ঢকুৱাখনা LIVE

ঢকুৱাখনা LIVE ঢকুৱাখনা LIVE, Breaking News, Local News, viral, Entertainment, Sports, Political News, Travelling, Live, viralvideo, followers, likes,

ঢকুৱাখনা খবৰ - বাতৰি নামৰ এই ফেচবুক পেইজটো কোনোধৰণৰ নিউজ পৰ্টেল নহয় ৷ ইয়াত কেৱল সংৰক্ষণ কৰা হয় বিভিন্ন কাকত, টেলিভিচনত প্ৰকাশিত বাতৰি সমূহ ৷ যদি ইয়াত প্ৰকাশিত হোৱা বাতৰি বিৰ্তকৰ আৱৰ্তত পৰে, তাৰ বাবে আমি দায়বদ্ধ নহয়। কেৱল আমি প্ৰকাশিত খবৰ সমূহ কপিৰাইট কৰি খবৰ - বাতৰি পেইজত আপডেট দিওঁ ৷ ইয়াত দায়বদ্ধ হৈ আছে প্ৰতিগৰাকী সংবাদিক, নিজৰ কাকতৰ নিউজ নিজেই আপডেট কৰা সুবিধা আছে সকলোৱে ৷ নিউজৰ উপৰত অভিযোগ থাকি

লে প্ৰকাশ পোৱা কাকতখন বা টেলিভিচনৰ চেনেলটোৰ সাংবাদিক গৰাকীক জনাব পাৰে ৷ তাৰবাবে আমি দায়বদ্ধ নহয় ঢকুৱাখনা খবৰ - বাতৰি ৷

05/11/2025

▶️ জনপ্ৰিয় অভিনেতা বিদ্যুত শইকীয়া গোৱালৰ চৰিত্ৰত সহঃ শিল্পীৰ সৈতে বালিগাঁৱৰ শ্ৰীশ্ৰী কৃষ্ণ ৰাসমহোৎসৱত

04/11/2025

📌মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ পৰা ৰসৰ পোনপটীয়া সম্প্ৰচাৰ ।
fans ゚

04/11/2025

📌ঢকুৱাখনা কাইজেন একাডমীৰ বাকৰিত বিশেষ অনুষ্ঠান।
📌বিজ্ঞানীৰ ৰূপত কাইজেন একাডমীৰ ছাত্ৰ ছাত্ৰী।
📌কাইজেন একাডমীত অনুষ্ঠিত হৈছে বিজ্ঞান মেলা।
লক্ষ্য ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞানৰ ন- ন উদ্ভাৱন সৃষ্টি কৰা।

▶️ 'য’ত নাহৰ আছে, তাত মই আছো' - জুবিন গাৰ্গ - ৰাজেশ শৰ্মা ( দিল্লী )    ゚
04/11/2025

▶️ 'য’ত নাহৰ আছে, তাত মই আছো' - জুবিন গাৰ্গ - ৰাজেশ শৰ্মা ( দিল্লী )

▶️ ড° ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদ - মৃণালী শইকীয়া (হোজাই)    ゚
04/11/2025

▶️ ড° ভূপেন হাজৰিকাৰ গীতত মানৱতাবাদ - মৃণালী শইকীয়া (হোজাই)

03/11/2025

📌মাজুলীৰ বালিচাপৰিত ভয়ংকৰ ঘটনা
📌ৰাজপথত দপ দপ কৈ জ্বলি উঠিল এখন চাৰি চকীয়া টাটা বাহন ।
📌এতিয়ালৈকে জানিব পৰা নাই অগ্নি সূত্ৰ পাতৰ কাৰণ।

03/11/2025

▶️ Kumud Baruah, President of North Lakhimpur Press club along with Karuna Krishna Nath General Secretary NLPC inauguration Subansiri Bajaj Two wheeler dealer at Town Bantow in Lakhimpur today

03/11/2025

▶️ গোগামুখৰ জিতেন দলেয়ে চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি
▶️ বেংক একাউণ্ট নাম্বাৰ SBI,A/C No 20183853392, IFSC-SBIN0016934
▶️ যোগাযোগৰ নাম্বাৰ-6001657848, 7896516650

03/11/2025

▶️ Lakhimpur District All Assam Health & Technical welfare Association NHM & Employee's Association staging sit n demonstration & duty off program at Lakhimpur Jt. Director health office in Lakhimpur today

02/11/2025

▶️ Dharitya Hazarika, PhD in Chaa Janajati Jeevankendrik Asomiya Upanyak from KK Handique open university being felicitation by Purvanchal Shaka Sahitya Sabha in "Antraranga Aalaap" program in Goroimori gaon in Lakhimpur today

02/11/2025

▶️ ঢকুৱাখনাত তীব্ৰবেগী ডম্পাৰৰ খুন্দাত নিহত এজন
▶️ ভগামুখ তিনিআলিৰ সমীপৰ পুৰণি কপহুঁৱা গাঁৱত এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা
▶️ বৰ্তমান দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন আৰক্ষীৰ জিম্মাত

Address

Dhakuakhana
787055

Alerts

Be the first to know and let us send you an email when ঢকুৱাখনা LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category