Riyan Parag Das

Riyan Parag Das Be positive

07/05/2026

Thalapathi Vijay New movie... South new movie clip

04/05/2026

নিৰ্বাচনত বেয়াকৈ হৰাৰ পিছত আহি গ'ল পলাক্ষী দাসৰ মন্তব্য 🤣🤣🤣

03/05/2026

SP Aslam ko maar diya Unknown man ne ek accident mein... Dhurandhar:The Revenge

আৰে এই ভাইতিজনক চবেই ইমান কিয় কৈ আছে? অসমীয়াই অসমীয়াৰ শত্ৰু হৈছে। অসমীয়াৰ বিহু ক্ৰিকেটৰ পথাৰত সিয়েইটো নাচিছিল। সি আ...
03/05/2026

আৰে এই ভাইতিজনক চবেই ইমান কিয় কৈ আছে? অসমীয়াই অসমীয়াৰ শত্ৰু হৈছে। অসমীয়াৰ বিহু ক্ৰিকেটৰ পথাৰত সিয়েইটো নাচিছিল। সি আমাৰ ভাইতি, অসমৰ গৌৰৱ। সি ভাল খেলিলেও বেয়া খেলিলেও ম‌ই তাক support কৰিম, আৰু আপোনালোকেও কৰা উচিত। আজি তাৰ বেয়া দিন আহিছে কিয়নো সি ধৰা পৰিছে। এনে দিনত তাৰ হৈ থিয় হোৱাটো বহুত প্ৰয়োজন। তেনেকুৱা কাম বহুতে কৰি থাকে। তাতকৈ বিতৰ্কিত কাম বেলেগে কৰে কিন্তু ধৰাহে নপৰে। হাৰ্দিক পান্দেয়াই দেখোন এজনী লগত গায়ে মূৰে কাপোৰ আঁৰি কাপটোৰ কাষতে শুই থকা দেখিছিলো। তাৰ মানতটো ৰিয়ানৰ ইমান ডাঙৰ ভুল নহয়। হেৰৌ কেকোঁৰাহঁত গাতৰ পৰা ওলাহ .....।

01/05/2026

Baap ka behen ka sabka badla liya jaskirat ne....... MLA ka khandan khatam kar diya.....
゚viralシ ゚ ゚viralシfypシ゚viralシalシ

Address

Delhi

Alerts

Be the first to know and let us send you an email when Riyan Parag Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share