Axomify Digital Media

Axomify Digital Media We Primarily Focus On News And Information Related To Assam And The Northeastern Region Of India.

Axomify Digital Media is a digital media page that primarily focuses on news and information related to Assam and the Northeastern region of India. It covers a wide range of topics, including politics, business, sports, entertainment, culture, and technology.

  ⚡ সংগ্ৰহ কৰা হ'ল জুবিন গাৰ্গৰ চিতাভষ্ম
23/09/2025

⚡ সংগ্ৰহ কৰা হ'ল জুবিন গাৰ্গৰ চিতাভষ্ম

  ⚡এই দুখ সহিব পৰাকৈ অসমক ঈশ্বৰে শক্তি দিয়ক - ৰবীশ কুমাৰ
23/09/2025

⚡এই দুখ সহিব পৰাকৈ অসমক ঈশ্বৰে শক্তি দিয়ক - ৰবীশ কুমাৰ

23/09/2025

⚡জুবিন গৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত সংগ দিবলৈ অগণন গুণমুগ্ধৰ ভিৰ।
📌এবাৰ চিতাখন দেখা পোৱাৰ আশাৰে এনেদৰেই গছৰ ওপৰত উঠিল অনুৰাগী।

23/09/2025

⚡ জুবিন গাৰ্গৰ অন্ত্য়েষ্টিক্ৰিয়াত উচুপি উঠিল আৰক্ষী বিষয়া অঞ্জনজ্যোতি শৰ্মা ।

Axomify Digital Media ||

23/09/2025

⚡অসুস্থ জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰ।
📌জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তেই অসুস্থ হৈ পৰে কপিল বৰঠাকুৰ।

23/09/2025

⚡সকলোকে নিঠৰুৱা কৰি মায়াৰ সংসাৰ ত্যাগ কৰিলে জুবিন গাৰ্গে ।
📌জুবিন গাৰ্গৰ বিদায় বেলিকা শেষকৃত্যস্থলীত 'মায়াবিনী ৰাতিৰ বুকুত..' একেলগে গালে অনুৰাগীয়ে।

23/09/2025

⚡ধুমুহাৰ স'তে বহু যুগ যুঁজিও ভাগৰি নপৰা জুবিন গাৰ্গ ভাগৰি পৰিল।
📌বৈদিক মন্ত্ৰোচ্চাৰণেৰে অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰক্ৰিয়া। ভগ্নী পামী বৰঠাকুৰে কৰিলে মুখাগ্নি।
📌পামী বৰঠাকুৰক সহযোগ ৰাহুল গৌতম শৰ্মাৰ।

23/09/2025

⚡ইউকেলিপ্টাছতকৈও ওখ হ’ব বিচৰা শিল্পীগৰাকীয়ে পালে শেষ ঠিকনা।
📌জ্বলি উঠিল জুবিন গাৰ্গৰ চিতাৰ জুই।
📌ভগ্নী পামী বৰঠাকুৰে কৰিলে মুখাগ্নি।
📌পামী বৰঠাকুৰক সহযোগ ৰাহুল গৌতম শৰ্মাৰ।

23/09/2025

⚡জুবিন গাৰ্গৰ শেষকৃতৰ পূৰ্বে অন্তিম নীতি-নিয়মসমূহ পালন কৰিছে পত্নী গৰিমাই।

Axomify Digital Media ||

23/09/2025

⚡ পুষ্পসজ্জিত বাহনত প্ৰাণৰ শিল্পীগৰাকীৰ শেষ যাত্ৰা

Axomify Digital Media || TopFans

Address

Kathalguri, Machkhowa-Dhakuakhana Road
Dhakuakhana
787058

Alerts

Be the first to know and let us send you an email when Axomify Digital Media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axomify Digital Media:

Share

Category