকাল মৃত্যু। #সেয়ে ৰাইজলৈ এৰি দিলোঁ এই কাহিনী টো।
Daily news তৰফৰ পৰা কণমানি দুজনী ৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ।
daily news

09/07/2025

কাৱা দাঙা আৰু অভয় পুখুৰী পঞ্চায়ত গঠনৰ পিছত ভয়ংকৰ মাৰপিট দুটা ফয়দৰ মাজত।

05/07/2025

# সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছৰ দৰং জিলাৰ সভাপতি # হৰেকৃষ্ণ ডেকাৰ পঞ্চায়ত গঠনৰ ওপৰত # গুৰুতত্বপূৰ্ন অভিযোগ।
daily news

29/06/2025

# সুত্ৰ অনুযায়ী দৰং জিলাৰ দুই ৰাজনৈতীক নেতা ৰ মাজত বৃদ্ধি পাইছে বিসম্বাদ।
#সুত্ৰ অনুযায়ী পঞ্চায়ত নিৰ্বাচনৰ পিচত দুই ৰাজনৈতীক নেতা নামি পৰিছে নিজৰ নিজৰ শক্তি প্ৰদৰ্শনত।

daily news

27/06/2025

#এইবাৰ কোঁচ ৰাজবংশী ক লৈ AITC দৰং জিলা সভাপতি হৰেকৃষ্ণ ডেকাৰ বিস্ফোৰণ।
daily news

26/06/2025

#দৰং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি হৰেকৃষ্ণ ডেকাৰ # ৰাজ্যিক বিজেপিৰ সভাপতি তথা #দৰং ওদালগুৰি সাংসদ # দিলিপ শইকীয়া ক লৈ গুৰুতত্বপূৰ্ন মন্তব্য।
daily news

20/06/2025

আজিৰ দিনটো এই লৰা জনে এনেকুৱা কৰ্ম জৰিয়তে জীৱন ৰ জীৱিকা ৰ পথ উলিয়াই লৈছে। পুৰণা ফটা চিতা টকা জমা লয় আৰু মানুহক সহায় কৰে।

15/06/2025

#জনাওক আপোনাৰ মতামত ফটাফত।

15/06/2025

#আপোনালোকৰ বহু মূলিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে।

Address

Darrang

Telephone

+916001195300

Website

Alerts

Be the first to know and let us send you an email when Report Daily posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Report Daily:

Share