DeOri LIVE

DeOri LIVE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from DeOri LIVE, Media/News Company, .

  ?
25/06/2025


?

18/02/2025

বালি‌ দেউৰী গাৱৰ নিবাসী লাহৈগৈ দেউৰী ঘৰত ভয়ংকৰ অগ্নি কাণ্ড । অহা ইংৰাজীৰ বৃহস্পতিবাৰে (ইং- 20 Feb তাৰিখে) তেওঁৰ ভগ্নীৰ বিয়া আছিল।বিয়ালৈ বুলি অনা চাউলৰ পৰা ধৰি সকলো সা-সম্পত্তি জ্বলি-পুৰি ছাই হৈ গ'ল। এনে অৱস্থাত দূৰ্ভগীয়া পৰিয়ালটো লৈ কিছু সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ।

বালি‌ দেউৰী গাৱৰ নিবাসী মুহিম দেউৰী (লাহৈগৈ দেউৰী) ঘৰত ভয়ংকৰ অগ্নি কাণ্ড । অহা ইংৰাজীৰ বৃহস্পতিবাৰে (ইং- 20 Feb তাৰিখে)...
18/02/2025

বালি‌ দেউৰী গাৱৰ নিবাসী মুহিম দেউৰী (লাহৈগৈ দেউৰী) ঘৰত ভয়ংকৰ অগ্নি কাণ্ড । অহা ইংৰাজীৰ বৃহস্পতিবাৰে (ইং- 20 Feb তাৰিখে) তেওঁৰ ভগ্নীৰ বিয়া আছিল।বিয়ালৈ বুলি অনা চাউলৰ পৰা ধৰি সকলো সা-সম্পত্তি জ্বলি-পুৰি ছাই হৈ গ'ল। এনে অৱস্থাত দূৰ্ভগীয়া পৰিয়ালটো লৈ কিছু সহায়ৰ হাত আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ।
Assam Gramin Vikash Bank
Account Holder Name :- Muhim Deori
Account No. :- 7021026015442
IFSC code :- PUNB0RRBAGB

বৰ্তমান সময় চোৱাত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীৰ নেতৃত্বাধীন চৰকাৰ খনৰ কাম-কাজত আপুনি স...
24/08/2024

বৰ্তমান সময় চোৱাত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰীৰ নেতৃত্বাধীন চৰকাৰ খনৰ কাম-কাজত আপুনি সুখী নে?

সকলোকে জনাব বিচাৰিছো যে আমাৰ D-Live ৰ Facebook account টো কোনোবা এজনে Hack কৰিছে। মই problem টো সমাধান কৰিবৰ কাৰণে চেষ্ট...
23/07/2024

সকলোকে জনাব বিচাৰিছো যে আমাৰ D-Live ৰ Facebook account টো কোনোবা এজনে Hack কৰিছে। মই problem টো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰি আছো -
কাৰোবালে যদি বেয়াকৈ sms কৰে তেতিয়া বেয়া নেপাল -

12/06/2024
17/04/2024
আজি বালি দেউৰী লুইত পৰিয়া যুৱ সংঘৰ উদ্যোগত আৰু বালি দেউৰী ৰাইজৰ সহযোগত " চিগাঁ-গিয়াঁনেমা " অনুষ্ঠানটি সুকলমে অনুষ্ঠিত ...
17/04/2024

আজি বালি দেউৰী লুইত পৰিয়া যুৱ সংঘৰ উদ্যোগত আৰু বালি দেউৰী ৰাইজৰ সহযোগত " চিগাঁ-গিয়াঁনেমা " অনুষ্ঠানটি সুকলমে অনুষ্ঠিত কৰা হ'ল।

বালি দেউৰী লুইত পৰিয়া যুৱ সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে "চিগাঁ- দাগাৰেবা" উদযাপন কৰা হৈছে।
14/04/2024

বালি দেউৰী লুইত পৰিয়া যুৱ সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে "চিগাঁ- দাগাৰেবা" উদযাপন কৰা হৈছে।


আজি ৰাতি  বালি দেউৰী গাৱৰ নিবাসী নিপেন দেউৰীৰ ঘৰ সম্পূর্ণভাবে জুইত জাহ যোৱাৰ কিছু দৃশ্য।
16/02/2024

আজি ৰাতি বালি দেউৰী গাৱৰ নিবাসী নিপেন দেউৰীৰ ঘৰ সম্পূর্ণভাবে জুইত জাহ যোৱাৰ কিছু দৃশ্য।

10/01/2024

New Deori Modern Official Song. "Chekuyaa Buji-2024"Musics - Sun StudioMix- Mastering - Sanjib Nath & Hirak Borah. Lyrics/Tune - Mr. Babul Deo...

Address


Telephone

+919101560134

Website

Alerts

Be the first to know and let us send you an email when DeOri LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DeOri LIVE:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share