RTV 24 Live

RTV 24 Live This Channel is a Digital Platform. This is a Hindi News Channel. Web Hosting and Digital News Broadcast media management system.News Media Production Company.

29/04/2026

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ হোৱা ছাত্ৰ -ছাত্ৰীক চুফি চুলতান আহমেদ একাডেমীৰ ফালৰপৰা সম্বৰ্ধনা।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত চুফি চুলতান আহমেদ একাডেমীৰ ছাত্ৰ -ছাত্ৰী সকলে বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো যথেষ্ঠ ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হৈছে।
9957364014

20/04/2026
17/04/2026

ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
ৰূপহীহাটৰ তাৰাবাৰি বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড ।
অগ্নিকাণ্ডত ৭টা দোকানৰ লগতে ৪টা বাইক জুইত ভস্মীভূত হয় ।

15/04/2026

দাৰুল হাদিছ মাৰ্কাজুল উলুম কাৱৈমাৰী হালিমাতুল ছাদিয়া মাদ্ৰাছাতুল বানাতৰ পাঠদানৰ শুভাৰম্ভ

10/04/2026

*হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলি উঠিছে ৰূপহীহাটৰ নৱ জাগৰণ বিদ্যাপীঠ*
শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে অভিভাৱক অভিভাৱিকা সকলো আজি গৌৰৱান্বিত

Address

Delhi

Website

Alerts

Be the first to know and let us send you an email when RTV 24 Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share