13/11/2025
শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ অন্তৰ্গত জৰাগুৰি প্ৰাথমিক শাখাৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী উৎসৱ ৰ উপলক্ষে সদৌ অসম ভিত্তিত হাফ মাৰাথান প্ৰতিযোগিতাৰ আয়োজন কৰিছে 22 জানুৱাৰী পুৱা 7 বজাত। অংশগ্ৰহণৰ আহ্বান জনাইছে আয়োজক সমিতিয়ে ।