AXOM TV

AXOM TV Breaking news, fresh updates & real stories that matter to you — fast, accurate, and 24/7

21/12/2025

📌দৰঙৰ ধূলাৰ টাংনি চাৰিআলিৰ ১নং থেকেৰা বাৰীত ডিচেম্বৰ মাহৰ ২৫, ২৬ আৰু ২৭ তাৰিখ বিশাল নৰ্থ ইষ্ট ইজতিমাত চাহ আৰু ভাতৰ দোকানৰ বাহিৰে কোনো ধৰণৰ দোকান নহয়।
📌বিশাল নৰ্থ ইষ্ট ইজতিমাত আহিব নোৱাৰিব মহিলা ।
এই কথা ঘোষণা কৰিলে আয়োজক সকলে ।
প্ৰস্তুতি তুংগত : তীব্ৰ গতিত চলিছে কাম কাজ ।

১৯ চেপ্তেম্বৰ দিনটো জুবিন দিৱস হ'ব লাগে। আপুনি যদি একমত পোষ্ট টো শ্বেয়াৰ কৰি দিব, অসমবাসীয়ে বিচাৰিলে নিশ্চয় সম্ভৱ হ'ব...
22/09/2025

১৯ চেপ্তেম্বৰ দিনটো জুবিন দিৱস হ'ব লাগে। আপুনি যদি একমত পোষ্ট টো শ্বেয়াৰ কৰি দিব, অসমবাসীয়ে বিচাৰিলে নিশ্চয় সম্ভৱ হ'ব 🙏🙏🙏।

Address

Kharupetia
Darrang
784115

Website

Alerts

Be the first to know and let us send you an email when AXOM TV posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share