MLive News & Entertainment

MLive News & Entertainment খবৰৰ আঁত ধৰি খবৰ

30/10/2025

#ঈশ্বৰপুত্ৰ
জুবিন গাৰ্গৰ Garg 3.9 million অতিক্রম কৰিলে।

28/10/2025

ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। জানিব পৰা মতে দুজন থিতাতে নি/হত।ছিপাঝাৰ একাডেমিৰ সম্মুখত হয় এই দুৰ্ঘটনা।

11/08/2025

দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ শোক প্ৰকাশ হেমন্ত দত্তৰ মৃত্যুত

19/09/2024

#মঙ্গলদৈক গৌৰৱাম্বিত কৰি উদ্যোগৰ মানচিত্ৰত সংযোজন হল ৬০ বিঘা মাটিত ২০০ কোটি টকীয়া উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ফুড প্ৰচেচিং উদ্যোগ।
#ভাৰ্চুৱেলী উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
#উদ্বোধনী অনুষ্ঠানত কি পৰিচলনা সঞ্চালক অনুপম ডেকাই

15/09/2024

#মঙলদৈৰ নিকটৱৰ্তী মেনাপাৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা।
#গুৰুতৰ ভাৱে আ*হ*ত ৪ জন । ৩ জনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি ।
FC 2028 নম্বৰৰ চাৰিচকীয়া Maximo ৰ সৈতে AS13 A5778 নম্বৰৰ অটো ৰ মূখামুখি সংঘৰ্ষ হয়।
#আহত লোক কেইজন মঙলদৈৰ বাঘপুৰীৰ বুলি জনাব পৰা যায়।

12/09/2024

#মঙলদৈ পকাবাঙিপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্ত্তি অভিযান।
#উপস্থিত থাকে মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, বিজেপি এছচি মৰ্চাৰ সভানেত্ৰী গীতিমা দাস , বিজেপি নেতা বেদান্ত কৃষ্ণ গোস্বামী, কবিতা অধিকাৰী।

11/09/2024

#স্কুল শিক্ষকে ছাত্ৰীক টিউচন কৰাৰ সুবিধা লৈ অসৎ কাৰ্যক লৈ উত্তাল নিজ ৰঙামাটি।
#দোষী শিক্ষকক উপযুক্ত শাস্তি প্ৰদানৰ দাবী ছাত্ৰ ছাত্ৰী স্থানীয় ৰাইজৰ

11/09/2024

#মঙলদৈ এল এন বি ৰোডত মুকলি হ'ল D Affluence Couture নামৰ মহিলাৰ বস্ত্ৰ বিপনী।
#জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে মুকলি কৰা এই বিপনী খনত মহিলা যুৱতী সকলৰ অত্যাধুনিক সাজপাৰৰ লগতে জুয়েলাৰী সামগ্ৰী উপলব্ধ হ'ব।

08/09/2024

#ধূলাৰ পানীয়াখাত গাঁওত ধূলা আৰক্ষীয়ে অভিযান চলাই ৮ টাকৈ জুৱাৰীক আটক কৰে৷
#জুৱাৰী কেইজন ক্ৰমে কুদুছ আলি, জয়নাল আবদিন , জহৰুল ইছলাম, বাবু আলি, চহিদুল ইছলাম, আমজাদ আলি ওৰফে চিখু আলি, চফিকুল ইছলাম আৰু নন্দা আলি বুলি জানিব পৰা গৈছে। আটাইকেইজনক ধূলা আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে ।

07/09/2024

#মঙ্গলদৈৰ JNSM হস্পিতালৰ স্বত্বাধিকাৰী ৰূপম মহন্তৰ চহী জাল কৰি গ্ৰেপ্তাৰ মৃদুপৱন নাথ নামৰ এগৰাকী চিকিৎসক।
#গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে মঙ্গলদৈ আৰক্ষীয়ে
#উল্লেখযোগ্য যে চিকিৎসক গৰাকীয়ে JNSM ৰ
স্বত্বাধিকাৰী ৰূপম মহন্তৰ জাল চহী কৰি নথি যোগান ধৰিছিল CM ভিনিলেন্সত। এই ঘটনাৰ বাবে JNSM স্বত্বাধিকাৰী য়ে মঙ্গলদৈ থানাত এজাহাৰ দাখিল কৰিছিল।

আজি পবিত্ৰ  গণেশ চতুৰ্থী। সকলোকে শুভকামনা জনালোঁ।
07/09/2024

আজি পবিত্ৰ গণেশ চতুৰ্থী। সকলোকে শুভকামনা জনালোঁ।

তৃতীয় টি২০ত সৰ্বাধিক ছিক্সাৰৰ বঁটা অসম সন্তান ৰিয়ান পৰাগলৈ।
31/07/2024

তৃতীয় টি২০ত সৰ্বাধিক ছিক্সাৰৰ বঁটা অসম সন্তান ৰিয়ান পৰাগলৈ।

Address

Delhi

Alerts

Be the first to know and let us send you an email when MLive News & Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category