Panidehing News

Panidehing News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Panidehing News, News & Media Website, Bamrajabari, Bhimbor Deori Road, Demow.

১৪ জুনত ডিমৌত মন্ত্ৰী সুশান্ত বৰগোঁহাইক আদৰিবলৈ বিশাল ৰাজহুৱা সম্বৰ্দ্ধনা।
13/06/2026

১৪ জুনত ডিমৌত মন্ত্ৰী সুশান্ত বৰগোঁহাইক আদৰিবলৈ বিশাল ৰাজহুৱা সম্বৰ্দ্ধনা।

মন্ত্ৰীসভাত স্থান ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ।
04/06/2026

মন্ত্ৰীসভাত স্থান ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ।

খনাজান যুৱ সমাজৰ উদ্যোগত গছপুলি ৰোপন কাৰ্যসূচী।
31/05/2026

খনাজান যুৱ সমাজৰ উদ্যোগত গছপুলি ৰোপন কাৰ্যসূচী।

১৪ মে'ত আটাছুৰ উদোগত পানীদিহিং ৰঙ্গমঞ্চত ৰঙালী বিহু সন্মিলনৰ আয়োজন।
09/05/2026

১৪ মে'ত আটাছুৰ উদোগত পানীদিহিং ৰঙ্গমঞ্চত ৰঙালী বিহু সন্মিলনৰ আয়োজন।

প্ৰত‍্যাশা ……
02/05/2026

প্ৰত‍্যাশা ……

21/04/2026

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
৪.৬ প্ৰাবল্যৰ ভূমিকম্প, পুৱা ৬ বজাত এই মৃদু জোকাৰণি

কিংবদন্তী কণ্ঠশিল্পী আশা ভোশলেৰ দেহাৱসান। মুম্বাইৰ ব্রীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ। ৯২ বছৰ বয়সত মৃত্যু কণ্ঠশিল্...
12/04/2026

কিংবদন্তী কণ্ঠশিল্পী আশা ভোশলেৰ দেহাৱসান। মুম্বাইৰ ব্রীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ। ৯২ বছৰ বয়সত মৃত্যু কণ্ঠশিল্পীগৰাকীৰ।

যোৰহাটত সুস্থ ৰাজনীতি।যোৰহাট সমষ্টিৰ দুই প্ৰাৰ্থী গৌৰৱ গগৈ আৰু হিতেন্দ্ৰ নাথ গোস্বামীয়ে একেলগে খালে চাহ ।
09/04/2026

যোৰহাটত সুস্থ ৰাজনীতি।
যোৰহাট সমষ্টিৰ দুই প্ৰাৰ্থী গৌৰৱ গগৈ আৰু হিতেন্দ্ৰ নাথ গোস্বামীয়ে একেলগে খালে চাহ ।

সপত্নীক ভোটদান কৰিলে কংগ্ৰেছ প্ৰাৰ্থী অজয় কুমাৰ গগৈয়ে।
09/04/2026

সপত্নীক ভোটদান কৰিলে কংগ্ৰেছ প্ৰাৰ্থী অজয় কুমাৰ গগৈয়ে।

04/04/2026

ডিমৌত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় কুমাৰ গগৈক দুবৃৰ্ত্তৰ আক্ৰমণ, হত্যাৰ চেষ্টাৰ অভিযোগ।

Address

Bamrajabari, Bhimbor Deori Road
Demow
785671

Website

Alerts

Be the first to know and let us send you an email when Panidehing News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share