Prime News Axom

Prime News Axom ( সত্যৰ প্রচাৰেই মোৰ একমাত্ৰ লক্ষ্য )
(1)

03/06/2026

'১৬মে' কেতিয়া আহিব মোদী জী? মন্ত্রী, বিধায়কে দায়িত্ব গ্ৰহণ কৰিয়ে মিঞা খেদাৰ প্ৰতিশ্ৰুতি দিছিল। কি হ'ল সেই প্ৰতিশ্ৰুতিৰ?

চৰকাৰক প্ৰশ্ন অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক আকাশ শইকীয়াৰ।

03/06/2026

বাহিৰৰ পৰা অহা মিঞাক অসমত ঠাই দিছে অসমৰ খিলঞ্জীয়া মিঞাই'

মছজিদত ভাৰতমাতা পূজনৰ দৰে কাৰ্যসূচী ল'ব লাগে, অসম ছোৱালী-বোৱাৰী অকলে ক'তো যাব নোৱাৰা হ'ল'

03/06/2026

নগাঁৱৰ হেৰাপতিত নিষিদ্ধ সামগ্ৰী ব্যৱসায়ীৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰিলে উত্তেজিত ৰাইজে। বাহন, আচবাবতো অগ্নি সংযোগ।
আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ ক্ষোভ উজাৰি আইন হাতত তুলি ল'লে সাধাৰণ জনতাই।

03/06/2026

মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্রতিবাদত উত্তাল মহানগৰীৰ ৰাজপথ। অসমীয়া যুৱ মঞ্চ আৰু মহিলা মঞ্চৰ বিক্ষোভ কার্যসূচী।

03/06/2026

খান ছাৰৰ সমৰ্থনত তেঁওৰ শিক্ষার্থীয়ে উত্তাল কৰিছে পাটনাৰ ৰাজপথ

03/06/2026

লখিমপুৰৰ চিলনীবাৰীত কিশোৰীক ফুচুলাই পলুৱাই নিয়াৰ অভিযোগত আটক আশ্রাফুল আলী।

স্থানীয় লোকে দুয়োকে ধৰি আৰক্ষীক চমজাই দিয়ে। ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে

03/06/2026

শ্বেৰৰ্মান আলি আহমেদে গোটেই
নিৰ্বাচনটো মোদীৰ নিচিনা ঝুমলাৰে পাৰ কৰিলে

শ্বেৰমান আলিক কটাক্ষ আব্দুল খালেকৰ

02/06/2026

নলবাৰী ঘটনা খুবেই বেদনাদায়ক। একপক্ষীয় প্ৰেমৰ বাবেই এই ঘটনা হ'ল। আৰক্ষী এ*****ক ৰাইজে সমৰ্থন কৰিছে

আমিয়ো ৰাইজৰ পক্ষতেই আছো'। বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ মন্তব্য

02/06/2026

উপাধি চাই চাই বিজেপি চৰকাৰে এনকাউণ্টাৰ কৰিছে', ১০ বছৰে কিয় শিক্ষা লোৱা নাই এইবোৰৰ পৰা'

বিজেপিয়ে এটা ধর্মক টার্গেট কৰি লৈছেঃ শ্বেৰমান আলী

02/06/2026

মাজুলী ঘটনাৰ কেতিয়া নিয়াই পাব? নে নিয়াই নাপাই।

এই মন্তব্য ৰুবুল আহমেদৰ

Address

Darrang

Alerts

Be the first to know and let us send you an email when Prime News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share