Dhwaj's Gallery

Directions Website

Dhwaj's Gallery সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ......❣️🙏
▶️Yt Channel: Dhwaj's Gallery
▶️Instagram id: dhwaj_07

22/08/2026
03/08/2026

বান সাহাৰ্য‍্য প্ৰদানৰ উদ্দেশ‍্যে উজনি অসমৰ চ্ন্তক আৰু বিহুবৰ অভিমুখে 👏

30/07/2026

কিয়নো আনিলি মৰণৰে বান 👏

29/07/2026

তৃতীয়টো দিন 👏

27/07/2026

সদৌ দৰং ওদালগুৰি বিহুৱা বিহুৱতীসকলৰ ফালৰ পৰা উজনি অসমৰ বানাক্ৰান্ত লোক সকললৈ এটি ক্ষুদ্ৰ প্ৰয়াস 👏
“জয় আই অসম”
“জয় জুবিন দা”

আজি আমি দৰং জিলাসমূহ বিহুৱা-বিহুৱতীয়ে মিলি উজনি অসমৰ বানাক্ৰান্ত লোকসকলৰ বাবে সাধ্যানুসাৰে সাহাৰ্য্য সংগ্ৰহ কৰিলো কাইলৈ...
27/07/2026

আজি আমি দৰং জিলাসমূহ বিহুৱা-বিহুৱতীয়ে মিলি উজনি অসমৰ বানাক্ৰান্ত লোকসকলৰ বাবে সাধ্যানুসাৰে সাহাৰ্য্য সংগ্ৰহ কৰিলো কাইলৈও আমি এই কাৰ্য্যসূচী হাতত লৈছো । গতিকে আপুনিও যদি এইকাৰ্য্যসূচীত সহযোগ কৰিব বিচাৰে এই নম্বৰটোত যোগাযোগ কৰিব 6002-932433 👏

📌শিৱসাগৰ আৰু যোৰহাট জিলাত বৰ্তমানে বানে যি আতঙ্কৰ সৃষ্টি কৰিছে আমি সকলো জ্ঞাত। 📌এইসময়ছোৱাত মোৰ বন্ধু অবিদ্বীপ আৰু বন্ধুব...
24/07/2026

📌শিৱসাগৰ আৰু যোৰহাট জিলাত বৰ্তমানে বানে যি আতঙ্কৰ সৃষ্টি কৰিছে আমি সকলো জ্ঞাত।
📌এইসময়ছোৱাত মোৰ বন্ধু অবিদ্বীপ আৰু বন্ধুবৰ্গই মিলি জাঁজীৰ পৰা গৌৰীসাগৰলৈকে পৰ্যাপ্ত পৰিমাণৰ বান সাহাৰ্য‍্য যোগান ধৰাৰ ব‍্যৱস্থা কৰিছে ।
📌গতিকে আপুনিও যদি সহায় কৰিব বিচাৰে 93653 43379 এই নম্বৰটোত যোগাযোগ কৰি যি পাৰে সহায়ৰ হাত আগবঢ়াওঁক🙏

Address

Garukhuti, Sipajhar
Darrang

Alerts

Be the first to know and let us send you an email when Dhwaj's Gallery posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share