News Today NE Axom

News Today NE Axom News & entertainment

R D P PRODUCTION ফালৰ পৰা ঢেকীয়াজুলিত হব গৈ আছে সাজপাৰ আৰু আধুনিক নৃত্য প্ৰতিযোগিতা। তলত উল্লেখ কৰা নং লগত যোগাযোগ কৰিব...
20/01/2025

R D P PRODUCTION ফালৰ পৰা ঢেকীয়াজুলিত হব গৈ আছে সাজপাৰ আৰু আধুনিক নৃত্য প্ৰতিযোগিতা। তলত উল্লেখ কৰা নং লগত যোগাযোগ কৰিব পাৰে।

25/08/2024

ঢেকীয়াজুলিৰ Apdlc ৰ ভল্টেজৰ গাফিলতি। ৮ নম্বৰ ৱাৰ্ডৰ, নতুন পাৰাত ভল্টেজ নামত এখন ফেন নচলে অভিযোগ স্থানীয় ৰাইজৰ।

27/04/2024

Dhiraimajuli Borsola

আজি পুৱাৰ পৰা বনৰীয়া হাতীৰ তাণ্ডব ।

04/04/2024

ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন ৷ ৰঙালীৰ সাংস্কৃতিক সন্ধ্যাত গীত পৰিৱেশনৰ বাবে সাজু সংগীত শিল্পী ৷ চাওঁক আমাৰ এই প্ৰতিবেদন

29/12/2023

নৱবৰ্ষৰ প্ৰাক মূহুৰ্তত তৎপৰ হৈছে শোণিতপুৰ জিলা পৰিবহন বিভাগ। ঠায়ে ঠায়ে চলিছে হেলমেট পৰিধান নকৰা দুচকীয়া বাহন চালকৰ বিৰুদ্ধে অভিযান।

27/09/2023

🔹Smart Kid's English High School &
Sur Sargam Music School দ্বাৰা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী পালন কৰা হয় ।

17/09/2023

গুৱাহাটীৰ পৰা ঢেকিয়াজুলিলৈ যোৱা অৱস্থাত নিখোজ হয় যুৱক জনে। গুৱাহটিৰ পৰা শেষবাৰৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল বুলি জনাইছে পৰিয়ালৰ লোকে। ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। তেখেতৰ সন্ধান পালে 093655 63814 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

09/09/2023

বিশ্ব হিন্দু পৰষদৰ সৌজনত শ্ৰী কৃষ্ণৰ জন্মাষ্টম।

29/07/2023

সমগ্ৰ ৰাজ্যতে এতিয়া সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ ৰাইজক। মূল্য বৃদ্ধিৰ বিৰোধিতাৰে আজি ঢেকিয়াজুলি আৰু বৰছলা ব্লক কংগ্ৰেছ কমিটীয়ে ঢেকিয়াজুলিৰ ৰাজপথত সমদল কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ।

04/07/2023

ঢেকিয়াজুলিৰ ধীৰাই চাহ বাগিচাত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। চাহ বাগানৰ নলাত কাপোৰৰ সৈতে পেলাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো। মৃতদেহৰ কাষত এটা ট্ৰলী বেগ, কাপোৰ তথা মহিলাৰ ব্যৱহাৰ্য বিভিন্ন সামগ্ৰী উদ্ধাৰ হৈছে।

01/06/2023

শোণিতপুৰৰ বৰছলাৰ তেলীয়াগাওঁৰ ব্ৰহ্মপুত্ৰৰ সুতীত আবদ্ধ হৈ থকা বন্য হাতীটোৰ কৰুন মৃত্যু।বিগত প্ৰায় ১৩ দিন পানীৰ মাজত আবদ্ধ হৈ আছিল হাতীটো।বনবিভাগৰ ব্যৰ্থতাৰ বাবে হাতীটোৰ মৃত্যু হোৱাৰ অভিযোগ।হাতীটো ঊদ্ধাৰৰ বাবে চেষ্টা নকৰাৰ অভিযোগ ৰাইজৰ।

31/05/2023

সহকাৰী ৰেচম সঞ্চালক, শোণিতপুৰ, তেজপুৰ তত্বাবধানত, ৰেচম সঞ্চালকালয় অসম চৰকাৰ গুৱাহাটী-২২ সহযোগত, কেন্দ্রীয় অর্থ সাহাৰ্য্য পুঁজিৰ দ্বাৰা ৰূপায়িত প্রকল্প চিল্ক সমগ্র- ২ (২০২১-২২ বৰ্ষ)ৰ অধীনত এড়ী শিল্পৰ উন্নয়নৰ জৰিয়তে সাধাৰণ শ্রেণী, অনুসূচিত জনজাতি আৰু অনুসূচিত জাতিৰ মহিলা হিতাধীকাৰী সকলৰ সামাজিক অর্থনৈতিক উৎকর্ষ সাধানৰ উদ্দেশ্যে ৬(ছয়) দিনীয়া প্রশিক্ষণ শিবিৰ।

স্থান- ঢেকিয়াজুলি পৌৰসভা প্রেক্ষাগৃহ

দিনাংক- ৩১/০৫/২০23 পৰা 05/06/2013

Address

Guwahati Zoo Road
Dhekiajuli
784110

Telephone

+918453620391

Website

Alerts

Be the first to know and let us send you an email when News Today NE Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Today NE Axom:

Share