Jaishnavi Productions

Jaishnavi Productions Welcome to the official page of Jaishnavi Productions. Stay tuned for updates on upcoming projects. https://www.youtube.com/channel/UCJZF1EgPf_hMLiC40HIhdMg

১৯৫০ চনৰ আজিৰ দিনটোৰ পৰাই স্বাধীন ভাৰতত কাৰ্যকৰী হৈছিল দেশৰ সংবিধান। এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, ...
26/01/2026

১৯৫০ চনৰ আজিৰ দিনটোৰ পৰাই স্বাধীন ভাৰতত কাৰ্যকৰী হৈছিল দেশৰ সংবিধান। এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য ৰূপে ভাৰতবৰ্ষক গঢ়ি তোলাৰ চিন্তা আৰু আদৰ্শ এই সংবিধানতেই নিহিত হৈ আছে। এই সংবিধানখনেই ভাৰতৰ মূল আত্মা, প্ৰত্যেকজন ভাৰতীয়ৰ বাবে জীৱনৰ আদিপাঠ।

গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত ভাৰতৰ তথা অসমৰ স্বাধীনতা সংগ্ৰামত নিজৰ সৰ্বস্ব উজাৰি দিয়া প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীলৈ অশেষ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ৷ সকলোলৈ‌ গণৰাজ্য দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

সকলোলৈ হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মেজিৰ জুয়ে সকলো অপায়-অমংগল দূৰ কৰি প্ৰতিটো জীৱনলৈ অনাবিল আনন্দ, সুখ...
14/01/2026

সকলোলৈ হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মেজিৰ জুয়ে সকলো অপায়-অমংগল দূৰ কৰি প্ৰতিটো জীৱনলৈ অনাবিল আনন্দ, সুখ আৰু শান্তি কঢ়িয়াই আনক। পথাৰৰ পৰা ভঁৰাললৈকে প্ৰাচুৰ্যৰে উপচি পৰক, আৰু সকলোৰে মাজত সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক সুদৃঢ় হওক। এই পৱিত্ৰ মাঘ বিহুৰ শুভক্ষণত তাৰেই কামনা কৰিছোঁ। 🌾🔥

#ভোগালী_বিহু #মাঘ_বিহু #অসম #শুভেচ্ছা

🙏🏻🙏🏻🙏🏻
01/01/2026

🙏🏻🙏🏻🙏🏻

01/01/2026

সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🙏🏻
Happy New Year 2026

May your Christmas be filled with love, peace, laughter and cherished memories as you spend time with your family, frien...
25/12/2025

May your Christmas be filled with love, peace, laughter and cherished memories as you spend time with your family, friends & loved ones. And may the spirit of Christmas fill your home with warmth and joy!

Wishing you and your family a Merry, Joyous & Blessed Christmas.

দীপাৱলী আৰু কালীপূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ পোহৰৰ প্ৰাৰ্থনাৰে প্ৰোজ্জ্বল হওক আটাইৰে মনৰ আকাশ৷ এন্ধাৰ বিনাশী আলোকৰ আৰ...
20/10/2025

দীপাৱলী আৰু কালীপূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ পোহৰৰ প্ৰাৰ্থনাৰে প্ৰোজ্জ্বল হওক আটাইৰে মনৰ আকাশ৷ এন্ধাৰ বিনাশী আলোকৰ আৰাধনাৰে জীৱন-জগত উদ্ভাসিত হৈ উঠক, তাৰেই কামনা কৰিছোঁ ৷ 🪔
Happy Diwali! May this joyous occasion usher in happiness and prosperity for you and your loved ones. 🪔

এই পবিত্ৰ দিনটোত ধনতেৰাছৰ আধ্যাত্মিক আলোকে আপোনাৰ জীৱনত আনক নতুন আৰম্ভণি আৰু স্থায়ী সমৃদ্ধি। 💫 আপোনাৰ জীৱন হওক আলোকিত, শ...
18/10/2025

এই পবিত্ৰ দিনটোত ধনতেৰাছৰ আধ্যাত্মিক আলোকে আপোনাৰ জীৱনত আনক নতুন আৰম্ভণি আৰু স্থায়ী সমৃদ্ধি। 💫
আপোনাৰ জীৱন হওক আলোকিত, শান্তিময় আৰু সৌভাগ্যময়।✨
ধনতেৰাছৰ আন্তৰিক শুভেচ্ছা আৰু মংগলকামনা! 🪔

#ধনতেৰাছ #লক্ষ্মীপূজা #মংগলকামনা #সমৃদ্ধি #উৎসৱ #আলোক #আলোকউৎসৱ #নতুনআৰম্ভ

কাতি বিহু: আশা, প্ৰাৰ্থনা আৰু আলোকৰ উৎসৱ 🌾কাতি মানে “কঙালী” — অৰ্থাৎ বছৰৰ শেষফালে খেতিয়কৰ ভঁৰালত ধান কমে, অভাৱ দেখা দিয়ে...
18/10/2025

কাতি বিহু: আশা, প্ৰাৰ্থনা আৰু আলোকৰ উৎসৱ 🌾

কাতি মানে “কঙালী” — অৰ্থাৎ বছৰৰ শেষফালে খেতিয়কৰ ভঁৰালত ধান কমে, অভাৱ দেখা দিয়ে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে খেতিয়কে কাতি মাহত খাবলৈ নাপায়। সেয়ে কাতি বিহু দুখৰ নহয়, ই আশা আৰু বিশ্বাসৰ উৎসৱ। বিহু মানেই অসমৰ জাতীয় উৎসৱ, আৰু উৎসৱ কেতিয়াও দুখৰ নহয়।

এই বিহুত অকল তুলসী তলতেই চাকি জ্বলাই নহয় — পথাৰতো চাকি দি লক্ষ্মী আইক প্ৰাৰ্থনা কৰা হয়, যাতে খেতিয়কৰ সেউজ সপোনবোৰ সোণোৱালী হয় আৰু আগলৈ কোনো বিপদ-বিঘ্ন নাহে। কৃষি, ধৰ্মীয় আৰু আধ্যাত্মিক বিশ্বাস— সকলো কাতি বিহুৰ সৈতে নিবিড়ভাৱে জড়িত।

ৰঙালী বা ভোগালীৰ দৰে কাতিত আনন্দ-ফুৰ্তি কম হ’লেও, ই আশা, আস্থা আৰু আলোকৰ উৎসৱ।
সকলোলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা 🌱
আশা কৰোঁ, অসমখন কৃষিক্ষেত্ৰত স্বনিৰ্ভৰ আৰু সমৃদ্ধ হ’ব। 💚

আজি লক্ষ্মী পূজা। মা লক্ষ্মীৰ আশীৰ্বাদত ধন, ঐশ্বৰ্যৰে ভৰি পৰক আপোনাৰো জীৱন। 🙏🏻
06/10/2025

আজি লক্ষ্মী পূজা। মা লক্ষ্মীৰ আশীৰ্বাদত ধন, ঐশ্বৰ্যৰে ভৰি পৰক আপোনাৰো জীৱন। 🙏🏻

🙏🏻🙏🏻
29/09/2025

🙏🏻🙏🏻

Jai Bharat 🇮🇳
26/01/2025

Jai Bharat 🇮🇳

Address

Dhekiajuli

Website

Alerts

Be the first to know and let us send you an email when Jaishnavi Productions posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jaishnavi Productions:

Share