INDIA's nxt GEN.

INDIA's nxt GEN. All india congress.

29/07/2025

▶কংগ্ৰেছ অধ্যক্ষ খৰ্গেক ক্ষমা প্ৰাৰ্থনা BJPৰ সভাপতি নাড্ডাৰ
▶উত্তাল হৈ পৰিল ৰাজ্যসভা

25/07/2025

#উচ্ছেদে Supreme Courtৰ নিয়ম উলংঘা কৰিছে'।
, SP, OCকে ধৰি উচ্ছেদত জড়িত সকলো প্ৰশাসনিক বিষয়ালৈ SCৰ NOTICE । #মুখ্য সচিব, জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ।

21/07/2025

ho whole bom***

20/07/2025

৩২ বছৰ জংঘলত থাকি আহি এইবাৰ মিয়া খেদিব মনোজে! প্ৰাক্তন উপ মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱা আপোনাৰ বিবেক দংশন হোৱা নাই নে? এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। পাৰিলে সম্পূৰ্ণকৈ চাব।
(সঁচা কথা সাহস আৰু স্পষ্টতাৰে সাধাৰণ জনতাৰ পক্ষত কোৱাটো বিচাৰে যদি চেনেলটো লাইক আৰু ফʼলো কৰি আমাক অধিক উৎসাহিত কৰিব পাৰে 🙏)

15/07/2025

**

14/07/2025

ৰাজ্যত হঠাৎ হোৰাহোৰে বাঢ়িল মাংসৰ মূল্য। মাংসৰ দাম দেখি মূৰে-কপালে হাত দিছে জনতাই। কি মাংসত কিমান দাম?

13/07/2025

#এইবাৰৰ বিধান সভাৰ নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীজনৰ বাবে ইমান দিনে চলাই অহা নিজৰ সংকীৰ্ণ মেৰুকৰণীয় ৰাজনৈতিক উদ্দেশ্য যেন আৰু বেছি গ্ৰহনযোগ্য হৈ পৰিছে। সেইবাবেই মুখ্যমন্ত্ৰীজন আৰু বেছি আক্ৰোশী, আৰু বেছি হিংসাসৰ্বস্ব অত্যাচাৰী শাসকলৈ পৰিবৰ্তিত হৈ পৰিছে।কিন্তু এনে অত্যাচাৰী শাসন বেছি দিন টিকি নাথাকে।

12/07/2025

#২৬'ৰ লোকপিয়লত সংখ্যালঘুত পৰিণত হ'ব অসমীয়া ভাষা যদিহে.. পাৰিলে সম্পূৰ্ণকৈ চাব।
(সঁচা কথা সাহস আৰু স্পষ্টতাৰে সাধাৰণ জনতাৰ পক্ষত কোৱাটো বিচাৰে যদি #চেনেলটো লাইক আৰু ফʼলো কৰি আমাক অধিক উৎসাহিত কৰিব পাৰে 🙏)
#অসমীয়াভাষা

12/07/2025

#হিলিব নোৱাৰিব ইয়াৰ পৰা ফাইনটো কাটক।
#হেলমেট নিপিন্ধা আৰক্ষীক ওভতি ধৰিলে এজন যুৱকে।
#এই দৃশ্য নাওবৈচাৰ**

12/07/2025

📍মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰদোষৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব লাগে।
📍অজাপ নেতা জগদীশ ভূঞাৰ এই মন্তব্য

10/07/2025

baap ki mehant hamesha yaad rakhna****

10/07/2025

বিহুৰ বিশ্বৰেকৰ্ড কৰিবলৈ গৈ কেলেংকাৰীৰ বিশ্বৰেকৰ্ড গঢ়িলে৷মামা তুমি জুই৷

Address

Delhi

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Alerts

Be the first to know and let us send you an email when INDIA's nxt GEN. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share