দৈনিক TIME

দৈনিক TIME জনতাৰ স্বাৰ্থত, জনতাৰ কাষত

16/07/2025

গোলাঘাট আৰু সমাজ কল্যাণ বিভাগৰ উদ্যোগত গোলাঘাট কুশল কোঁৱৰ বাল্য ভৱনত গ্ৰীষ্মকালিন কৰ্মশালা

16/07/2025

২০২৬ ৰ বিধানসভাৰ নিৰ্বাচন

২০২৬ ৰ খুমটাইৰ সমষ্টিত কংগ্ৰেছৰ সাম্ভাব্য প্ৰাৰ্থী হ'ব পাৰে পৰাণ শইকীয়া

16/07/2025

খুমটাই বানপীড়িত সৈতে এসাঁজ ৰান্ধি খালে গোলাঘাট জিলা যুৱ কংগ্ৰেছে

বন্যাৰ্তৰ সৈতে বান শিৱিৰত নৈশ যাপন কৰি বুজ ল'লে দুৰ্দশাৰ
Gaurav Gogoi

*গোলাঘাট জামুগুৰিৰ বিশিষ্ট সমাজকৰ্মী তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি**সৰুকন শইকীয়...
15/07/2025

*গোলাঘাট জামুগুৰিৰ বিশিষ্ট সমাজকৰ্মী তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি*
*সৰুকন শইকীয়াৰ দেহাৱসান*

মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৭.১৫ বজাত সৰুকন শইকীয়াৰ দেহাৱসান।

মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ১০৫ বছৰ।

সমাজকৰ্মী জনৰ মৃত্যুত জামুগুৰিত শোকৰ ছাঁ পৰিছে।
JAMUGURI( GOLAGHAT)


প্ৰসংগ :আলফাৰ স্বাধীনৰ শিৱিৰত আক্ৰমণসদৌ অসম ছাত্ৰ সন্থাৰ উদ্বিগ্ন :শান্তি আলোচনাৰ পোষকতাAll Assam Students' Union - AASU...
15/07/2025

প্ৰসংগ :আলফাৰ স্বাধীনৰ শিৱিৰত আক্ৰমণ

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্বিগ্ন :শান্তি আলোচনাৰ পোষকতা
All Assam Students' Union - AASU

15/07/2025

গোলাঘাটৰ ঊষা গৰঙাত যুৱ ব্যৱসায়ী সন্ধানহীন
৮ জুলাই পৰা সন্ধানহীন যুৱ ব্যৱসায়ী সঞ্জু আগৰৱালা
কোনে লোকে সম্ভেদ পালে "8011810116 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে
পৰিয়ালৰলোকে।
Ghiladhari

15/07/2025

@সোমবাৰে দেৰগাঁৱৰ মিছামৰা গণ-নাট্য মন্দিৰত খনিকৰ কুঁহিপাত সাংস্কৃতিক গোষ্ঠী আৰু স্বেচ্ছাসেৱী অনুষ্ঠান "অৰ্ক"ৰ উদ্যোগত অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন নাট্য কৰ্মশাল সামৰণি

@ কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলক লৈ অনুৰাগ বৰা আৰু ভাস্কৰ জ্যোতি গগৈ ৰচনা আৰু পৰিচালানেৰে "আকাশৰ ৰং বিচাৰি" মঞ্চস্থ কৰা হয়

15/07/2025

গোৱালপাৰাৰ পাছত গোলাঘাটতো চলিব নেকি উচ্ছেদৰ অভিযান ?
দেওবাৰে গোলাঘাটত মুখ্যমন্ত্ৰীয়ে কৰা এটা মন্তব্যৰ পাছতে হাঁহি বিৰিঙিছে মেৰাপানীত ।

15/07/2025

ছবি গৃহত মুক্তি পাবলগীয়া অসমীয়া ছবি মালামাল বয়জ নামৰ ছবিখনৰ পৰিচালক আৰু মাতংগ এণ্টাৰটেইনমেণ্ট প্ৰতিষ্ঠানটোৰ ওপৰত এজাহাৰ দাখিল গোলাঘাট চুতীয়া যুৱ পৰিষদৰ
Golaghat Police

14/07/2025

গোলাঘাটৰ জামুগুৰিত চুৰি কাণ্ডৰ ঘটনা
Golaghat Police
JAMUGURI( GOLAGHAT)

Address

Dergaon

Alerts

Be the first to know and let us send you an email when দৈনিক TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to দৈনিক TIME:

Share