23/09/2025
জুবিনৰ আন এজন অনুৰাগীৰ মৃত্যু মকবুল হুছেইন নামৰ অনুৰাগী।
যোৱা কালিও সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিষাদ ভৰা মনেৰে ঘৰলৈ উভতিছিল মকবুল হুছেইন। ৰাতি হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় জুবিনৰ শোকসন্তপ্ত অনুৰাগী মকবুলৰ।