07/11/2025
শিঙৰী আৰক্ষী চকিৰ অন্তৰ্গত শিঙৰী চাহ বাগিছাত যোৱা কালি ৰাতি মৃত্যুক সাবতি লৈ চোকদেব সাহ নামৰ এজন লোক ।
আছলতে লোক জনে আত্মহত্যা কৰিলে নে কোনোবাই হত্যা কৰি পেলাই থৈ গল নলাত,
এতিয়া এইক্ষেত্ৰত এতিয়া প্ৰশাসনে কি ভূমিকা লব তাৰে লক্ষ্যণীয়।
Singri Live
Highlights