AXOM 360

Directions Website

AXOM 360 "Axom' 360 – Trusted news from every corner of Assam. Covering (CORRUPTION) politics, society, culture, and beyond.”

21/08/2026

প্ৰতিগৰাকী বিধায়কে লাভ কৰিব একোখনকৈ বিলাসী বাহন। সমষ্টিত ঘূৰিবলৈ শাসক-বিৰোধী সকলো বিধায়ককে দিয়া হ'ব বিলাসী বাহন।

05/08/2026
31/07/2026

বেচিমাৰীত ভয়ংকৰ অগ্নিকাণ্ডঃ ব্যৱসায়ীৰ লাখ লাখ টকাৰ ক্ষতি

03/07/2026

দেশৰ কোটি কোটি ৰেচন হিতাধিকাৰী
সকললৈ সুখবৰ! কেন্দ্ৰই আনিছে ৱাণ নেশ্বন, ৱাণ ৰেচনকার্ড! ATM ৰ দৰেই হ'ব আপোনাৰ ৰেচনকাৰ্ডখন।

22/06/2026

দৰঙৰ বেছিমাৰীত উদ্ধাৰ অচিনাকি যুৱকৰ মৃতদেহ।

18/06/2026

খাৰুপেটীয়াত কলেজীয়া ছাত্রীক অশালীন ব্যৱহাৰৰ অভিযোগত জনৰোষত এজন জোৱান।

14/06/2026

অসমৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ কৃষিখণ্ডত অধিক গুৰুত্বৰ আহ্বান: পীয়ুষ হাজৰিকা


09/06/2026

অহাকালি বেছিমাৰী ৰাষ্ট্ৰীয় ঘাইপথ, বেচিমাৰী বাগান ৰোড আৰু বেছিমাৰী মছজিদ ৰোডত উচ্ছেদ অভিযান চলোৱা হ'ব।

04/06/2026

"মঙলদৈ ডন বস্কোত ছাত্ৰৰ মূৰত গুৰুতৰ আঘাত, অভিযোগ—জৰুৰীকালীন সময়তো প্ৰধান শিক্ষকৰ উদাসীনতা"

30/05/2026

বাটাবাৰী ডেমত সুৰাৰ আসৰ! যুৱকৰ ভিৰৰ মাজত দুই ব্যক্তিৰ মদ্যপান, তৎপৰ ব্যৱস্থাৰ দাবী

Address

LALPUL
Darrang
784514

Alerts

Be the first to know and let us send you an email when AXOM 360 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share